Jaleswar Update 24

Jaleswar Update 24 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Jaleswar Update 24, News & Media Website, Goalpara.

13/08/2026

গোৱালপাৰা জিলাৰ জলেশ্বৰৰ গো- ম'হ বজাৰলৈ উঠা অভিযোগক লৈ স্থানীয় ৰাইজ প্ৰতিক্ৰিয়া।

ৰৌমাৰী নিবাসী আব্দুৰ ছাস্তাৰৰ শেষ নিশ্বাস ত্যাগ। তেখেতৰ জানাজাহ নামাজ ১:৩০ বজাত জয়পুৰ কবৰস্থানত অনুষ্ঠিত হ'ব।
13/05/2026

ৰৌমাৰী নিবাসী আব্দুৰ ছাস্তাৰৰ শেষ নিশ্বাস ত্যাগ। তেখেতৰ জানাজাহ নামাজ ১:৩০ বজাত জয়পুৰ কবৰস্থানত অনুষ্ঠিত হ'ব।

10/05/2026

গোৱালপাৰাৰ বৰভিটা-খৰমুজাত বগা বালি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্মত অতিষ্ঠ ৰাইজ। বৰভিটা-খৰমুজাত অব্যাহত বগা বালি খনন।

জলেশ্বৰ সমষ্টিৰ ৰৌমাৰী নিবাসীৰ আব্দুৰ ৰফিকৰ শেষ নিশ্বাস ত্যাগ। ৰফিকৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ। জয়পুৰ বজাৰৰ ব্যৱসায়ী ...
28/04/2026

জলেশ্বৰ সমষ্টিৰ ৰৌমাৰী নিবাসীৰ আব্দুৰ ৰফিকৰ শেষ নিশ্বাস ত্যাগ। ৰফিকৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ। জয়পুৰ বজাৰৰ ব্যৱসায়ী আছিল আব্দুৰ ৰফিকয়ে।

24/04/2026

কামাখ্যাবাৰী উন্নয়ন খণ্ডৰ নলংগা পঞ্চায়তৰ MGNREGA কামৰ দূৰ্নীতিৰ অভিযোগ খণ্ডন কৰে নলংগা মাজেৰ পাৰা গাওঁৰ ৰাইজে।

22/04/2026

দিনৰ পোহৰতে আমবাৰীত চুৰি কাণ্ড। চোৰে লুটি নিলে সোণৰ অলংকাৰ আৰু নগদ ধন।

জলেশ্বৰত প্ৰচণ্ড শিলা-বৃষ্টি।
14/03/2026

জলেশ্বৰত প্ৰচণ্ড শিলা-বৃষ্টি।

জলেশ্বৰ সমষ্টিৰ ৰৌমাৰী গাঁৱৰ আব্দুল মন্নাফ জোত্দ্দাৰৰ শেষ নিশ্বাস ত্যাগ। তেওঁৰ জানাজাহ নামাজ জয়পুৰ কবৰস্থানত আজি 4:15 A...
25/01/2026

জলেশ্বৰ সমষ্টিৰ ৰৌমাৰী গাঁৱৰ আব্দুল মন্নাফ জোত্দ্দাৰৰ শেষ নিশ্বাস ত্যাগ। তেওঁৰ জানাজাহ নামাজ জয়পুৰ কবৰস্থানত আজি 4:15 AM বজাত অনুষ্ঠিত হ'ব।

জলেশ্বৰ সমষ্টিৰ ৰৌমাৰীৰ জুৰান আলী মণ্ডলে শেষ নিশ্বাস ত্যাগ কৰে।
27/11/2025

জলেশ্বৰ সমষ্টিৰ ৰৌমাৰীৰ জুৰান আলী মণ্ডলে শেষ নিশ্বাস ত্যাগ কৰে।

24/11/2025

SR লৈ গোৱালপাৰাৰ আমবাৰী জিলা পৰিষদৰ সদস্য জেহিৰুল ইছলামৰ মন্তব্য।

Address

Goalpara

Website

Alerts

Be the first to know and let us send you an email when Jaleswar Update 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share