Ayub Hassan

Ayub Hassan Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Ayub Hassan, Digital creator, Goalpara.

✊ Social Activist | G.S(Administration) Jaleswar Block Youth Congress Committee.Working for Youth Rights & Social Equality | Let’s Be the Change
Master's in HRM
Ex BHain..

ঈদ-উল-আযহাৰ পবিত্ৰ উপলক্ষে সকলোলৈ আন্তৰিক শুভেচ্ছা আৰু মৰম জনাইছোঁ। এই পৱিত্ৰ দিনটোৱে আমাৰ জীৱনত ত্যাগ, ভাতৃত্ববোধ, শান্...
27/05/2026

ঈদ-উল-আযহাৰ পবিত্ৰ উপলক্ষে সকলোলৈ আন্তৰিক শুভেচ্ছা আৰু মৰম জনাইছোঁ। এই পৱিত্ৰ দিনটোৱে আমাৰ জীৱনত ত্যাগ, ভাতৃত্ববোধ, শান্তি আৰু মানবতাৰ বাণী কঢ়িয়াই আনক। আল্লাহৰ অসীম কৃপাই সকলোৰে জীৱন সুখ, শান্তি আৰু সমৃদ্ধিৰে ভৰাই তোলক। সকলোৱে মিলি-জুলি আনন্দেৰে ঈদ উদযাপন কৰক। ঈদ মোবাৰক!

23/05/2026
Shout out to my newest followers! Excited to have you onboard! Mukul Mukul, Jahan Uddin Mondal
23/05/2026

Shout out to my newest followers! Excited to have you onboard! Mukul Mukul, Jahan Uddin Mondal

03/05/2026

আজি সৰ্বভাৰতীয় NEET পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া সকলো পৰীক্ষাৰ্থীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। কঠোৰ পৰিশ্ৰম, অধ্যৱসায় আৰু অদম্য প্ৰচেষ্টাই নিশ্চিতভাৱে সফলতাৰ দুৱাৰ মুকলি কৰিব৷

এই গুৰুত্বপূৰ্ণ পৰীক্ষা তোমালোকৰ সপোনৰ দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। নিজৰ প্ৰস্তুতিৰ ওপৰত বিশ্বাস ৰাখি ধৈৰ্য আৰু আত্মবিশ্বাসেৰে পৰীক্ষাত অৱতীৰ্ণ হোৱা৷ আগবাঢ়ি যোৱাৰ এই যাত্ৰাত আমাৰ শুভকামনা সদায় তোমালোকৰ লগত থাকিব।

Gaurav Gogoi
02/05/2026

Gaurav Gogoi

সমাজত বৃদ্ধি পোৱা অনৈতিক কাৰ্য আৰু অপশক্তিৰ বিৰুদ্ধে একেলগে থিয় হওঁ। ন্যায়, সততা আৰু মানৱীয় মূল্যবোধ ৰক্ষা কৰাটো আমাৰ...
30/04/2026

সমাজত বৃদ্ধি পোৱা অনৈতিক কাৰ্য আৰু অপশক্তিৰ বিৰুদ্ধে একেলগে থিয় হওঁ। ন্যায়, সততা আৰু মানৱীয় মূল্যবোধ ৰক্ষা কৰাটো আমাৰ দায়িত্ব। সচেতন হওঁ, প্ৰতিবাদ কৰোঁ, সুস্থ সমাজ গঢ়ো।

আজি অভিশপ্ত 30 এপ্ৰিল 2012 চনৰ আজিৰ দিনটোতে সংঘটিত হৈছিল মেদৰটাৰি বুঢ়া বুঢ়ি সেই ভয়াৱহ নাওঁ দুৰ্ঘটনা।যি কথা মন লৈ আহিল...
30/04/2026

আজি অভিশপ্ত 30 এপ্ৰিল 2012 চনৰ আজিৰ দিনটোতে সংঘটিত হৈছিল মেদৰটাৰি বুঢ়া বুঢ়ি সেই ভয়াৱহ নাওঁ দুৰ্ঘটনা।যি কথা মন লৈ আহিলে বুকু কপি উঠে।

এই দুৰ্ঘটনাত মৃত্যু বৰণ কৰা সকলো লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আজিৰ এই দিনটো আমি গোটেই অসমবাসী লগতে ভাৰতবাসীয়ে পাহৰিৱ পৰা নাই । কাৰণ আজিৰ এই দিনটোতে আমাৰ মাজৰ পৰা আমাৰে চুবুৰীয়া অঞ্চল যেনে জলেশ্বৰ, লক্ষীপুৰ,টাকিমাৰী,নিচিনপুৰ , বুঢ়া বুঢ়ি ,মেদৰটাৰী আদি কৰি বিভিন্ন ঠাইৰ মানুহে সেই ভয়াৱহ নাওঁ দুৰ্ঘটনাত মৃত্যু বৰণ কৰিবলগীয়া হৈছিল ।
🤲

28/04/2026

প্ৰিয় HS Final পৰীক্ষাৰ ফলাফল পোৱা শিক্ষাৰ্থীসকল, ২৮/০৪/২০২৬ এই দিনটোত আপোনালোকক আন্তৰিক অভিনন্দন। আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ সফলতা এইটো। আগলৈ আৰু অধিক উজ্জ্বল ভৱিষ্যতৰ বাবে শুভকামনা জনালোঁ। সদায় আগুৱাই যাওক।

Address

Goalpara
783129

Telephone

+18135077570

Website

Alerts

Be the first to know and let us send you an email when Ayub Hassan posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Ayub Hassan:

Shortcuts

Share