Dainik Batari kontho Digital

Dainik Batari kontho Digital সঁচা বাতৰি শুদ্ধ ৰূপত
চাই থাকিব AXOM DBK NEWS
Follow us on Facebook YouTube

অসমৰ পৰৱৰ্তী মুখ্যমন্ত্রী কোন? জনাই দিয়ক আপোনাৰ মতামত! 🗳️​অসমৰ ৰাজনৈতিক আকাশত এতিয়া ব্যাপক চৰ্চা— ভৱিষ্যতৰ নেতৃত্ব কাৰ...
21/04/2026

অসমৰ পৰৱৰ্তী মুখ্যমন্ত্রী কোন? জনাই দিয়ক আপোনাৰ মতামত! 🗳️
​অসমৰ ৰাজনৈতিক আকাশত এতিয়া ব্যাপক চৰ্চা— ভৱিষ্যতৰ নেতৃত্ব কাৰ হাতত সুৰক্ষিত? ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্রী হিচাবে আপুনি কাক দেখিবলৈ বিচাৰে?
​আপোনাৰ পচন্দ বাছনি কৰক:
১) গৌৰৱ গগৈ
২) ডঃ হিমন্ত বিশ্ব শৰ্মা
​আপুনি কাক সমৰ্থন কৰে আৰু কিয়? আপোনাৰ মূল্যৱান মতামত তলৰ কমেন্ট বক্সত আমাক জনাবলৈ নাপাহৰিব।
​ #অসম #ৰাজনীতি

21/04/2026
19/04/2026

পবিত্ৰ সংসদৰ মজিয়াত কালি কংগ্ৰেছৰ লগতে বিৰোধী দলসমূহে দেশৰ নাৰীশক্তিক যি অপমান কৰিলে, সেয়া দেশৰ নাৰীসমাজে কেতিয়াও নাপাহৰে। নাৰীয়ে সমাজত আগুৱাই যোৱাটো তেওঁলোকে কেতিয়াও নিবিচাৰে, এয়া পুনৰ প্ৰমাণ হ'ল।"
অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা



19/04/2026

দেশৰ ১০০ শতাংশ নাৰীৰ আশীৰ্বাদ আমাৰ লগত আছে। নাৰী সংৰক্ষণৰ সন্মুখত অহা সকলো প্ৰত্যাহ্বান আমি উফৰাই দিম। কালি আমাৰ লগত সংখ্যা বল নাছিল। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে আমি পৰাস্ত হৈছো। নাৰী সংৰক্ষণৰ বাবে উত্থাপিত সংশোধনী বিধেয়ক অগ্ৰাহ্য হোৱা প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰধানমন্ত্ৰীৰ।

I've just reached 100 followers! Thank you for continuing support. I could never have made it without each and every one...
18/04/2026

I've just reached 100 followers! Thank you for continuing support. I could never have made it without each and every one of you. 🙏🤗🎉

18/04/2026

17/04/2026
যোৱা কালি ঘোষিত হোৱা CBSE দশম শ্ৰেণীৰ ফাইনেল পৰীক্ষাত ডবকাৰ NRI পাব্লিক স্কুলৰ পৰা স্কুল টপাৰ হোৱাৰ লগতে  সমাজ বিজ্ঞানত ...
17/04/2026

যোৱা কালি ঘোষিত হোৱা CBSE দশম শ্ৰেণীৰ ফাইনেল পৰীক্ষাত ডবকাৰ NRI পাব্লিক স্কুলৰ পৰা স্কুল টপাৰ হোৱাৰ লগতে সমাজ বিজ্ঞানত ১০০ নম্বৰ লাভ কৰাৰ উপৰিও আটাইকেইটা বিষয়ত লেটাৰ মাৰ্ক পাই ৯২'৪% লাভ কৰি গোটেই হোজাই জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোয় আব্দুল্লায়।

Address

Guwahati
781001

Website

Alerts

Be the first to know and let us send you an email when Dainik Batari kontho Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share