Dainik Prime Assam 24×7

Dainik Prime Assam 24×7 From Assam to the World

06/08/2026

📌 জুবিন গাৰ্গৰ কালজয়ী গীতেৰে সমগ্ৰ অসমবাসীক আৱেগিক কৰিলে দক্ষিণৰ কণ্ঠশিল্পী সিড শ্ৰীৰামে

দক্ষিণ ভাৰতৰ জনপ্ৰিয় কণ্ঠশিল্পী সিড শ্ৰীৰামে (Sid Sriram) এক অভূতপূৰ্ব আৰু ব্যতিক্ৰমী বাৰ্তাৰে অসমবাসীক আৱেগিক কৰি তুলিছে। ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা আৱেগিক ভিডিঅ’ত "শ্ৰীবল্লী" (Srivalli) খ্যাত গায়কগৰাকীয়ে অসমৰ প্ৰয়াত সংগীত সম্ৰাট জুবিন গাৰ্গক গভীৰভাৱে স্মৰণ কৰে। কেৱল সেয়াই নহয়, জুবিন দাৰ সংগীত আৰু শক্তিক "চিৰন্তন" বুলি অভিহিত কৰি তেওঁ জুবিন দাৰ এটি জনপ্ৰিয় অসমীয়া গান গাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

📌অসমৰ বান পৰিস্থিতিক লৈ এইবাৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে চিতু বৰুৱা। বানপানীৰ ক্ষয়-ক্ষতি...
02/08/2026

📌অসমৰ বান পৰিস্থিতিক লৈ এইবাৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে চিতু বৰুৱা। বানপানীৰ ক্ষয়-ক্ষতিৰ ক্ষেত্ৰত বৈষম্যমূলক স্থিতিৰ অভিযোগ তুলি তেওঁ কয় যে বানত কেৱল নামঘৰেই ক্ষতিগ্ৰস্ত হোৱা নাই, সমানেই মছজিদো ধ্বংসৰ মুখত পৰিছে। মুখ্যমন্ত্ৰীৰ শেহতীয়া স্থিতিৰ বিৰুদ্ধে এতিয়া গৰজি উঠিছে চিতু বৰুৱা।

বানপানীয়ে নামঘৰ-মছজিদ ভেদাভেদ নকৰে! মুখ্যমন্ত্ৰীক লক্ষ্য কৰি এই মন্তব্য চিতু বৰুৱাৰ। ৰাজ্যৰ বান পৰিস্থিতিৰ পাছত কেৱল একপক্ষীয়ভাৱে নামঘৰৰ ক্ষতিৰ কথা কোৱাক লৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বৰুৱা। চৰকাৰী সাহায্য আৰু দৃষ্টি সকলো ধৰ্মীয় উপাসনা স্থলীৰ ওপৰত সমানে পৰিব লাগে বুলি তেওঁ দাবী উত্থাপন কৰে।

02/07/2026
ধৰ্মীয় বাণিজ্য নে জীৱিকা? অম্বুবাচী মেলাৰ মাজতে কামাখ্যাত পূজাৰ সামগ্ৰী বিক্ৰী কৰা এজন অনা-হিন্দু যুৱকক ধৰ্ম সন্দৰ্ভত প...
25/06/2026

ধৰ্মীয় বাণিজ্য নে জীৱিকা? অম্বুবাচী মেলাৰ মাজতে কামাখ্যাত পূজাৰ সামগ্ৰী বিক্ৰী কৰা এজন অনা-হিন্দু যুৱকক ধৰ্ম সন্দৰ্ভত প্ৰশ্ন কৰা এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এই ঘটনাক লৈ ছ’চিয়েল মিডিয়াত স্পষ্টভাৱে দুটা পক্ষৰ সৃষ্টি হৈছে— একাংশই ধৰ্মীয় স্থানত পৰিচয়ৰ স্বচ্ছতা বিচাৰিছে আৰু আন একাংশই ব্যৱসায় তথা জীৱিকাক ধৰ্মৰ ঊৰ্ধ্বত ৰখাৰ সপক্ষে যুক্তি দিছে। 📰

27/04/2026

23/04/2026

📌 জুবিন ক্ষেত্ৰত বিহু পালন কৰিলে জ্যোতিপলে
📌 বৰষুণত তিতি তিতি কণ্ঠ নিগৰাইছে জুবিনৰ গীতত

22/04/2026

📌 ভাইৰেল বয় ৰহিম ৰাজৰ কণ্ঠত জুবিন গাৰ্গৰ জনপ্ৰিয় গীত উপভোগ কৰক আৰু শ্বেয়াৰ কৰক।

18/04/2026

📌 এয়াই অসমীয়া যুৱকৰ প্ৰতিভা। জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী। ৰহিম ৰাজ।

Rahim Raj

Address

Gauhati

Website

Alerts

Be the first to know and let us send you an email when Dainik Prime Assam 24×7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share