Guwahati Now

Guwahati Now Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Guwahati Now, News & Media Website, Hatigaon, Gauhati.
(7)

Welcome to Guwahati Now — your trusted source for breaking news, local stories, and important updates from Guwahati, Assam, Northeast India, India, and around the world.

07/09/2026

🚨 জুবিন গাৰ্গ জীয়াই থাকোঁতে গোৱা গীতৰ বিশেষ মুহূৰ্ত
👉 জুবিন গাৰ্গে জীয়াই থাকোঁতে এই গীতটো পৰিৱেশন কৰিছিল
👉 ALIVE INDIA IN CONCERTত জুবলী আৰু জুবিন গাৰ্গে একেলগে গীত পৰিৱেশন কৰা দেখা গৈছিল
👉 দুইগৰাকী শিল্পীৰ এই যুটীয়া পৰিৱেশনে দৰ্শকৰ মাজত সৃষ্টি কৰিছিল উৎসাহ
👉 জুবিন গাৰ্গৰ অনুৰাগীৰ বাবে এই ভিডিঅ’টো হৈ পৰিছে এক আৱেগিক স্মৃতি

06/09/2026

🚨 মাত্ৰ এক ছেকেণ্ডৰ বাবে ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল কনমানি
👉 পথ পাৰ হ’বলৈ লওঁতেই কনমানিগৰাকীৰ কাষেৰে দ্ৰুতগতিত পাৰ হৈ গ’ল বাহন
👉 মাত্ৰ এক ছেকেণ্ডৰ ব্যৱধানত কথমপি ৰক্ষা পৰিল কনমানিগৰাকী
👉 সমগ্ৰ ঘটনা কেমেৰাত বন্দী, ছ’চিয়েল মিডিয়াত ভাইৰেল দৃশ্য
👉 সাৱধানতাই বহু সময়ত ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিব পাৰে বুলি সোঁৱৰাই দিলে ঘটনাই

06/09/2026

🚨 হৰমুজ প্ৰণালীৰ সমীপত মহিলাৰ কাৰ্গো জাহাজত আক্ৰমণ
👉 অজ্ঞাত প্ৰজেক্টাইলেৰে জাহাজখনত আক্ৰমণ কৰাৰ অভিযোগ
👉 আক্ৰমণৰ ফলত জাহাজখনৰ বিস্তৰ ক্ষতিসাধন
👉 আক্ৰমণৰ পিছত জাহাজখনত থকা কাৰ্গো সিঁচৰতি হৈ পৰে
👉 ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য, তদন্ত অব্যাহত

06/09/2026

🚨 আৰক্ষীৰ গাড়ী বনাম বালি কঢ়িওৱা ট্ৰেক্টৰ, খেদি খেদি পলায়ন
👉 আৰক্ষীৰ পৰা পলাবলৈ খেতিপথাৰৰ মাজেৰে ট্ৰেক্টৰ লৈ পলায়নৰ চেষ্টা
👉 আৰক্ষীৰ গাড়ী দেখি মাতৃ-পুত্ৰই পলায়ন কৰা দেখা গ’ল
👉 খেতিপথাৰৰ দুৰ্গম পথেৰে আৰক্ষীৰ পৰা হাত সাৰিবলৈ চেষ্টা
👉 ঘটনাটোৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে

05/09/2026

🚨 ভাৱনগৰত ST বাছ ষ্টেণ্ডত মহিলাক আক্ৰমণ, পিছত মৃ*ত্যু
👉 গুজৰাটৰ ভাৱনগৰত এগৰাকী মহিলাক তেওঁৰ লিভ-ইন পাৰ্টনাৰে আ*ক্ৰ*ম*ণ কৰাৰ অভিযোগ
👉 ST বাছ ষ্টেণ্ডত সংঘটিত আক্ৰমণৰ সমগ্ৰ ঘটনা CCTV কেমেৰাত বন্দী
👉 আক্ৰমণৰ পিছত মহিলাগৰাকীৰ মৃ*ত্যু হোৱাক লৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত
👉 অভিযুক্ত ফৈজালক গ্ৰেপ্তাৰ কৰাৰ পিছত ঘটনাস্থলী ST ডিপোলৈ লৈ গ’ল আৰক্ষীয়ে
👉 ST ডিপোত অভিযুক্তক লৈ Crime Scene Reconstruction আৰু ৰাজহুৱা Parade অনুষ্ঠিত
👉 অপৰাধৰ বিৰুদ্ধে কঠোৰ বাৰ্তা প্ৰদান আৰু স্থানীয় লোকক আশ্বস্ত কৰাৰ উদ্দেশ্যে এই পদক্ষেপ আৰক্ষীৰ
👉 ঘটনাটোৰ অধিক তদন্ত অব্যাহত ৰাখিছে গুজৰাট আৰক্ষীয়ে

05/09/2026

🚨 গৰৈমাৰী আৰক্ষীৰ থানাৰ দালালবিৰোধী অভিযান
👉 গৰৈমাৰী আৰক্ষীয়ে ১০জন দালালক গ্ৰেপ্তাৰ
👉 গ্ৰেপ্তাৰ কৰা লোকসকলৰ বিৰুদ্ধে থানাত দালালি কৰাৰ অভিযোগ
👉 গৰৈমাৰী আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ পৰা গ্ৰেপ্তাৰ লোককেইজনক
👉 আৰক্ষীৰ এই অভিযানক লৈ দালাল চক্ৰৰ মাজত সৃষ্টি হৈছে হাহাকাৰ

05/09/2026

🚨 গৈছিল মন্ত্ৰী মহোদয়ক মালা পিন্ধাবলৈ
👉 কিন্তু মালা পিন্ধোৱাৰ পিচতেই চোৰে সমৰ্থকৰ ডিঙিৰ পৰা নিলে সোণৰ চেইন
👉 বিহাৰৰ মন্ত্ৰী নিশান্ত কুমাৰৰ অনুষ্ঠানত এই ঘটনা

05/09/2026

🚨 দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জলাবদ্ধতা
👉 প্ৰবল বৰষুণৰ ফলত বিমানবন্দৰৰ বিভিন্ন স্থানত জমিল পানী
👉 ৰাজধানী দিল্লীত ধাৰাসাৰ বৰষুণৰ পিছতে সৃষ্টি হয় জলাবদ্ধতা
👉 জলাবদ্ধতাৰ ফলত বিমানবন্দৰলৈ অহা-যোৱা কৰা যাত্ৰীসকলে সন্মুখীন হয় সমস্যাৰ
👉 ধাৰাসাৰ বৰষুণে ব্যাহত কৰিছে দিল্লীৰ স্বাভাৱিক জনজীৱন

🚨 সমন্বয় প্ৰেছ ক্লাবৰ বৃক্ষৰোপণ কাৰ্যসূচী 👉 মহানগৰীৰ বিভিন্ন স্থানত ১২শ গছপুলি ৰোপণ 👉 নাহৰ, বগীপমা, শিলিখা, আমলখি, মহান...
05/09/2026

🚨 সমন্বয় প্ৰেছ ক্লাবৰ বৃক্ষৰোপণ কাৰ্যসূচী
👉 মহানগৰীৰ বিভিন্ন স্থানত ১২শ গছপুলি ৰোপণ
👉 নাহৰ, বগীপমা, শিলিখা, আমলখি, মহানিম আদি গছৰ পুলি ৰোপণ
👉 সেউজ পৰিৱেশ গঢ়াৰ লক্ষ্যৰে গ্ৰহণ কৰা হৈছে এই বিশেষ পদক্ষেপ
👉 বৃক্ষৰোপণৰ জৰিয়তে পৰিৱেশ সংৰক্ষণৰ বাৰ্তা প্ৰদান সমন্বয় প্ৰেছ ক্লাবৰ

Address

Hatigaon
Gauhati
781038

Alerts

Be the first to know and let us send you an email when Guwahati Now posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share