Al Aziz Preach TV

Al Aziz Preach TV To Preach the Enlightened Eternal True Messages of Islam and the Peace from the all Spheres of Life all Across the Globe...!

26/08/2026

সপ্তমমান শ্ৰেণীৰ কণ-কণ ছাত্ৰী সকলে সম্পূৰ্ণ ইংৰাজীত কৰা দেশপ্ৰেমমূলক এটি আকৰ্ষণীয় ড্ৰামা পাৰফৰ্মেঞ্চ !
Heera Academy Tezpur

31/07/2026

বানপীড়িত সকলৰ সাহাৰ্য্যৰ বাবে আমাৰ Heera Academy Tezpur ৰ পৰা যোৱাকালিলৈ যোৱা ছফৰৰ দাস্তানৰ পৰা মাননীয় সঞ্চালক প্ৰধান হাফিজ DrMansur Ahmed ছাৰৰ দুষাৰ...!!

27/07/2026

📌 Heera Academy Tezpur ৰ পৰা উজনি অসমলৈ বান-সাহাৰ্য্য !
ক্ৰমান্বয়ে শান্ত হ'ল উজনি অসমৰ প্ৰলয়ংকাৰী বানৰ সংহাৰী শ্ৰোত, কিন্তু বানৰ পিছ মূহুৰ্ততেই বিভিন্ন বিপৰ্য্যয়ৰ পৰা আৰম্ভ কৰি এক মহামাৰীৰ আশংকা প্ৰতিটো পলতেই যেন লাগি থাকে। তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই আমাৰ হীৰা একাডেমীৰ পৰা এটি সঁজাতি দল কিছু সাহায্য প্ৰদানাৰ্থে অহা ৩০ তাৰিখ বৃহস্পতিবাৰে উজনি অসমৈ ৰাওনা হ'ব। সহায় কৰিব বিচৰা সকলে আমাৰ হীৰা একাডেমীৰ সৈতে অহাকালি আৰু পৰহিৰ ভিতৰত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হ'ল। তাৰে পৰিপ্ৰেক্ষিতত হীৰা একাডেমীৰ মাননীয় সঞ্চালক প্ৰধান হাফিজ DrMansur Ahmed ছাৰৰ কিছু কথা : 👇

26/07/2026

Barapani Lake Meghalaya 💖

Address

Gauhati
782122

Telephone

+918399804757

Website

Alerts

Be the first to know and let us send you an email when Al Aziz Preach TV posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share