Himanta Biswa Sarma Fans Club Assam

Himanta Biswa Sarma Fans Club Assam Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Himanta Biswa Sarma Fans Club Assam, Digital creator, Gauhati.

অসমৰ মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা দেৱৰ বিভিন্ন জনকল্যাণমুখী পদক্ষেপ সমূহ প্ৰচাৰ কৰা।

আপোনালোকে আমাৰ পেজটো Like আৰু Follow কৰি সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিলোঁ।

আজি উত্তৰাখণ্ডৰ মাননীয় ৰাজ্যপাল অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল গুৰমিৎ সিঙ ডাঙৰীয়াই গুৱাহাটীত মাননীয় মুখ্যমন্ত্ৰী ড° হ...
28/05/2026

আজি উত্তৰাখণ্ডৰ মাননীয় ৰাজ্যপাল অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল গুৰমিৎ সিঙ ডাঙৰীয়াই গুৱাহাটীত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক এক সৌহাৰ্দ্যপূৰ্ণ মত-বিনিময়ত মিলিত হয়।

মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতক অসমলৈ উষ্ম আদৰণি জনোৱাৰ লগতে দুয়োখন ৰাজ্যৰ কল্যাণৰ সৈতে জড়িত বিভিন্ন বিষয়ক লৈ আলোচনা কৰে।


আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অসম বিধান সভাৰ কাৰ্যালয় কক্ষত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, টিএ...
27/05/2026

আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অসম বিধান সভাৰ কাৰ্যালয় কক্ষত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, টিএমপিকেৰ গোলাঘাট জিলা সমিতি, চুতীয়া ছাত্ৰ সন্থা, অসম চাহ জনজাতি মহিলা সমিতি, উজনি অসম দৃষ্টিহীন ছাত্ৰ সন্থাকে ধৰি কেইবাটাও দল-সংগঠনৰ নেতৃবৰ্গৰ লগতে মাননীয় বিধায়ক শ্ৰীযুত তৰংগ গগৈ ডাঙৰীয়া, শ্ৰীযুত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া আৰু শ্ৰীযুত মিলন দাস ডাঙৰীয়াই সাক্ষাৎ কৰি দ্বিতীয় কাৰ্যকালৰ বাবে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।


゚ ゚

অসমৰ সকলো নাগৰিকৰ বাবে সমান অধিকাৰ, সম মৰ্যাদা আৰু সম ন্যায় সুনিশ্চিত কৰিবলৈ আজি অসম বিধানসভাত Uniform Civil Code (UCC)...
27/05/2026

অসমৰ সকলো নাগৰিকৰ বাবে সমান অধিকাৰ, সম মৰ্যাদা আৰু সম ন্যায় সুনিশ্চিত কৰিবলৈ আজি অসম বিধানসভাত Uniform Civil Code (UCC) বিধেয়ক গৃহীত কৰে।



27/05/2026
আজি লখিমপুৰ সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীমানৱ ডেকা ডাঙৰীয়াই মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সাক্ষাৎ...
26/05/2026

আজি লখিমপুৰ সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীমানৱ ডেকা ডাঙৰীয়াই মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ নিজৰ এক মাহৰ দৰমহা আগবঢ়ায়।

ৰাজ্যৰ জনকল্যাণমূলক পদক্ষেপসমূহৰ প্ৰতি একাত্মতা প্ৰকাশ কৰি আগবঢ়োৱা এই মহানুভৱ পদক্ষেপৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে আৰু সহযোগিতাৰ শলাগ লয়।


26/05/2026
আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিধান সভাৰ অধিৱেশনত ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ উত্থাপ...
26/05/2026

আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিধান সভাৰ অধিৱেশনত ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ উত্থাপন কৰি অসমৰ বিকাশ যাত্ৰা আৰু ভৱিষ্যতৰ ৰূপৰেখা সম্পৰ্কে বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে।


゚ ゚

আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী দামোদৰদেৱ প্ৰেক্ষাগৃহত মাননীয় ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শ‌ইকীয়া ডাঙৰীয়াৰ...
26/05/2026

আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী দামোদৰদেৱ প্ৰেক্ষাগৃহত মাননীয় ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শ‌ইকীয়া ডাঙৰীয়াৰ সভাপতিত্বত বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হয়।

উক্ত সভাত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া,কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত পৱিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া,সন্মানীয় সাংসদ সকল, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক বিষয়ববীয়া,জিলা সভাপতি সকল, জিলা প্ৰভাৰী সকল, মণ্ডল সভাপতি সকল তথা বিভিন্ন মৰ্চাৰ প্ৰতিনিধিসকল উপস্থিত থাকে।





゚ ゚

26/05/2026
26/05/2026
আজি গুৱাহাটীস্থিত লোকভৱনত ভূটানৰ মাননীয় প্ৰধানমন্ত্ৰী শ্বেৰিং টবগে ডাঙৰীয়াৰ সন্মানাৰ্থে আয়োজিত সাংস্কৃতিক অনুষ্ঠান আৰ...
25/05/2026

আজি গুৱাহাটীস্থিত লোকভৱনত ভূটানৰ মাননীয় প্ৰধানমন্ত্ৰী শ্বেৰিং টবগে ডাঙৰীয়াৰ সন্মানাৰ্থে আয়োজিত সাংস্কৃতিক অনুষ্ঠান আৰু নৈশ ভোজত অসমৰ মাননীয় ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰমুখ্যে অন্যান্য গণ্য-মান্য ব্যক্তি সকল উপস্থিত থাকে।



゚ ゚

Address

Gauhati

Alerts

Be the first to know and let us send you an email when Himanta Biswa Sarma Fans Club Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share