The Charge

The Charge Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from The Charge, Media/News Company, Gauhati.

The Charge is a web media where will focus all the political, Social, Economics, Law and Order issues etc of North Eastern region as well as the current burning topics of national and international.

 #কাইলৈ আবেলি ২ বজাৰ পাছত কোনোবাই দোকান-পোহাৰ বন্ধ কৰিবলৈ চেষ্টা কৰিলে কঠোৰ ব্যৱস্থা লোৱা হ'ব।
22/09/2025

#কাইলৈ আবেলি ২ বজাৰ পাছত কোনোবাই দোকান-পোহাৰ বন্ধ কৰিবলৈ চেষ্টা কৰিলে কঠোৰ ব্যৱস্থা লোৱা হ'ব।

  পুনৰ মৰণোত্তৰ পৰীক্ষা কৰা হ’ব জুবিন গাৰ্গৰ
22/09/2025

পুনৰ মৰণোত্তৰ পৰীক্ষা কৰা হ’ব জুবিন গাৰ্গৰ

ৰাইজৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই অসম চৰকাৰে আজি আৰু কাইলৈৰ দিনটো 'ড্ৰাই ডে' হিচাপে ঘোষণা কৰিছে।
22/09/2025

ৰাইজৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই অসম চৰকাৰে আজি আৰু কাইলৈৰ দিনটো 'ড্ৰাই ডে' হিচাপে ঘোষণা কৰিছে।

22/09/2025

#ভূটানৰ মহামান্য নৃপতিয়ে তেখেতৰ প্ৰতিনিধি প্ৰেৰণ কৰি ৰাইজৰ মৰমৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।
#জুবিন

 #জুবিন গাৰ্গৰ শেষকৃত্যৰ দিনা মঙলবাৰে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান ।
21/09/2025

#জুবিন গাৰ্গৰ শেষকৃত্যৰ দিনা মঙলবাৰে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান ।

মহানায়ক জুবিন গাৰ্গৰ চৰণ যুগল….🙏
21/09/2025

মহানায়ক জুবিন গাৰ্গৰ চৰণ যুগল….🙏

📌প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ বাবে ২৩ ছেপ্টেম্বৰলৈকে ৰাজ্যিক শোক ঘোষণা...
21/09/2025

📌প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ বাবে ২৩ ছেপ্টেম্বৰলৈকে ৰাজ্যিক শোক ঘোষণা...

 #জুবিনৰ শেষ কৃত্ব ৰাষ্ট্ৰীয় মৰ্যাদাৰে কৰা হব।
21/09/2025

#জুবিনৰ শেষ কৃত্ব ৰাষ্ট্ৰীয় মৰ্যাদাৰে কৰা হব।

২৩ ছেপ্টেম্বৰত জুবিন গাৰ্গৰ শেষকৃত্য।
21/09/2025

২৩ ছেপ্টেম্বৰত জুবিন গাৰ্গৰ শেষকৃত্য।

যোৰহাটত হ’ব জুবিনৰ দ্বিতীয়খন সমাধিক্ষেত্ৰ
21/09/2025

যোৰহাটত হ’ব জুবিনৰ দ্বিতীয়খন সমাধিক্ষেত্ৰ

Address

Gauhati
781022

Alerts

Be the first to know and let us send you an email when The Charge posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to The Charge:

Share