Prime News 24

Prime News 24 আপোনাৰ কণ্ঠ, আমাৰ সংবাদ
“সত্যৰ সন্ধানত প্ৰতিবেদন”

02/08/2026

📌 যোৰহাটৰ মালৌপামত সংঘটিত হৈছে ভ*য়ংকৰ ঘটনা।

02/08/2026

📌 বৰপেটাৰ ৰাম ৰায় ষ্টেডিয়ামত জিলা ভিত্তিত কাৰাটে প্রতিযোগিতা।

02/08/2026

📌 বজালীৰ কলাগুৰু একাডেমীৰ গ্রীষ্মকালীন কৰ্মশালাৰ সফল সামৰণি

02/08/2026

📌 নলবাৰীৰ বন বিভাগে উজনি অসমৰ বানাক্ৰান্তলৈ প্ৰেৰণ কৰিব বস্ত্ৰ।

📌 ক্ৰয় কৰিছে কেইবা লাখ টকাৰ বস্ত্ৰ।

02/08/2026

📌 টীয়কৰ পীড়াকটাত নমতীয়া গোহাঁই গাঁৱত বানাক্ৰান্ত ৰাইজক সকাহ দিবৰ বাবে ৰাইজৰ কঠিয়া সিচা পর্ব আৰম্ভ।

02/08/2026

📌 শংকৰদেৱ একাডেমীৰ ২৮ সংখ্যক প্রতিষ্ঠা দিৱস আৰু নৱাগত আদৰণী সভা

02/08/2026

📌 মঙলদৈত ছাগলী চোৰৰ বিলৈ।

📌 ৰাইজে হাতে লোটে ধৰি তিনি জন ছাগলী চোৰক দিলে উত্তম মাধ্যম।

02/08/2026

📌 পলসৰ মাজৰ পৰা তুলি আনিলে কীর্তন-নামঘোষা, ভগৱত গীতা।

📌 শিৱসাগৰত পলসত পোেত যোৱা গুৰু আসনৰ লগতে নামঘৰ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰাৰ কামত ব্যস্ত গ্ল'বেল শিখ সদস্যসকল।

02/08/2026

📌 যোৰহাট জিলাৰ টীয়ক ধনতোলা বানাক্ৰান্ত ৰাইজৰ ওচৰত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

01/08/2026

📌 নলবাৰীৰ বিদ্যাপুৰত চাঞ্চল্যকৰ চুৰি*কাণ্ড
📌 জীতেন দাসৰ বাসগৃহত নিশা চোৰৰ দুঃসাহসিক কাণ্ড

Address

Gauhati
781026

Website

Alerts

Be the first to know and let us send you an email when Prime News 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share