7EastNow

7EastNow Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from 7EastNow, Media/News Company, Gauhati.

7East East Now is a web media where will focus all the political, Social, Economics, Law and Order issues etc of North Eastern region as well as the current burning topics of national and international.

10/12/2020

#বিটিচিত আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহন

10/12/2020

#দাওধাৰাত বিপিএফৰ স্থায়ী কাৰ্যালয়, লক্ষীবজাৰত যুৱ বিপিএফৰ কাৰ্যালয়ত ব্যাপক ধ্বংসলীলা দুস্কৃতিকাৰীৰ

10/12/2020

#ৰাজ্যত অব্যাহত আছে অবাধ বন ধ্বংস যজ্ঞ #পাহাৰ ধ্বংস কৰি আমিনগাঁও আজ্ঞাঠুৰী পাহাৰত চলিছে অবৈধ বেদখল

10/12/2020

#লখিমপুৰৰ যুৱনগৰত আন্ত:ৰাষ্ট্ৰীয় দূৰ্ণীতি বিৰোধী দিৱস উদ্‌যাপন

10/12/2020

#কৰিমগঞ্জত দিনৰ পোহৰতে এচবিআই বেঙ্কৰ সন্মুখৰ পৰা লুটিলে ন লাখ টকা

09/12/2020

#পুনৰ উত্তপ্ত জম্মু- কাশ্মীৰৰ পুলৱাম অঞ্চল

09/12/2020

#অৱশেষত জামিন লাভ কৰিলে সাংসদ নৱ কুমাৰ শৰণীয়াই

09/12/2020

#ৰেল নগৰী লামডিং চহৰত অব্যাহত তেল চুৰীৰ ঘটনা

08/12/2020

ৰ ভাতৃ সংঘটন LRO আৰু অসম চৰকাৰৰ বিৰুদ্দে সৰব হোজাইৰ এগৰাকী যুৱ সাংবাদিক

07/12/2020

#শিৱসাগৰৰ চুকাফা চুপাৰ স্পেচিয়েলিটি হস্পিতেলত নিশা তীব্ৰ উত্তেজনা, মৃত্যুৰ পিছতো ৰোগীক দীৰ্ঘ সময় ধৰি আই চি ইউ কক্ষত ভৰাই ৰখাৰ অভিযোগ

07/12/2020

#পিতৃৰ অপূৰ্ন আশা পুৰন কৰিব পুত্ৰ গৌৰৱ গগৈয়ে 7EastNow

07/12/2020

#বাক্সাৰ এটা ভোট কেন্দ্ৰত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য, দৰাৰ সাজত ভোট দিলে এজন যুৱকে

07/12/2020

#দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্ত পেলাই নিৰ্বাচন আয়োগৰ ঘোষণা মতে আজি বিটিচিত অনুষ্ঠিত হ'ল চতুৰ্থ বিটিচি পৰিষদীয় নিৰ্বাচন

06/12/2020

#বি টি এডি নিৰ্বাচনী প্ৰচাৰত সাংসদ নৱ শৰণীয়াই মুণ্ডন কৰি ব্যত্তিক্ৰম ৰূপত চলালে নিৰ্বাচনী প্ৰচাৰ

26/11/2020

#গণ সুৰক্ষা পাৰ্টী আৰু ইউ পি পি এলৰ দলত খহনীয়া

26/11/2020

#ডিব্ৰুগড়ৰ লেপেটকটাত সংঘটিত হৈছে ভয়ংকৰ পথ দূৰ্ঘটনা #এই শোকাৱহ দূৰ্ঘটনাত থিতাতে মৃত্যু ৫ জনকৈ বৰযাত্ৰী

26/11/2020

#আজি পঞ্চভূতত বিলীন হ'ব প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈ

Address

Gauhati
781022

Alerts

Be the first to know and let us send you an email when 7EastNow posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to 7EastNow:

Share