Axom NE Today

Axom NE Today daily news

01/04/2026

বৰক্ষেত্ৰীৰ চৰত কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী দিগন্ত বৰ্মনৰ ভাংনামাৰী বুধবৰীয়া বজাত নিৰ্বাচনী প্ৰচাৰ।

01/04/2026

01/04/2026

বাংলাদেশী মিঞা মুছলমানক উদ্দেশ্যে মুখ্য মন্ত্ৰী হিমান্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া।

তৃতীয়বাৰৰ বাবে নলবাৰীৰ সংহত জিলা আয়ুক্তৰ কাৰ্য্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিব বিধায়ক দিগন্ত বৰ্মন নে।
22/03/2026

তৃতীয়বাৰৰ বাবে নলবাৰীৰ সংহত জিলা আয়ুক্তৰ কাৰ্য্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিব বিধায়ক দিগন্ত বৰ্মন নে।

09/03/2026

বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাত এজন বৃদ্ধ আইতাক ব্যতিক্ৰমি ৰূপত দেখা গ'ল।

09/03/2026

নলবাৰী জিলাৰ টিহু বিধানসভা সমষ্টিত মুখ্য মন্ত্ৰীৰ জন আশীৰ্বাদত যাত্ৰাত জুবিন অনুৰাগীৰ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দাবীত প্ৰতিবাদ।

09/03/2026

এক ঐতিহাসিক T-20 বিশ্ব কাপ বিজয় Team India ৰ,

05/03/2026

চৰকাৰক ভূমি দিয়াৰ দাবী অসমীয়া খিলঞ্জীয়া মাতৃ সকলৰ।

05/03/2026

গৌৰৱ গগৈৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই যোৰহাট সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ সম্ভাৱনা অধিক।

04/03/2026

কংগ্ৰেছৰ নিৰ্বাচনী গীত বহুলভাৱে চচিয়েল মিডিয়াত ভাইৰাল হৈ পৰিছে।

04/03/2026

গৌৰৱ দা প্লীজ শুনক আমি আপোনাৰ লগত আছোঁ আগুৱাই যাওঁক।

বৰক্ষেত্ৰী সমষ্টিৰ পৰা বিধায়ক দিগন্ত বৰ্মনক পুনৰ বাৰ লৈ কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান।
04/03/2026

বৰক্ষেত্ৰী সমষ্টিৰ পৰা বিধায়ক দিগন্ত বৰ্মনক পুনৰ বাৰ লৈ কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান।

Address

Kurihamari
Gauhati
781126

Website

Alerts

Be the first to know and let us send you an email when Axom NE Today posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share