STAR Live 24

STAR Live 24 STAR Live24 is a digital news outlet from Northeast India.

STAR Live24 is an independent newsroom that produces investigative and analytical reporting with dedication.

হাতীধুৰা ছিনিয়ৰ জেকেন্ডাৰী স্কুল পৰিচালনা সমিতিৰ সভাপতি হিচাপে নির্বাচিত প্ৰদীপ ৰায়।
16/10/2026

হাতীধুৰা ছিনিয়ৰ জেকেন্ডাৰী স্কুল পৰিচালনা সমিতিৰ সভাপতি হিচাপে নির্বাচিত প্ৰদীপ ৰায়।

15/10/2026

নগাঁৱত মুকলি বাজাজ পালছাৰ N160 SS-ৰ নতুন সংস্কৰণ!

পূজাৰ বতৰত বিশেষ অফাৰ, সহজ EMI আৰু ফাইনেন্সৰ সুবিধা।

প্ৰথম দিনাই ৭ গৰাকী গ্ৰাহকৰ বুকিং!

15/10/2026

ছবিগৃহত ধুমুহা তুলিবলৈ আহি আছে ‘ভাগ্য’!

🎥 ১৬ অক্টোবৰত সমগ্ৰ অসমৰ ছবিগৃহত মুক্তি পাব বহু প্ৰত্যাশিত অসমীয়া ছবি ‘ভাগ্য’।

📢 আজি বিয়লি অনুষ্ঠিত সংবাদমেলত ছবিখনক লৈ গুৰুত্বপূৰ্ণ কথা সদৰী কৰে প্ৰযোজক ৰমেন বৰা আৰু অভিনেত্ৰী ৰেখা মণি মহন্তই।

❤️ অসমীয়া ছবিপ্ৰেমীসকল, আপোনালোক ‘ভাগ্য’ চাবলৈ সাজু নে?

💬 কমেণ্টত জনাওক আপোনাৰ মতামত আৰু পোষ্টটো শ্বেয়াৰ কৰি সকলোকে জনাই দিয়ক!

#ভাগ্য

15/10/2026

বিটিচিৰ ইএম কৰ্মেশ্বৰ ৰায়ৰ মহানুভৱতা, গুৰুতৰভাৱে এক্সিডেণ্ট হোৱা বাহনৰ ড্ৰাইভাৰক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱাৰ ব্যৱস্থা কৰে

15/10/2026

হাজোত চালক-হেণ্ডিমেনৰ বাবে বিনামূলীয়া চকু পৰীক্ষা শিবিৰ

হাজোৰ নতুন বজাৰত জিলা পৰিবহণ বিভাগ, জিলা যুটীয়া স্বাস্থ্য বিভাগ আৰু পোহৰ হিৰোৰ উদ্যোগত অনুষ্ঠিত হয় বিনামূলীয়া চকু চিকিৎসা শিবিৰ।

সেৱা সংকল্প অভিযানৰ অংশ হিচাপে আয়োজন কৰা এই শিবিৰত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা প্ৰায় শতাধিক চালক আৰু হেণ্ডিমেনৰ চকু পৰীক্ষা কৰা হয়।

শিবিৰত জিলা পৰিবহণ বিষয়া আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকল উপস্থিত থাকে।

15/10/2026

তামাৰহাটত আমেৰিকাৰ বিখ্যাত স্বামী নাৰায়ণ মন্দিৰৰ আৰ্হিত নিৰ্মিত বিশাল পূজা মণ্ডপ মুকলি।

তামাৰহাট সাৰ্বজনীন দুৰ্গা মন্দিৰৰ ১০৮ সংখ্যক দুৰ্গা পূজা উপলক্ষে বিৰাট আয়োজন পূজা পৰিচালনা সমিতিৰ।

কেইবা কোটি টকা ব্যয় সাপেক্ষে স্থায়ীভাৱে নিৰ্মাণ কৰা তামাৰহাট সাৰ্বজনীন দুৰ্গা মন্দিৰ যোৱা ১৯ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শুভ উদ্বোধন কৰিছিল।

14/10/2026

শোকৰ ছাঁঃ একশৰণ ভাগৱতী সমাজৰ আধ্যাত্মিক উপাচাৰ্য ধৰ্মেশ্বৰ দাসৰ দেহাৱসান।

হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (GMC) চিকিৎসাধীন হৈ থকা ধৰ্মেশ্বৰ দাসৰ দেহাৱসান।

তেখেতৰ বিয়োগত শোকস্তব্ধ অনুৰাগী তথা ভক্তপ্ৰাণ ৰাইজ।

14/10/2026

হাজোত অগপৰ ৪২সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

# হাজো পঞ্চতীৰ্থ ভৱনত অগপৰ প্ৰতিষ্ঠা দিৱস আজি উদযাপন কৰে।

# হাজো-শুৱালকুছি বিধান সভা সমষ্টি সমিতিৰ উদ্যোগত হাজো পঞ্চতীৰ্থ ভৱনত অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠা দিৱস উৎসাহ-উদ্দীপনাৰে উদযাপন কৰা হয়।

# তদুপলক্ষে শ্বহীদ বেদীত বন্তি প্ৰজ্বলন,পুস্পাঞ্জলি প্ৰদান কৰা হয়।

# প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি হাজো-শুৱালকুছি সমষ্টিৰ বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে অসম আৰু অসমীয়াৰ সুৰক্ষিতৰ হকে অগপই দায়িত্ব নিষ্ঠাৰে পালন কৰি আহিছে বুলি উল্লেখ কৰে।

13/10/2026

১০৮ তম তামাৰহাট দুৰ্গা পূজা




13/10/2026

ধুবুৰীৰ ভাংগাৰপাৰলৈ আহি আছে অভিজ্ঞ ডায়েবেটিছ ডাক্তৰ ASHIQUE IQBAL















Address

Maligaon
Gauhati
783333

Website

Alerts

Be the first to know and let us send you an email when STAR Live 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share