Mimus Axom

Mimus Axom Friends any government jobs information government Scheme information get the page

19/06/2026
আজি শিক্ষা বিভাগৰ বিষয়াসকলৰ সৈতে উচ্চস্তৰীয় পৰ্যালোচনা বৈঠকত অংশ লৈ  প্রাথমিক, মাধ্যমিক, উচ্চ আৰু কাৰিকৰী শিক্ষা খণ্ডৰ ...
18/06/2026

আজি শিক্ষা বিভাগৰ বিষয়াসকলৰ সৈতে উচ্চস্তৰীয় পৰ্যালোচনা বৈঠকত অংশ লৈ প্রাথমিক, মাধ্যমিক, উচ্চ আৰু কাৰিকৰী শিক্ষা খণ্ডৰ বিভিন্ন পদক্ষেপৰ সামগ্ৰিক অগ্ৰগতিৰ পৰ্যালোচনা কৰোঁ।

বৈঠকত আলোচ্য বিষয়সমূহ আপোনালোকৰ জ্ঞাতার্থে—

৩০ জনতকৈ কম শিক্ষাৰ্থী থকা সকলো প্ৰাথমিক বিদ্যালয় বন্ধ নহয় : শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু।
18/06/2026

৩০ জনতকৈ কম শিক্ষাৰ্থী থকা সকলো প্ৰাথমিক বিদ্যালয় বন্ধ নহয় : শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু।

18/06/2026

অসমত প্রথম বাৰৰ বাবে ডাঙৰ নিযুক্তি হব কেবল Assam Police ত। ৭৫ হাজাৰ শিক্ষক নিযুক্তি | নতুন আপডেট

প্ৰতি বছৰে হ'ব NRC!ৰাজ্য চৰকাৰৰ বৃহৎ সিদ্ধান্তপ্ৰতি বছৰে হ'ব NRCধুবুৰী, বৰপেটা,গোৱালপাৰা, দক্ষিণ শালমৰা-মানকাচৰশ্ৰীভূমি ...
17/06/2026

প্ৰতি বছৰে হ'ব NRC!
ৰাজ্য চৰকাৰৰ বৃহৎ সিদ্ধান্ত

প্ৰতি বছৰে হ'ব NRC

ধুবুৰী, বৰপেটা,গোৱালপাৰা, দক্ষিণ শালমৰা-মানকাচৰ

শ্ৰীভূমি আৰু হাইলাকান্দিত হ'ব পাৰে প্ৰতি বছৰে NRC






🌾 কৃষকসকলৰ উত্তৰণেই আমাৰ অগ্ৰাধিকাৰ 🌾কৃষকসকলৰ সামগ্ৰিক উন্নয়ন আৰু আৰ্থিক সুৰক্ষাৰ বাবে চৰকাৰী পঞ্জীয়ন অতি গুৰুত্বপূৰ্ণ...
15/06/2026

🌾 কৃষকসকলৰ উত্তৰণেই আমাৰ অগ্ৰাধিকাৰ 🌾
কৃষকসকলৰ সামগ্ৰিক উন্নয়ন আৰু আৰ্থিক সুৰক্ষাৰ বাবে চৰকাৰী পঞ্জীয়ন অতি গুৰুত্বপূৰ্ণ। অনাগত দিনত প্ৰতিজন কৃষকৰ পঞ্জীয়ন নিশ্চিত কৰাৰ লগতে চৰকাৰী আঁচনিৰ সকলো সা-সুবিধা সহজে লাভ কৰিব পৰাকৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
✅ কৃষকৰ প্ৰাপ্য অধিকাৰ নিশ্চিতকৰণ
✅ চৰকাৰী আঁচনিৰ সুবিধা ঘৰে ঘৰে প্ৰদান
✅ আৰ্থিক সহায়, বীমা আৰু উন্নয়নমূলক সুযোগ বৃদ্ধি
✅ শক্তিশালী আৰু স্বাৱলম্বী কৃষক সমাজ গঢ়ি তোলা
“আমাৰ অন্নদাতাসকলৰ সন্মান, সুৰক্ষা আৰু প্ৰাপ্য অধিকাৰ নিশ্চিত কৰাটো আমাৰ দৃঢ় অংগীকাৰ।”
🌱 সবল কৃষক, সমৃদ্ধ অসম 🌱

14/06/2026

🚨 শিক্ষক বদলিক লৈ ডাঙৰ ঘোষণা!
📢 গুৰুত্বপূৰ্ণ খবৰ দিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে

12/06/2026

🚨 ৮০ হাজাৰ শিক্ষক পদত নিযুক্তি! ২ লাখ চাকৰিৰ ডাঙৰ ঘোষণা | Assam Teacher Recruitment 2026 🔥

Address

Goalpara

Alerts

Be the first to know and let us send you an email when Mimus Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Mimus Axom:

Share