Axom news Now

Axom news Now Axom News Now – Your News, Your Stories, Your Voice.
আপোনাৰ প্ৰিয় ডিজিটেল বাতৰি চেনেল অসম নিউজ নাওলৈ স্বাগতম।

জ্ঞানদা কাকতি আৰু নাই! খহি পৰিল অসমীয়া চলচ্চিত্ৰৰ এটি উজ্জ্বল নক্ষত্ৰ। অসমীয়া চলচ্চিত্ৰৰ সোণসেৰীয়া যাত্ৰাক যিসকল অভিন...
09/01/2025

জ্ঞানদা কাকতি আৰু নাই! খহি পৰিল অসমীয়া চলচ্চিত্ৰৰ এটি উজ্জ্বল নক্ষত্ৰ। অসমীয়া চলচ্চিত্ৰৰ সোণসেৰীয়া যাত্ৰাক যিসকল অভিনেত্ৰীয়ে মোহনীয় ব্যক্তিত্ব আৰু প্ৰাণস্পৰ্শী অভিনয়েৰে সমৃদ্ধ কৰি থৈ গৈছে, তাৰ ভিতৰত জ্ঞানদা কাকতি প্ৰাতঃস্মৰণীয়। আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত প্ৰথমখন অসমীয়া চলচ্চিত্ৰ 'পূবেৰুণ'ত দুৰ্দান্ত অভিনয়েৰে তেখেতে বিদেশতো সমাদৰ লাভ কৰিছিল। তেওঁৰ বিয়োগ অসমৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি।

তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিলোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গ তথা গুণমুগ্ধসকললৈ গভীৰ সমবেদনা জনালোঁ।

17/07/2024

সংবাদপত্ৰ সন্দৰ্ভত দ্যা হিন্দুৰ উপ-সভাপতি শ্ৰীধৰে কি ক'লে

10/07/2024

👉 ঢকুৱাখনাৰ যক্ষ্মাত আক্ৰান্ত নোহোৱা মহিলাকো খাবলৈ দিলে ঔষধ।
👉ধিঙৰ ধুপগুৰিত অনুত্তীৰ্ণ ঘোষণাৰ ৫দিন পিচত পালে উত্তীৰ্ণৰ মাৰ্কশ্বিট।
👉 আপোনাৰ মানুহজন জীয়াই আছে, বিধৱাৰ সাজ নিপিন্ধিবঃ সুনীলৰ পত্নীক আইজিপি সংযুক্ত পৰাশৰ
Highlightght

07/07/2024

National Board of Examinations in Medical Sciences (NBEMS), an autonomous body of the Ministry of Health & Family Welfare, Government of India, conducted the Foreign Medical Graduate Examination (FMGE) for 35,819 candidates, today.

The examination has been conducted in 71 centres, spread across 50 cities in 21 states. As a measure towards stringent examination security, NBEMS appointed more than 250 appraisers to supervise the conduct of examination. This was further augmented with a flying squad comprising of 45 faculty members.

As directed by Union Health Minister, Director General of Health Services (DGHS), MoHFW and other Institutions had also deputed a senior person at all the examination centres. No untoward incident has been reported anywhere and the NBEMS will declare the result of today’s FMGE in due course.

07/07/2024

বান সমস্যাক লৈ মুখ্যমন্ত্ৰীয়ে কি ক'লে
Himanta Biswa Sarma

বাংলাদেশৰ স্বামীবাগ ইছকন মন্দিৰৰ জগন্নাথ ৰথযাত্ৰাৰ সময়ত ৫জন লোকৰ আজি সন্ধিয়া মুত্যু ঘটে। ৰছি টনাৰ সময়ত বিদ্যুৎস্পৃষ্ট...
07/07/2024

বাংলাদেশৰ স্বামীবাগ ইছকন মন্দিৰৰ জগন্নাথ ৰথযাত্ৰাৰ সময়ত ৫জন লোকৰ আজি সন্ধিয়া মুত্যু ঘটে। ৰছি টনাৰ সময়ত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ঘটে।
Bangladesh

অৱশেষত হালধীয়া চৰাইজনীয়ে ক’লে গুডবাইহয় আপোনালোকে ঠিকে পঢ়িছে৷ এই হালধীয়া চৰাইজনী আছিল কু (Koo) নামৰ এটা মাইক্ৰ’ব্লগিং এপ...
06/07/2024

অৱশেষত হালধীয়া চৰাইজনীয়ে ক’লে গুডবাই
হয় আপোনালোকে ঠিকে পঢ়িছে৷ এই হালধীয়া চৰাইজনী আছিল কু (Koo) নামৰ এটা মাইক্ৰ’ব্লগিং এপ৷ যি দেশীয় টুইটাৰ বুলিও জনাজাত হৈ পৰিছিল৷ বিশেষকৈ টুইটাৰক প্ৰত্যাহ্বান জনাই মায়ংক বিদ্দতকা আৰু অপ্ৰেময় ৰাধাকৃষ্ণই প্ৰস্তুত কৰি উলিওৱা এই এপত হালধীয়া চৰাইৰ প্ৰতিকৃতি লগোৱা হৈছিল৷ অতি কম দিনৰ ভিতৰতে এইপটোৱে ভাৰতত জনপ্ৰিয় হৈ পৰিছিল৷ভাৰতীয় ৰাজনীতিতো স্থান দখল কৰিছিল৷ টুইটাৰৰ লগত ভাৰত চৰকাৰৰ সংঘাটৰ পৰিণতিত কু নামৰ এপে প্ৰধানমন্ত্ৰী মোদীৰ পৰা আৰম্ভ কৰি কংগনা ৰাণাৱতলৈ সকলোকে আকৰ্ষণ কৰিছিল৷ সকলোৰে আছিল কু একাউণ্ট৷ যিহেতু দেশপ্ৰেমৰ নামত তৈয়াৰ কৰা হৈছিল, সেয়ে কুৱে একাংশ হিন্দুত্ববাদী লোককো আকৰ্ষণ কৰিছিল৷ কুত দিনে নিশাই যুৱ-প্ৰজন্মৰ নামত চলিছিল মুছলিম বিৰুদ্ধে হিংসা, বিদ্বেষ আৰু বিৰোধীতা৷ নিৰ্মাতাসকলো খুব আনন্দত আছিল বোলে যিহেতু চৰকাৰ আমাৰ গতিকে চিন্তা নাই৷ কিন্তু তেওঁলোকৰ ধাৰণাক ভুল প্ৰমাণিত হ’ল৷ ১ কোটি অনুগামীৰ উক্ত কুৱে বিত্তীয় সংকটত পৰি যোৱা বছৰ বিৰাট সংখ্যক কৰ্মচাৰীক বিদায় দিছিল৷ তাৰ পিছতো বিত্তীয় সংকটৰ পৰা উদ্ধাৰৰ কোনো ৰাস্তা নাপাই অৱশেষত বুধবাৰে ক’লে গুডবাই৷যি টুইটাৰক প্ৰত্যাহ্বান জনাই টুইটাৰৰ বিকল্প হিচাপে আত্মপ্ৰকাশ কৰিছিল, সেই কুৱে নিজৰ বিত্তীয় সংকটক প্ৰত্যাহ্বান জনাব নোৱাৰিলে৷ মাত্ৰ চাৰি বছৰতে গুডবাই দিলে৷ আনকি চৰকাৰেও উদ্ধাৰ নকৰিলে৷ এটা সময়ত বিজেপি চৰকাৰৰ প্ৰায় কেইজন কেবিনেট মন্ত্ৰী-সাংসদে কুত নিজৰ চৰকাৰী একাউণ্ট বনাইছিল আৰু সকলোকে ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছিল৷ প্ৰচাৰ চলাইছিল৷ ইয়াৰ শ্ল’গান আছিল আপনে কু কিয়া ক্যা?
Axom news Now Safiul Islam

03/07/2024

Welcome to AXOM NEWS NOW

Dear Readers,

We are thrilled to welcome you to AXOM NEWS NOW, your premier destination for timely, insightful, and reliable news coverage. At AXOM NEWS NOW, we are dedicated to bringing you the latest updates from around the world, with a special focus on the stories that matter most to you.

Our mission is to deliver high-quality journalism that informs, inspires, and engages our diverse audience. We believe in the power of information to transform lives and communities, and we are committed to providing a platform for voices and perspectives that need to be heard.

Whether it's breaking news, in-depth analysis, or inspiring human interest stories, AXOM NEWS NOW is here to keep you informed and connected. We are passionate about delivering news with integrity, accuracy, and a deep commitment to our readers.

Thank you for joining us on this journey. We look forward to being your trusted source for news and information.

Warm regards,

The AXOM NEWS NOW Team

Address

Kaziranga Path, Sundarban Nagar, Dakhingaon
Gauhati
781028

Alerts

Be the first to know and let us send you an email when Axom news Now posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Axom news Now:

Share