ADRE and AB/UB Exam Preparation

ADRE and AB/UB Exam Preparation Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from ADRE and AB/UB Exam Preparation, Digital creator, Gauhati.

This is an Educational page aims to provide valuable resources and information to support learning and knowledge acquisition, focusing on General Awareness and Current Affairs.

22/05/2025

Good Morning

20/04/2025

Social Media Platform কাৰো ব্যক্তিগত সম্পত্তি নহয়।
এয়া এক ৰাজহুৱা মঞ্চ।।

18/04/2025

Indian Premier League চমুকৈ IPL কিমান চনত পোনপ্ৰথম বাৰৰ বাবে অনুষ্ঠিত হৈছিল ?

---------------------------------------ব'হাগ মাথোঁ এটি ঋতু নহয়নহয় ব'হাগ এটি মাহঅসমীয়া জাতিৰই আয়ুস ৰেখা -------------...
14/04/2025

---------------------------------------
ব'হাগ মাথোঁ এটি ঋতু নহয়
নহয় ব'হাগ এটি মাহ
অসমীয়া জাতিৰ
ই আয়ুস ৰেখা
--------------------------------------

বিশ্বৰ প্ৰতিটো কোণত থকা প্ৰতিজন অসমীয়াক বিহুৰ আন্তৰিক শুভকামনা জনাইছো। সকলোৰে ভাল হওঁক আৰু সকলো শান্তিৰে থাকক। এই বিহুৱে প্ৰতিটো পৰিয়ালৰ বাবে কঢিয়াই আনক সুখ আৰু শান্তিৰ বতৰা। তাৰেই কামনাৰে ❤️

13/04/2025

Good Evening

12/04/2025

শুপ্ৰভাত প্ৰিয় বন্ধুবৰ্গ

07/04/2025

অসমৰ জাতীয় ফুলবিধৰ নাম কি ?

06/04/2025

Good Night

05/04/2025

Modern Indian History

03/04/2025

ছবিখনত দেখা এই অদ্ভুত প্ৰাণীবিধৰ নাম কি বাৰু ? যাৰ মুখখন হাঁ‌হৰ নিচিনা আৰু বাকী শৰীৰ অংশ নেউল বা কেৰ্কেটুৱা সদৃশ।

যদি জানে নিশ্চয়কৈ কমেন্ট কৰি জনাব ।।

Address

Gauhati

Website

Alerts

Be the first to know and let us send you an email when ADRE and AB/UB Exam Preparation posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share