NE AXOM 24

NE AXOM 24 সঠিক আৰু নিৰপেক্ষ বাতৰি সম্প্ৰচাৰ।
axom 24

06/10/2026

প্ৰয়াত যোগেন্দ্ৰ বৰ্মনৰ বাসগৃহত অগপৰ সঁজাতি দল; অশ্ৰুসিক্ত পৰিয়ালক সমবেদনা।


ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তত BSFৰ বৃহৎ অভিযান; ৫১টা চোৰাং গৰু জব্দধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তত BSFৰ বৃহৎ অভিযান। দেও...
05/10/2026

ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তত BSFৰ বৃহৎ অভিযান; ৫১টা চোৰাং গৰু জব্দ

ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তত BSFৰ বৃহৎ অভিযান। দেওবাৰে নিশা বাংলাদেশলৈ গৰু সৰবৰাহৰ চেষ্টা চলোৱাৰ সময়তে সীমান্ত সুৰক্ষা বাহিনীৰ পৃথক দুটা দলে অভিযান চলাই মুঠ ৫১টা চোৰাং গৰু জব্দ কৰে।

অভিযানৰ পিছত জব্দকৃত গৰুসমূহ ফকিৰগঞ্জ আৰক্ষীক হস্তান্তৰ কৰা হয়। ঘটনাৰ সৈতে জড়িত সৰবৰাহকাৰীৰ সন্ধানত আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ তদন্ত অব্যাহত আছে।

গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত ডাপকাৰ ভিটা গাঁৱৰ  মুকবুল হোছেইন নামৰ বৃদ্ধ জনে জটিৰোগত আক্ৰান্ত হৈ বৰ্তমান জীৱ...
04/10/2026

গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত ডাপকাৰ ভিটা গাঁৱৰ মুকবুল হোছেইন নামৰ বৃদ্ধ জনে জটিৰোগত আক্ৰান্ত হৈ বৰ্তমান জীৱন-মৃত্যুৰ সৈতে যুঁজি আছে।

মুকবুল হোছেইনৰ জীৱন ৰক্ষাৰ বাবে এক ডাঙৰ আশাৰ কিৰণ।
মানৱীয়তাৰ খাতিৰত যিয়ে যেনেকৈ পাৰে সহায়ৰ হাত আগবঢ়াবলৈ পৰিয়ালটোৱে ৰাইজক কাতৰ আহ্বান জনাইছে।

04/10/2026

জীৱন-মৃত্যুৰ সৈতে যুঁজি ৬০ বছৰীয়া মুকবুল হোছেইন; উন্নত চিকিৎসাৰ বাবে এতিয়া ৰাইজৰ সহায়ৰ অপেক্ষাত পৰিয়াল।

ফকিৰগঞ্জ সীমান্তত চোৰাং গৰু সৰবৰাহৰ চেষ্টা ৰোধ, ২০টা গৰু জব্দ।
03/10/2026

ফকিৰগঞ্জ সীমান্তত চোৰাং গৰু সৰবৰাহৰ চেষ্টা ৰোধ, ২০টা গৰু জব্দ।

🕯️ দুঃসংবাদবাউশাটাৰীৰ জগেন্দ্ৰ নাৰায়ণ বৰ্মনৰ দেহাৱসানআজি পুৱতি নিশা বাউশাটাৰী নিবাসী জগেন্দ্ৰ নাৰায়ণ বৰ্মনে হঠাৎ স্বাস...
01/10/2026

🕯️ দুঃসংবাদ
বাউশাটাৰীৰ জগেন্দ্ৰ নাৰায়ণ বৰ্মনৰ দেহাৱসান
আজি পুৱতি নিশা বাউশাটাৰী নিবাসী জগেন্দ্ৰ নাৰায়ণ বৰ্মনে হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাৰ ফলত ইহলীলা সম্বৰণ কৰে।
তেখেতে দীৰ্ঘদিন ধৰি সমাজৰ উন্নয়নমূলক কাম-কাজৰ সৈতে জড়িত হৈ আছিল। লগতে ১৯৮৩ চনৰ পৰা অসম গণ পৰিষদ (AGP) দলৰ এগৰাকী একনিষ্ঠ আৰু সক্ৰিয় কৰ্মী হিচাপে দলৰ কাম-কাজত জড়িত হৈ আহিছিল।

30/09/2026

৪০ বছৰ ধৰি চৰকাৰীকৰণৰ অপেক্ষাত কুমৰী বিলপাৰা প্ৰাথমিক বিদ্যালয়; ১১১ ছাত্ৰ-ছাত্ৰীৰ ভৰসা মাত্ৰ ২ শিক্ষক।

29/09/2026

ধুবুৰীৰ ফকিৰগঞ্জত অব্যাহত আছে ব্ৰহ্মপুত্ৰ নদীৰ প্ৰৱল গৰাখহনীয়া।

ভয়ংকৰ গৰাখহনীয়াৰ কবলত পৰি নৈত বুকুত জাহ গল কেন্দ্ৰীয় চৰকাৰৰ কোটিটকীয়া মৈৰাকুচি দ্বিতীয় খণ্ড জল জীৱন আচঁনি প্ৰকল্প।

28/09/2026

হোষ্টেলৰ পৰা ওলাই গৈ নিৰুদ্দেশ ফাৰুক আব্দুল্লাহ; পুত্ৰক বিচাৰি কান্দোনত মাতৃ।

ধুবুৰী জিলাৰ ফকিৰগঞ্জ থানাৰ অন্তৰ্গত পাৰোৱা গাঁৱত সৃষ্টি হৈছে উদ্বেগজনক পৰিস্থিতি। গাঁওখনৰ আবু বাক্কাৰ ছিদ্দিকৰ ১৭ বছৰীয়া পুত্ৰ ফাৰুক আব্দুল্লাহ বিগত দুদিন ধৰি সন্ধানহীন হৈ আছে।

দুই দিন ধৰি সন্ধানহীন ১৭ বছৰীয়া ছাত্ৰ!হোষ্টেলৰ পৰা ওলাই গৈ নিৰুদ্দেশ ফাৰুক আব্দুল্লাহ; পুত্ৰক বিচাৰি কান্দোনত মাতৃ।ধুবু...
28/09/2026

দুই দিন ধৰি সন্ধানহীন ১৭ বছৰীয়া ছাত্ৰ!
হোষ্টেলৰ পৰা ওলাই গৈ নিৰুদ্দেশ ফাৰুক আব্দুল্লাহ; পুত্ৰক বিচাৰি কান্দোনত মাতৃ।

ধুবুৰী জিলাৰ ফকিৰগঞ্জ থানাৰ অন্তৰ্গত পাৰোৱা গাঁৱত সৃষ্টি হৈছে উদ্বেগজনক পৰিস্থিতি। গাঁওখনৰ আবু বাক্কাৰ ছিদ্দিকৰ ১৭ বছৰীয়া পুত্ৰ ফাৰুক আব্দুল্লাহ বিগত দুদিন ধৰি সন্ধানহীন হৈ আছে

Address

Goalpara

Website

Alerts

Be the first to know and let us send you an email when NE AXOM 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NE AXOM 24:

Shortcuts

Share