BorAxom

BorAxom Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from BorAxom, Digital creator, Chinaki Path, Gauhati.
(1)

ব’ৰ অসমলৈ স্বাগতম! অসমৰ জীপাল সংস্কৃতি, গৌৰৱময় ঐতিহ্য আৰু অপৰূপ সৌন্দৰ্য্যৰ উদযাপনৰ এখন মঞ্চ। বিহুৰ ৰঙীন উৎসৱ, কাজিৰঙাৰ প্ৰাকৃতিক সম্পদ, অসমীয়া খাদ্যৰ সোৱাদ আৰু আমাৰ ইতিহাসৰ কাহিনীৰে আমি অসমৰ গৌৰৱ প্ৰকাশ কৰোঁ।
#অসমীয়া_সংস্কৃতি #বিহু #কাজিৰঙা #অসমীয়া

দেখা মাত্ৰকেই লিখক ঔম নমঃ শিৱাই 🙏আপোনাৰ কি হয় সেইয়া ভগৱানে নিশ্চিয় চিন্তা কৰিব। আমাৰ এণগেজমেণ্ট বাঢ়িব
26/08/2026

দেখা মাত্ৰকেই লিখক ঔম নমঃ শিৱাই 🙏
আপোনাৰ কি হয় সেইয়া ভগৱানে নিশ্চিয় চিন্তা কৰিব।
আমাৰ এণগেজমেণ্ট বাঢ়িব

আহ আহ ওলাই আহ সজাগ জনতা ✊️✊️
22/08/2026

আহ আহ ওলাই আহ সজাগ জনতা ✊️✊️

12/08/2026

🔴পুৱাৰ বাণী
#অসমীয়াবাতৰি

21/07/2026

সৎ,সাহসী প্ৰগতিশীল চিন্তাৰ মানুহবোৰ এনেকুৱাই, আত্মপ্ৰচাৰ নকৰে, কোনোবাই তেওঁলোকক জিন্দাবাদ ধ্বনি দিলেও আত্মহাৰা নহয়, অপবাদ দিলেও বিচলিত নহয় 🙏🙏🙏
Ajit Anjum

20/07/2026

সময়ৰ লগে লগে উত্তপ্ত হৈ পৰিছে প্ৰতিবাদ৷ সংসদ ভৱনৰ সন্মুখত অভূতপূৰ্ব পৰিস্থিতি

কাৰোবাৰ বিপদৰ সময়ত সহায় হব পাৰে👇 ফেচবুকত পালোঁচৰাইদেউৰ বানাক্ৰান্ত ৰাইজৰ বাবে হেল্পলাইন নম্বৰ মুকলি জিলা প্ৰশাসনৰ। জিল...
20/07/2026

কাৰোবাৰ বিপদৰ সময়ত সহায় হব পাৰে👇 ফেচবুকত পালোঁ
চৰাইদেউৰ বানাক্ৰান্ত ৰাইজৰ বাবে হেল্পলাইন নম্বৰ মুকলি জিলা প্ৰশাসনৰ। জিলা আয়ুক্তৰ নিয়ন্ত্ৰণত থকা 6002670501 আৰু আৰক্ষীৰ নিয়ন্ত্ৰণত থকা 6026900292 নম্বৰত যোগাযোগৰ আহ্বান।

Address

Chinaki Path
Gauhati
781022

Alerts

Be the first to know and let us send you an email when BorAxom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share