
30/06/2025
যোৱা কেইবছৰমান/দিনত ইমানবোৰ উৎকৃষ্ট অসমীয়া চলচ্চিত্ৰ লাভ কৰাৰ পিছত, একে উৎসাহেৰে আজি ৰুদ্ৰ চাবলৈ গৈছিল। কিন্তু সঁচা ক "বলৈ গ" লে অতি দুৰ্বল কাহিনীৰ সৈতে অতি বেছি একচন দৃশ্য আৰু শব্দৰ সৈতে ই হতাশাজনক হৈ পৰিছিল।
অৱশ্যে পৰ্যালোচনা বেলেগ বেলেগ হ "ব পাৰে।