Bor Axom Live

Bor Axom Live Bor Axom Live - A platform dedicated to truth, awareness, and unity.

গোলাঘাট জিলাৰ দেৰগাঁও সমজিলাৰ  হাতীয়েখোৱাত ভেৰ্টান ক্লাৱে অনুষ্ঠিত কৰা দিবা -নৈশ  আমন্ত্ৰণমুলক   ফুটবল প্ৰতিযোগিতাৰ ফাইন...
16/11/2025

গোলাঘাট জিলাৰ দেৰগাঁও সমজিলাৰ হাতীয়েখোৱাত ভেৰ্টান ক্লাৱে অনুষ্ঠিত কৰা দিবা -নৈশ আমন্ত্ৰণমুলক ফুটবল প্ৰতিযোগিতাৰ ফাইনেল মেচ খনৰ উদ্ধোধনী অনুষ্ঠান উদ্বোধন কৰে দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন্দ্ৰনাথ ভৰালী ডাঙৰীয়াই ।
Bhabendra Nath Bharali ভবেন্দ্ৰনাথ ভৰালী

দেৰগাঁওৰ ঐতিহািক নেঘেৰিটিং শিৱদৌল। স্বৰ্গদেও ৰাজেশ্বৰ সিংহই প্ৰতিষ্ঠা কৰা দৌল টো নিৰ্মান কৰিছিল ঘনশ্যাম খনিকৰে ।
16/11/2025

দেৰগাঁওৰ ঐতিহািক নেঘেৰিটিং শিৱদৌল। স্বৰ্গদেও ৰাজেশ্বৰ সিংহই প্ৰতিষ্ঠা কৰা দৌল টো নিৰ্মান কৰিছিল ঘনশ্যাম খনিকৰে ।

বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টু পানীফুকন সহ কেইবাজনো সদস্যক গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষীৰ।  #বীৰলাচিতসেনা
28/10/2025

বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টু পানীফুকন সহ কেইবাজনো সদস্যক গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষীৰ।
#বীৰলাচিতসেনা

আৰ্টিষ্টিৰ এটাই পলিটিক্স; সদায় ৰাইজৰ লগত, ৰজাৰ লগত নহয় - 'ৰৈ ৰৈ বিনালে'
24/10/2025

আৰ্টিষ্টিৰ এটাই পলিটিক্স; সদায় ৰাইজৰ লগত, ৰজাৰ লগত নহয় - 'ৰৈ ৰৈ বিনালে'

'ৰৈ ৰৈ বিনালে' ছবি খনৰ ট্ৰৈইলাৰ মুক্তিৰ পাছতেই চৰ্চাত জুবিন গাৰ্গৰ বিশেষ দুখন ফটো ।
24/10/2025

'ৰৈ ৰৈ বিনালে' ছবি খনৰ ট্ৰৈইলাৰ মুক্তিৰ পাছতেই চৰ্চাত জুবিন গাৰ্গৰ বিশেষ দুখন ফটো ।

তিনি মিলিয়ন অটিক্ৰম কৰিলে   ডিজিটেল কেম্পেইনে ।
23/10/2025

তিনি মিলিয়ন অটিক্ৰম কৰিলে ডিজিটেল কেম্পেইনে ।

গুৱাহাটী প্ৰেছ ক্লাবৰ সাংস্কৃতিক সম্পাদক পদত বিজয়ী যোৰহাট টীয়কৰ সন্তান নিউজ এংকৰ সমীৰণ বৰঠাকুৰ ।      Guwahati Press Clu...
23/10/2025

গুৱাহাটী প্ৰেছ ক্লাবৰ সাংস্কৃতিক সম্পাদক পদত বিজয়ী যোৰহাট টীয়কৰ সন্তান নিউজ এংকৰ সমীৰণ বৰঠাকুৰ ।
Guwahati Press Club - Official

আজি ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত দ্বিতীয় এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট মেচ । অষ্ট্ৰেলিয়াই টছত জয়ী হৈ, প্ৰথমে বলিংৰ সিদ্...
23/10/2025

আজি ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত দ্বিতীয় এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট মেচ । অষ্ট্ৰেলিয়াই টছত জয়ী হৈ, প্ৰথমে বলিংৰ সিদ্ধান্ত লয় ।

  য়ে অতিক্ৰম কৰিলে ২.৮ মিলিয়ন ।
22/10/2025

য়ে অতিক্ৰম কৰিলে ২.৮ মিলিয়ন ।

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক কতাক্ষ্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক আকাশ দʼলেৰ ।      Akash Doley  ゚viralシfy...
22/10/2025

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক কতাক্ষ্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক আকাশ দʼলেৰ ।
Akash Doley ゚viralシfypシ゚viralシ

Indian National Congress - AssamDebabrata Saikia
22/10/2025

Indian National Congress - Assam
Debabrata Saikia

জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ চেষ্টা চলিব পাৰে । এই সন্দেহ ব্যক্ত কৰিছে সৰ্বানন্দ সোণোৱালৰ আইনী উপদেষ্টা শান্তনু ভৰালীয়ে ।  ...
22/10/2025

জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ চেষ্টা চলিব পাৰে । এই সন্দেহ ব্যক্ত কৰিছে সৰ্বানন্দ সোণোৱালৰ আইনী উপদেষ্টা শান্তনু ভৰালীয়ে ।

Address

Gauhati

Website

Alerts

Be the first to know and let us send you an email when Bor Axom Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share