Hirak Axom

Hirak Axom মোৰ পেজটিলৈ স্বাগতম জনাইছো । সকলোৱে মৰম চেনেহ আগবঢ়াই Follow কৰি দিব 🙏🙏
অসমীয়া হিন্দু লৰা 🚩

Good morning everyone 🌅
13/11/2025

Good morning everyone 🌅

সু-প্ৰভাত।
06/09/2025

সু-প্ৰভাত।

Nothing to say😄😄
29/08/2025

Nothing to say😄😄

18/08/2025

14/08/2025
আজি ভাৰতীয় জনতা পাৰ্টি, মুছলপুৰ মণ্ডলৰ উদ্যোগত ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আজি আঠিয়াবাৰী হাইস্কুল খেলপথাৰ...
13/08/2025

আজি ভাৰতীয় জনতা পাৰ্টি, মুছলপুৰ মণ্ডলৰ উদ্যোগত ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আজি আঠিয়াবাৰী হাইস্কুল খেলপথাৰৰ পৰা ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী সম্পন্ন কৰা হয় ।

😂😂
13/08/2025

😂😂

সকলোকে আগতীয়াকৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ🇮🇳🇮🇳🇮🇳🇮🇳
12/08/2025

সকলোকে আগতীয়াকৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ🇮🇳🇮🇳🇮🇳🇮🇳

ফটোত দেখা মানুহজনে সাপ উদ্ধাৰ কৰে । সম্ভৱত ভাৰতৰ আটাইতকৈ বেছি সাপ উদ্ধাৰ কৰা মানুহজন এখেতেই হয় । যোৱা মাহত এডাল বিষাক্ত ...
12/08/2025

ফটোত দেখা মানুহজনে সাপ উদ্ধাৰ কৰে । সম্ভৱত ভাৰতৰ আটাইতকৈ বেছি সাপ উদ্ধাৰ কৰা মানুহজন এখেতেই হয় ।

যোৱা মাহত এডাল বিষাক্ত ফেটি সাপক এখন জালৰ পৰা উদ্ধাৰ কৰিব গৈ খোট খাই কোনোমতে মৰাৰ পৰা বাছিলে ।

হস্পিটালৰ পৰা ওলাই আকৌ লাগি গ’ল সাপ উদ্ধাৰ কৰাত । যোৱা পৰহি আকৌ সাপৰ খোট খাই হস্পিটালত ভৰ্তি হব লগা হ’ল ।

গতিকে সাপ আৰু মানুহক আপুনি যিমানেই সহায় নকৰক কিয় এদিন খোট খাবলৈ সাজু থাকক ।।


শুভকামণা জনালো🎉🎉
09/08/2025

শুভকামণা জনালো🎉🎉

Address

Gauhati
781001

Website

Alerts

Be the first to know and let us send you an email when Hirak Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share