News Nature

News Nature News Nature is an web portal totally based on wildlife conservation and awareness. We are not associate with any political agenda. No. AS/2017/0170953.

Our motive is only to promote Nature and wildlife based news among the viewers. This portal is run by Nature's Observer. About News Nature

News Nature is a dedicated digital platform committed to the cause of wildlife conservation and environmental awareness. Our sole objective is to inspire a deeper connection with nature by sharing stories, news, and insights centered around wildlife, ecosystem

s, and conservation efforts. We are proudly non-political and entirely focused on promoting the protection and appreciation of nature in its purest form. This initiative is operated by Nature's Observer (CB), a registered NGO under the Societies Registration Act XXI of 1860 with Registration No. RS/KAM(M)/263/N/149 of 2016-2017, and listed with the NITI Aayog under Regd. Together, through awareness and education, we strive to be a voice for the wild and a bridge between nature and society.

31/07/2026

পুনৰ বঙাইগাঁও জিলাৰ কাকৈজানা অঞ্চলত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটি ল'লে এটা সোণালী বান্দৰে।

কুঞ্জ কিশোৰ অধিকাৰী।
অভয়াপুৰী

25/07/2026

২২ জুলাইত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত প্ৰকৃতি সেৱী অনুষ্ঠান নেচাৰ্ছ অৱজাৰ্ভাৰে এটা হাতী চিকিৎসা শিৱিৰ অনুষ্ঠিত কৰে। এই শিবিৰত উদ্যান খনৰ ৪২ পোহনীয়া হাতীৰ স্বাস্থ্য পৰীক্ষাৰ লগতে প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰা হয়। ৰঞ্জন কুমাৰ মেধিৰ নেতৃত্বত এই শিৱিৰ অনুষ্ঠিত কৰা হয়। অসম পশু চিকিৎসালয়ৰ জেষ্ঠ্য চিকিৎসক ক্ৰমে ড° অৰুপ দাস, ড° উৎপল বৰ্মন, ড° অভিজিৎ ডেকা আৰু কনিষ্ঠ চিকিৎসক ড° আজিজুৰ ৰহমান ডাঙৰীয়াই হাতী সমুহৰ চিকিৎসা সম্পন্ন কৰে। হাতী সমুহৰ তেজৰ নমুনা বিভিন্ন ৰোগ পৰীক্ষাৰ বাবে সংগ্ৰহ কৰা হয়।
হাতীৰ স্বাস্থ্য পৰীক্ষাৰ পিচত বিয়লি এক সম্বৰ্দ্ধনা অনুষ্ঠান আয়োজন কৰা হয়। এই অনুষ্ঠানতে নেচাৰ্ছ অৱজাৰ্ভাৰৰ ২০২৬ বৰ্ষৰ অৰণ্য বন্ধু বঁটা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক শ্ৰী প্ৰদীপ্ত বৰুৱা ডাঙৰীয়াক প্ৰদান কৰা হয়। উল্লেখযোগ্য যে বিগত ৪ দশক ধৰি বনাঞ্চল, বন্যপ্রাণী আৰু পৰিৱেশ সংৰক্ষণৰ বাবে নিৰবিচ্ছিন্ন ভাবে কাম কৰি থকাৰ বাবে বৰুৱা ডাঙৰীয়াক এই বঁটা প্ৰদান কৰা হয়। নেচাৰ্ছ অৱজাৰ্ভাৰৰ তৰফৰ পৰা প্ৰাক্তন প্ৰধান মূখ্য বন সংৰক্ষক মাননীয় ড° অভিজিৎ ৰাভা ডাঙৰীয়া, বিশিষ্ট সমাজবিদ মৃনাল গোস্বামী ডাঙৰীয়া আৰু বিশিষ্ট সমাজবিদ তথা প্ৰকৃতি সেৱী পংকজ তালুকদাৰ ডাঙৰীয়াই এই বঁটা আনুষ্ঠানিক ভাবে প্ৰদান কৰে। এই অনুষ্ঠানত নেচাৰ্ছ অৱজাৰ্ভাৰৰ উপ সভাপতি বিমল জ্যোতি গোস্বামী, তৃনয়ন বৰা প্ৰমুখ্যে যথেষ্ট সংখ্যক ব্যক্তি উপস্থিত থাকে।
CMO Assam
Jayanta Mallabaruah

04/07/2026

অভয়াপুৰীৰ কাকৈজানাত পুনৰ বিদ‍্যুৎস্পৃষ্ট হৈ মৃত্যু আপুৰুগীয়া সোনালী বান্দৰৰ ।

বঙাইগাঁও জিলাৰ কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ অধীনৰ নয়াপাৰাত ট্ৰাঞ্চফৰ্মাৰৰ বৈদ্যুতিক তাৰত লাগি মৃত্যু হয় এটা সোনালী বান্দৰৰ ।

ঘটনাস্থলীত বিদ‍্যুৎ বিভাগ আৰু বন বিভাগৰ উচ্চ পদস্থ বিষয়া উপস্থিত ।

বিদ‍্যুৎ বিভাগৰ অকৰ্মণ‍্যতাৰ বাবে বাৰে বাৰে মৃত্যুৰ মুখত পৰে সোনালী বান্দৰ । বিদ‍্যুৎ বিভাগক বহুবাৰ আবেদন নিবেদন কৰিও সুফল পোৱা নাই প্ৰকৃতিপ্ৰেমীসকলে । সোনালী বান্দৰ সংৰক্ষণত গুৰুত্ব নিদিয়াৰ অভিযোগ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ।

সোনালী বান্দৰৰ অনাকাংশিত মৃত্যুত শোকস্তব্দ গাঁওবাসী । আজি অঞ্চলটোৰ ৰাইজে শ্ৰদ্ধাঞ্জলি জনাই শেষ বিদায় দিলে সোনালী বান্দৰটোক । শ্ৰদ্ধা জনালে বন বিষয়া আৰু বৈদ্যুতিক সংমণ্ডলৰ বিষয়াই ।

কুঞ্জ কিশোৰ অধিকাৰী, অভয়াপুৰী

14/06/2026

অসমত পোৱা নৰবান্দৰ(primates)।
খন্ড - ৫,
সোণালী বান্দৰ (ইংৰাজী: Golden langur) আৰু টুপীমূৰীয়া বান্দৰ (ইংৰাজী: Capped Langur)।

#প্ৰকৃতি

#অসম

05/06/2026

অসমৰ আগশাৰীৰ প্ৰকৃতি প্ৰেমী অনুষ্ঠান নেচাৰ্ছ অৱজাৰ্ভাৰ(চিবি) ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন।

30/05/2026

অসমত পোৱা নৰ বান্দৰ (Primates) সমূহ। খন্ড-৪

"লাজুকী বান্দৰ (ইংৰাজী: Bengal slow loris)"

20/05/2026

অসমত পোৱা নৰ বান্দৰ (Primates) সমূহ।
খন্ড- ২
হলৌ বান্দৰ (Hoolock Gibbon )
#প্ৰকৃতি
#অসম

14/05/2026

অসমত পোৱা নৰ বান্দৰ সমূহ (Primates of Assam)। খন্ড-১
মলুৱা বান্দৰ (ইংৰাজী: Rhesus Macaque)
#বান্দৰ
#প্ৰকৃতি
#অসম

10/05/2026

পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য আৰু তাৰ বাসিন্দা।

Address

Gauhati
781003

Alerts

Be the first to know and let us send you an email when News Nature posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share