Ramdhenu Axom Live

  • Home
  • Ramdhenu Axom Live

Ramdhenu Axom Live আমি নিৰপেক্ষ নহয় আমি ৰাইজৰ পক্ষত.. Only for News. https://www.youtube.com/

03/09/2025

লক্ষীপুৰ ছায়েন্স একাডেমীৰ নৱাগত ছাত্র আদৰণি সভা খন লক্ষীপুৰ বৰদলৈ হলত বৰ্ণাঢ্য কাৰ্যসূচীৰে উলহ-মালহেৰে সম্পন্ন হয়।

📌 মুখ্যমন্ত্ৰীৰ অকপট স্বীকাৰোক্তি বাংলাদেশী সোমোৱাৰ ক্ষেত্ৰত অধিকাংশই হিন্দু জড়িত।দুখ প্ৰকাশ মুখ্যমন্ত্ৰী গৰাকীৰ
01/09/2025

📌 মুখ্যমন্ত্ৰীৰ অকপট স্বীকাৰোক্তি বাংলাদেশী সোমোৱাৰ ক্ষেত্ৰত অধিকাংশই হিন্দু জড়িত।
দুখ প্ৰকাশ মুখ্যমন্ত্ৰী গৰাকীৰ

29/08/2025
22/08/2025

📌 লক্ষীপুৰৰ নিদানপুৰ লোৰ ব্ৰিজৰ পৰা জিঞ্জিৰাম নৈত জাপ দি আত্মহত্যাৰ চেষ্টা এগৰাকী যুৱতীৰ। প‌্ৰশাসনৰ লোকৰ সহায়ত উদ্ধাৰ যুৱতী‌ গৰাকী।। ঘটনাৰ কাৰণ জানিব পৰা হোৱা নাই।

07/08/2025

শৃংখল চলিহাক লৈ কি কলে মহিলা গৰাকী।

📌 লক্ষীপুৰত মুকলি প্ৰধানমন্ত্ৰী জন ঔষধী কেন্দ্ৰ। যত আপোনালোকে লাভ কৰিব ৫০ শতাংশৰ পৰা ৮০ শতাংশ লৈ ৰেহাই মূল্যত ঔষধ।
06/08/2025

📌 লক্ষীপুৰত মুকলি প্ৰধানমন্ত্ৰী জন ঔষধী কেন্দ্ৰ। যত আপোনালোকে লাভ কৰিব ৫০ শতাংশৰ পৰা ৮০ শতাংশ লৈ ৰেহাই মূল্যত ঔষধ।

06/08/2025

📌 প্ৰধানমন্ত্ৰী জন ঔষধী কেন্দ্ৰত ৫০ শতাংশৰ পৰা ৮০ শতাংশ লৈ গুণগত ঔষধ ৰেহাই মূল্যত লাভ কৰিব পাৰিব।

♦️গোৱালপাৰা জিলা NSUIৰ  সভাপতি পদৰ দাবীদাৰ অধিবক্তা কেৰামত আলী (ইমৰান)।♦️ দীৰ্ঘদিনে ৰ্ঘদিনে  ছাত্ৰ অৱস্থাৰ ৰাজনীতিৰ লগত ...
03/08/2025

♦️গোৱালপাৰা জিলা NSUIৰ সভাপতি পদৰ দাবীদাৰ অধিবক্তা কেৰামত আলী (ইমৰান)।
♦️ দীৰ্ঘদিনে ৰ্ঘদিনে ছাত্ৰ অৱস্থাৰ ৰাজনীতিৰ লগত জড়িত অধিবক্তা কেৰামত আলী।


📌 নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত আহত যুৱকৰ মৃত্যু।অৱশেষত মৃত্যুৰ সৈতে যুঁজি জীৱন যুদ্ধত হাৰ মানিলে ছামিউল হকে। ৰাজ্যজুৰি ...
29/07/2025

📌 নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত আহত যুৱকৰ মৃত্যু।
অৱশেষত মৃত্যুৰ সৈতে যুঁজি জীৱন যুদ্ধত হাৰ মানিলে ছামিউল হকে। ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়া।।


দক্ষিণ লণ্ডনৰ পোৰ্ট্চমাউথ বিশ্ববিদ‍্যালয়ৰ গিল্ডহলত অনুষ্ঠিত এইবাৰ আইন বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভেৰে ব‍েৰিষ্টাৰ হিচাপে...
29/07/2025

দক্ষিণ লণ্ডনৰ পোৰ্ট্চমাউথ বিশ্ববিদ‍্যালয়ৰ গিল্ডহলত অনুষ্ঠিত এইবাৰ আইন বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভেৰে ব‍েৰিষ্টাৰ হিচাপে স্বীকৃতি লাভ কৰিলে অসম সন্তান, আমাৰ অসম গৌৰৱ বেৰিষ্টাৰ হাফিজ অধিবক্তা ইলিয়াচ হোচেন আনছাৰী। কোনভোকেচনৰ এই দিনটো সোনালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব। এতিয়া তেখেত আৰম্ভ কৰিছে বেৰিষ্টাৰ প্ৰশিক্ষণ আৰু লিংকনচ্‌ ইন্‌ৰ সদস্যতাৰ যাত্ৰা।

উল্লেখযোগ‍্য যে তেখেতৰ পৰিয়ালৰ সদস্যবৃন্ধক বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ দ্বাৰা আনুষ্ঠানিকভাবে যুক্তৰাজ্যৰ ভিছা স্পনচৰশ্বিপৰে নিমন্ত্ৰণ জনোৱা হৈছে।

বেৰিষ্টাৰ ইলিয়াচে অসমৰ সন্তানক এইবুলিও সাহস যোগাইছে যে ইচ্ছা শক্তিৰ বাহিৰে আন একো ডাঙৰ নাই। ইচ্ছা আছে যদি আল্লাহই ব‍্যৱস্হা কৰি দিবই। আপোনালোকে মাথোন ৪-৫ বছৰ কষ্ট কৰিব লাগিব। সুদূৰ লণ্ডনৰ পৰা অসমৰ আগন্তুক প্ৰজন্মক উৎসাহ যোগালে অসম সন্তান, আমাৰ গৌৰৱ বেৰিষ্টাৰ হাফিজ অধিবক্তা ইলিয়াচ হোচেন আনছাৰীয়ে।
এয়াই হৈছে আমাৰ সৌৰভ, দেশৰ গৌৰৱ বেৰিষ্টাৰ ইলিয়াচ হোচেন আনছাৰী।

28/07/2025

👉বুকু কপি উঠা এটি দৃশ্য।
অন কেমেৰাৰ সন্মুখত ব্ৰহ্মপুত্ৰৰ কড়াল গ্ৰাসত জাহ গল এখন মছজিদ।।
👉 শোকত ভাগি পৰিছে হাজাৰ হাজাৰ মুছলমান লোক।
👉 স্থান ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ নৱগঠিত বিৰসিং জৰুৱা সমষ্টিৰ অন্তৰ্গত ফকিৰগঞ্জ বাশমুৰা গাওঁৰ মছজিদ।
👉 এফালে চৰকাৰৰ অমানৱীয় উচ্ছেদ আনফালে ব্ৰহ্মপুত্ৰৰ ভয়ানক ৰূপ।
গৃহ হীন হৈছে হাজাৰ হাজাৰ লোক।
👉কি কৰিব, কত যাব, উপায়হীন হৈ পৰিছে এই সকল লোক।

মন মুগ্ধকৰ এটি সন্ধিয়াৰ দৃশ্য।
25/07/2025

মন মুগ্ধকৰ এটি সন্ধিয়াৰ দৃশ্য।

Address


Telephone

+918011494444

Website

Alerts

Be the first to know and let us send you an email when Ramdhenu Axom Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Ramdhenu Axom Live:

  • Want your business to be the top-listed Media Company?

Share