Omor Faruk Ahmed

Omor Faruk Ahmed মোৰ পেজলৈ আপোনাক স্বাগতম!জীৱন আৰু সংগ্ৰামৰ মাজেৰে আমি প্ৰত্যকেই জীয়াই থাকিব লাগিব!

08/02/2026

কয়লা খনিত জুই।

13/11/2025

ভাল লাগিলে share কৰিব।

এজন হিন্ধুত্ববাদী নেতাই কৈছিল 99% ধৰ্ষণকাৰী বিশেষ সাম্প্ৰদায়ৰ আৰু তেওঁ লোকৰ হেনো 1000 ত এটা ধিং কাণ্ডৰ পিছত 2 মাহত 27 টা ধর্ষণ কাণ্ড হৈছিল তাৰে 97% বিশেষ সাম্প্ৰদায়ৰ নহয় বুলি তথ্য ভিত্তিক প্ৰত্যুত্তৰ দিলে অধিবক্তা শ্বাহিদ শ্বানে।মোৰ স্পষ্ট কথা ধৰ্ষণকাৰীৰ কোনো ধর্ম নাই আৰু ধৰ্ষণকাৰীক আমি কেতিয়াও ধর্মীয় দৃষ্টিৰে চাব নালাগে।ধৰ্ষণকাৰী হিন্দু হওক বা মুছলমান হওক সিহঁতক ফাঁচী দিব লাগে।জয় আই অসম।

26/10/2025

জনসাধাৰণ চৰকাৰৰ প্ৰতি ইমান বিক্ষোভ কিয় ?

19/10/2025

মূখ্যমন্ত্ৰীক উভতি ধৰিলে বিধায়ক অখিল গগৈয়ে।

09/09/2025

নেপালৰ ৰাজপথত প্ৰতিবাদকাৰীয়ে উৰুৱালে কোটি কোটি দুৰ্নীতিৰ টকা।শক্তিমন্ত্ৰীৰ বাসগৃহত উজান উঠিছে টকাৰ।বিশ্বজুৰি চৰ্চা এই বিশেষ দৃশ্যৰ।

08/09/2025

বিপদৰ সময়ত কোনেওঁ কৰিব নোৱাৰা কাম কৰি দেখুৱালে মহম্মদ ছামীয়ে।পঞ্জাৱত বানৰ কৱলত পৰা 5 খন গাঁৱৰ সম্পূৰ্ণ দায়িত্ব ল'লে ক্ৰীকেটাৰ মহম্মদ স্বামীয়ে। মহম্মদ স্বামীয়ে কৈছে আল্লাহে মোৰ নাম আৰু পৰিচয় দিছে, যদি মই বিপদৰ সময়ত সহায় নকৰো এই খ্যাতিৰ কোনো অৰ্থ নাই'।

05/08/2025

ইমতিয়াজ হুছেইনে শৃংখল চলিহাক দিলে নিতি শিক্ষা।

ভিক্ষা কৰি খোৱা শৃংখল চলিহা বাংলাদেশী আছে যদি উলিয়ায় দিয়ক আমাৰ কোনো আপত্তি নাই কিন্তু মিঞা মুছলমান দেখিলেই বাংলাদেশী ক'লে আমি মানি নলওঁ।

শৃংখল চলিহা আপোনাক কৈছোঁ ইনকাম কৰি খোৱা। বেলেগৰ টকা পইচা নহ'লে এদিন আপোনাৰ ঘৰ নচলে কেমেৰাৰ সন্মুখত আহি ডাঙৰ ডাঙৰ লেকচাৰ মাৰি আছা।জ্ঞানী মানুহৰ মুখৰ ভাষা বেলেগ আৰু আপোনাৰ মুখৰ ভাষা মদাহী মদাহী লাগে।

01/08/2025

কাৰ্বি আংলঙত হিমন্ত চৰকাৰে উচ্ছেদ নচলায় ! কাৰণ তাত মিঞা মছুলমানে মাটি দখল কৰা নাই।কাৰ্বি আংলঙত অন্য জাতীৰ মানুহে মাটি দখল কৰিছে সেই কাৰণে উচ্ছেদ কৰা নাই।এই অভিযোগ কাৰ্বি আংলঙৰ ছাত্ৰ যুৱ সংগঠনৰ।

'কাৰ্বি আংলঙত আমি লাঠিৰ কোব খাইছোঁ, তেজ বোৱাইছোঁ, আন্দোলন কৰিছোঁ - কিন্ত আজিলৈকে উচ্ছেদ হোৱা নাই কিয় ?

কাৰ্বি ছাত্ৰ, যুৱ সংগঠনৰ মুকলি প্ৰশ্ন মুখ্যমন্ত্ৰীক ?

31/07/2025

▶️ ফটাশিলৰ কালাপানীত উচ্ছেদৰ জাননী দিয়াৰ সময়ত উত্তপ্ত পৰিস্থিতি।
▶️ বাছি বাছি অকল মুছলমান পৰিয়ালক জাননী দিয়াৰ অভিযোগ।

▶️ There Is A Heated Situation In Fatashil During The Eviction Notice.
▶️ Selectively Notifying Only Muslim Families.

29/07/2025

📌 বিশ্বত ইছলামক বদনাম কৰিবলৈ কু অভিসন্ধি হিন্দু যুৱকৰ!
📌এজন হিন্দু যুৱকে উৰন্ত বিমানত আল্লাহ’-আকবৰ ধ্বনিৰে আতংকৰ সৃষ্টি কৰে বিমানত।
📌 ট্ৰাম্পক হত্যা কৰাৰ ভাবুকি দি গ্ৰেপ্তাৰ হিন্দু যুৱক

28/07/2025

কণমানি ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড ৭০ বছৰীয়া লম্পট বাবাৰ। ঘৰত কোনো নথকাৰ সুযোগ লৈ লম্পট প্ৰীতম নাথে কৰিলে ভয়ংকৰ কাণ্ড। ঘটনাৰ বিৱৰণ শুনিলে স্তম্ভিত হ’ব আপুনি।

Address

Goalpara

Website

Alerts

Be the first to know and let us send you an email when Omor Faruk Ahmed posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share