DD Assam

DD Assam অসমৰ প্ৰথমটো চেটেলাইট চেনেল
News, Culture, Health, Music and Information to Inspiration...Follow us for more exciting infotainment !!! Of India

Official Page of DD Assam under Ministry of Information and Broadcasting, Govt.

আজি ফিফা বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেলসমুখ সমৰত নামিব আৰ্জেণ্টিনা-ইংলেণ্ডভাৰতীয় সময় অনুসৰি নিশা ১২.৩০ বজাত আৰম্ভ হ’ব খ...
15/07/2026

আজি ফিফা বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেল
সমুখ সমৰত নামিব আৰ্জেণ্টিনা-ইংলেণ্ড
ভাৰতীয় সময় অনুসৰি নিশা ১২.৩০ বজাত আৰম্ভ হ’ব খেল

15/07/2026

দক্ষতাই যুৱশক্তিৰ পৰিচয়, আত্মনিৰ্ভৰ ভৱিষ্যতৰ দৃঢ় ভিত্তি
বিশ্ব যুৱ দক্ষতা দিৱস 2026
দক্ষতাই হৈছে সফলতা আৰু আত্মনিৰ্ভৰশীলতাৰ চাবিকাঠি
#বিশ্ব_যুৱ_দক্ষতা_দিৱস #যুৱশক্তি #আত্মনিৰ্ভৰ_অসম

15/07/2026

কিয় থিয় হৈ মেট্ৰিক পৰীক্ষা দিব লগীয়া হৈছিল মৃদুল ভূঞাই ?

গ্লাছগো কমনৱেলথ গেমছ ২০২৬লৈ অসমৰ ৪ তাৰকা খেলুৱৈপ্ৰতিজন খেলুৱৈলৈ জনাইছোঁ আন্তৰিক শুভেচ্ছা
15/07/2026

গ্লাছগো কমনৱেলথ গেমছ ২০২৬লৈ অসমৰ ৪ তাৰকা খেলুৱৈ
প্ৰতিজন খেলুৱৈলৈ জনাইছোঁ আন্তৰিক শুভেচ্ছা

15/07/2026

স্বাধীনতা আন্দোলনৰ লগতে অসমীয়া মহিলাসকলৰ শিক্ষাৰ বিস্তাৰ আৰু অধিকাৰৰ বাবে জীৱন উৎসৰ্গ কৰা মহিয়সী নাৰী চন্দ্ৰপ্ৰভা শইকীয়ানী...

‛শান্তনুকুলনন্দন’ৰ ৰচয়িতা পূৰবী বৰমুদৈৰ আজি পুণ্যতিথিপ্ৰথিতযশা সাহিত্যিকগৰাকীলৈ জনাইছোঁ গভীৰ শ্ৰদ্ধাঞ্জলি
15/07/2026

‛শান্তনুকুলনন্দন’ৰ ৰচয়িতা পূৰবী বৰমুদৈৰ আজি পুণ্যতিথি
প্ৰথিতযশা সাহিত্যিকগৰাকীলৈ জনাইছোঁ গভীৰ শ্ৰদ্ধাঞ্জলি

অসমীয়া বোলছবি জগতৰ বিশিষ্ট অভিনেত্ৰী পূৰৱী শৰ্মাৰ দেহাৱসান বিশিষ্ট অভিনেত্ৰীগৰাকীলৈ ডী ডী অসমৰ তৰফৰ পৰা জনাইছোঁ গভীৰ শ্ৰ...
15/07/2026

অসমীয়া বোলছবি জগতৰ বিশিষ্ট অভিনেত্ৰী পূৰৱী শৰ্মাৰ দেহাৱসান
বিশিষ্ট অভিনেত্ৰীগৰাকীলৈ ডী ডী অসমৰ তৰফৰ পৰা জনাইছোঁ গভীৰ শ্ৰদ্ধাঞ্জলি

আধুনিক অসমৰ আৰ্হি নিৰ্মাতা  ‛সিংহপুৰুষ’ ৰাধাগোবিন্দ বৰুৱাৰ আজি পুণ্যতিথি
15/07/2026

আধুনিক অসমৰ আৰ্হি নিৰ্মাতা ‛সিংহপুৰুষ’ ৰাধাগোবিন্দ বৰুৱাৰ আজি পুণ্যতিথি

ফ্ৰান্সক পৰাজিত কৰি ফিফা বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ স্পেইন
15/07/2026

ফ্ৰান্সক পৰাজিত কৰি ফিফা বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ স্পেইন

Address

Prasar Bharati, Doordarshan Northeast
Gauhati
781024

Alerts

Be the first to know and let us send you an email when DD Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share