Spasta the clear message

Spasta the clear message স্পষ্টতাৰে ৰাইজৰ কাষত ...
(4)

🔺দুৰ্যোগ ব্যৱস্থাপনা কমিটী গঠন ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ 🔺তত্বাৱধায়কৰ দায়িত্বত বিধায়ক পীয়ুষ হাজৰিকা,সাংসদ বি...
28/05/2026

🔺দুৰ্যোগ ব্যৱস্থাপনা কমিটী গঠন ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
🔺তত্বাৱধায়কৰ দায়িত্বত বিধায়ক পীয়ুষ হাজৰিকা,সাংসদ বিজুলী কলিতা মেধি, অমিয় ভূঞা
#

28/05/2026

28/05/2026

28/05/2026

নেপালত অনুষ্ঠিত দ্বাদশ সংখ্যক আন্তৰাষ্ট্ৰীয় ময়ুৰ কাপ 2026 কাৰাটে প্ৰতিযোগিতাত উজ্বলি উঠিল অসম সন্তান। সোন, ব্ৰঞ্জৰ লগতে ৰূপৰ পদক লাভ কৰি কঢ়িয়ালে গৌৰৱ। তামুলপুৰৰ লতিবাৰীৰ স্ব গৃহত উপস্থিত হোৱাৰ পিছতে খেলুৱৈ সকলক উষ্ম আদৰণি বিটিচিৰ EM লক্ষী(ভজন) দাসৰ।

28/05/2026

🔺ঐতিহাসিক হাবুংত থাইলেণ্ডৰ পৰ্যটক
🔺হাবুং উন্নয়ন ও পৰিচালনা সমিতিৰ উস্ম আদৰনী বিদেশী পৰ্যটকক

28/05/2026

28/05/2026

🔺 কেনেকৈ আৰক্ষীৰ জালত পৰিল দুধৰ্ষ অপহৰণকাৰী
🔺২৬ মে তাৰিখে ভুক্তভোগী পৰিয়ালে হাতীগাঁও আৰক্ষীক জনোৱাৰ পিছতেই জোৰদাৰ অভিযান আৰম্ভ কৰিছিল আৰক্ষীয়ে
🔺অপহৰণকাৰীয়ে পৰিয়ালক দাবী কৰিছিল ৫ লাখ টকা। টকা নিদিলে ভাবুকি দিছিল মৃত্যুৰ
🔺৪ অপহৰণকাৰীঅ আবু ছালাম, ৰোজমিল আলী, আছাতুল্লা আলী আৰু দলনুৰ হুছেইনক গ্ৰেপ্তাৰ কৰিয়েই সংবাদমেল সম্বোধন হাতীগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ
🔺 উল্লেখ্য নাছিৰ আহমেদ নমৰ এজন ব্যক্তিক অপহৰণ কৰি বৃহৎ পৰিমাণৰ ধন দাবী কৰিছিল ৪ অপহৰণকাৰীয়ে

🔺চেহেৰা চিনি থওঁক ৪ টা দুধৰ্ষ অপহৰণকাৰীক🔺 এজন যুৱকক অপহৰণ কৰি বৰ্তমান হাতীগাঁও আৰক্ষীৰ জালত অপহৰণকাৰী কেইটা 🔺ভুক্তভোগী প...
28/05/2026

🔺চেহেৰা চিনি থওঁক ৪ টা দুধৰ্ষ অপহৰণকাৰীক
🔺 এজন যুৱকক অপহৰণ কৰি বৰ্তমান হাতীগাঁও আৰক্ষীৰ জালত অপহৰণকাৰী কেইটা
🔺ভুক্তভোগী পৰিয়ালক দাবী কৰিছিল ৫ লাখ টকা
🔺অপহৰণকাৰী কেইটাৰ নাম ছিপাঝাৰৰ আবু চালাম , ৰোজামিল আলী , দৰংৰ আছাতুল্লা আলী আৰু বজালীৰ দলনুৰ হুছেইন

28/05/2026

🔺 মহানগৰৰ হাতীগাঁওত অপহৰণকাৰীক গ্ৰেপ্তাৰ
🔺নাছিৰ আহমেদ নামৰ এজন যুৱকক অপহৰণ কৰি মুক্তিপণদাবী কৰিছিল ৫ লাখ টকা
🔺টকা নিদিলে পৰিস্থিতি ভয়াবহ হব বুলি বাৰম্বাৰ ভাবুকি দিছিল ভুক্তভোগী পৰিয়ালক
🔺 ভুক্তভোগীৰ পৰিয়ালে হাতীগাঁও থানাত দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত চলাই মঙলদৈৰ পৰা AS01BD 7724 নম্বৰৰ চুইফট বাহন এখনৰ পৰা উদ্ধাৰ কৰে অপহৰণ কৰা যুৱকজনক
🔺 ৪ টা অপহৰণকাৰী ক্ৰমে চিপাঝাৰৰ আবু চালাম , ৰোজামিল আলী , দৰংৰ আছাতুল্লা আলী আৰু বজালীৰ দলনুৰ হুছেইন নামৰ চাৰিজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় হাতীগাঁও আৰক্ষী
🔺আৰক্ষীয়ে অপহৰণকাৰী কেইজনক জেৰা অব্যাহত ৰাখিছে

Address

Gauhati

Website

Alerts

Be the first to know and let us send you an email when Spasta the clear message posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share