AXOM DAILY

AXOM DAILY ‌ৰাইজৰ স্বাৰ্থত নতুন যাত্ৰা

19/09/2025

▶️জুবিন গাৰ্গৰ কাহিলীপাৰা বাসগৃহত হাজাৰ হাজাৰ অনুৰাগীৰ ভিৰ।
▶️ৰাজ্যজুৰি শোকৰ ছা । কাহিলীপাৰা আৰু খাৰঘূলিৰ বাসগৃহত ভিৰ কৰিছে গুণমুগ্ধই।

19/09/2025

📌ছিংগাপুৰৰ হোটেলত জুবিন গাৰ্গৰ অন্তিমটো ভিডিঅ’...

▶️যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ আৰু নাই▶️ছিংগাপুৰত স্কুৱা ড্ৰাইভিঙত সাগৰত পৰি মৃত্যু জুবিন গাৰ্গৰ
19/09/2025

▶️যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ আৰু নাই
▶️ছিংগাপুৰত স্কুৱা ড্ৰাইভিঙত সাগৰত পৰি মৃত্যু জুবিন গাৰ্গৰ

18/09/2025

▶️বজালীৰ সৰুপেটা ষ্টেচনত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট
▶️সৰুপেটা ষ্টেচনত ৰে'ল ৰখোৱাৰ দাবীত অৱস্থান ধৰ্মঘট

17/09/2025

▶️বৰপেটাৰোডতৰ SBI ব্ৰান্সত CM ভিজিলেন্সৰ প্ৰায় ৩ ঘন্টীয়া অভিযানত নুপূৰৰ SBIৰ লকাৰত উদ্ধাৰ ▶️হ'ল ২৩ লাখ ৭৫ হাজাৰ টকা।বৰপেটাৰোডৰ SBIত নুপূৰৰ আছিল কেইবাটাও লকাৰ।ল'কাৰ খুলিবলৈ নুপূৰক লগত লৈ আজি বেংকত উপস্থিত হৈছিল CM ভিজিলেন্স।

17/09/2025

⭕শেহতীয়াকৈ আটক হোৱা বিষয়া নুপূৰ বৰাৰ দুৰ্নীতি সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

17/09/2025

▶️বৰপেটাৰোডৰ SBIত নুপূৰৰ আছে লকাৰ।
▶️ল'কাৰ খুলিবলৈ নুপূৰক লগত লৈ বেংকত উপস্থিত CM ভিজিলেন্সৰ দল।

17/09/2025

বৰপেটাৰোডৰ কলহভাঙ্গা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত চলন্ত মটৰ চাইকেলত হঠাৎ লাগিল জুই

13/09/2025

▶️সৰভোগৰ বিশিষ্ট কবি তথা অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ টিকেন নাথক ভট্টদেৱ বঁটা প্ৰদান।

13/09/2025

সৰভোগত আক্ৰাছুৰ প্ৰতিবাদী কাৰ্যসূচী।
অসম চৰকাৰ গ' বেক, হিমন্ত বিশ্ব শৰ্মা মিছলীয়া, ৰণজিৎ দাস মিছলীয়া ধ্বনিৰে উত্তাল সৰভোগ।

12/09/2025

📌বৰপেটা সত্ৰত মাধৱদেৱৰ কীৰ্তন মহোৎসৱ পালনঃ
📌কৃষ্ণ নাম আৰু হৰিনাম ধ্বনিৰে মুখৰিত সত্ৰনগৰী বৰপেটা

12/09/2025

ঢেকিয়াজুলিত কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰতিবাদ।দাহ কৰিলে SSP লীনা ডলেৰ পুত্তলিকা।

Address

Gauhati

Website

Alerts

Be the first to know and let us send you an email when AXOM DAILY posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share