N east live digital

N east live digital সঠিক আৰু সত্য খবৰ সৈতে আমি সদায় জনতাৰ কাষত N EAST LIVE NEWS &WEB PORTAL CHANNEL.
বিভিন্ন বা-বাতৰি আৰু বিজ্ঞাপন বাবে যোগাযোগ কৰক 9577205235

04/08/2026

⏺️'পানীত জঁপিয়াই যাব পৰা মুখ্যমন্ত্ৰী আগতে দেখাই নাই।' শিৱসাগৰত বান পৰ্যৱেক্ষণ কৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত আৰু কি ক'লে বিধায়ক অখিল গগৈয়ে?

25/07/2026

⏺️ উজনি অসমৰ প্ৰলয়ংকৰী বান পৰিস্থিতিত সৰ্বস্বান্ত হৈ চূড়ান্ত দুৰ্ভোগৰ সন্মুখীন হোৱা বানপীড়িত লোকসকলৰ কাষত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে। গুৱাহাটীৰ পৰা অত্যাৱশ্যকীয় খাদ্যসামগ্ৰী, নিত্যপ্ৰয়োজনীয় সামগ্ৰী লৈ আজি উজনি অসমৰ উদ্দেশ্যে ৰাওনা হয়.

04/07/2026

⏺️ ভয়ঙ্কৰ দু*ৰ্ঘ*ট*নাৰ পৰা ৰক্ষা পৰিল এটি শিশু।

03/07/2026

⏺️ নলবাৰীৰ গংগাপুৰত লাভ জেহাদৰ বলি হোৱা কিশোৰীৰ মৃত্যু। ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া কিশোৰীগৰাকীৰ আত্মীয়ৰ।

03/07/2026

⏺️ শিলিগুৰিৰ ৰাজপথত দুই "ষাঁড় গৰু "ৰ যুঁজত পথচাৰী আহত।

02/07/2026

⏺️ ৰাজপথত দুই বলধৰ ৰণ ভাঙিলে ৰাজপথৰ দোকান।

13/06/2026

⏺️ অসমত চলিব কেৱল অসমীয়া ভাষাৰহে ফলক। নিশা নলবাৰীৰ ৰাজপথত বিভিন্ন ভাষীক ব্যৱসায়িক ফলকত ক'লা ছাই সানিলে জাতীয় সংগঠন AJYCPয়ে।

⏺️ আপুনি ভাল পোৱা বস্তুবিধ এতিয়াৰে পৰা ক্ৰয় কৰিবলৈ গ'লে গৰম পকেট খালী হ'ব আপোনাৰ।
13/06/2026

⏺️ আপুনি ভাল পোৱা বস্তুবিধ এতিয়াৰে পৰা ক্ৰয় কৰিবলৈ গ'লে গৰম পকেট খালী হ'ব আপোনাৰ।

09/06/2026

⏺️ "DCP বলীন দেউৰীৰ অভিযোগ সম্পূৰ্ণ ভিত্তিহীন, অসত্য। মোৰ কন্ঠস্বৰ ফৰেনচিকত পৰীক্ষা কৰাওক এয়া মোৰ প্ৰত্যাহ্বান"।

29/04/2026

⏺️বিজেপি অসম প্ৰদেশ মহিলা মৰ্চাৰ উদ্যোগত "জোৰ সমদল"।

গুৱাহাটীৰ বনগাওঁ হাইস্কুল খেলপথাৰৰ পৰা বেলতলা হাইস্কুল খেলপথাৰলৈ যোৰ সমদল কাৰ্য্যসূচী আয়োজন কৰা হয়। উক্ত কাৰ্য্যসূচীত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, গুৱাহাটী লোকসভাৰ সাংসদ বিজুলী কলিতা মেধি, মহিলা মৰ্চাৰ সভানেত্ৰী নীলিমা দেৱী, উপ- সভানেত্ৰী ৰেখা ৰাণী দাস বড়ো উপস্থিত থাকে। ইয়াৰ উপৰিও কেইবা শতাধিক মহিলাই হাতত প্লেকাৰ্ড আৰু যোৰ লৈ ৩৩% সংৰক্ষণৰ দাবিত শ্লোগান দিয়ে।

Address

Gauhati

Website

Alerts

Be the first to know and let us send you an email when N east live digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share