Gohpur Headlines

Gohpur Headlines সময় পৰিবৰ্তনৰ লগতে সকলোৰে মন আৰু ৰুচি পৰিবৰ্তন হৈছে ৷ইয়াত বাতৰি,মনোৰঞ্জনৰ লগতে কিছু খুহুতীয়া খৱৰ পাব https://youtube.com/channel/UCtKhn_7lcVDg0nVZKhIBiOA
(3)

11/09/2026

⭕ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব ’ত সংগীত পৰিবেশনৰে জ্বিলিকা গহপুৰৰ অতি ভিতৰুৱা চাহজনগোষ্ঠী অঞ্চলৰ এজন ছাত্ৰ৷



11/09/2026

⭕এখন ভৰিৰে নৃত্য কৰা ৰাণী কামানে খোজকাঢ়িব পাৰিব আপোনাৰ মোৰ দৰেই৷
⭕লখিমপুৰৰ জীৱন স্পৰ্শ নামৰ Prosthetic & Orthotics চেন্টাৰে ৰাণীক আমন্ত্ৰণ জনাইছে বিনামূলীয়া চিকিৎসাৰ বাবে৷



 #ৰনোজ  #পেগুৰ  #পত্নী  #হেৰালযোৱাকালি  পুৱা প্ৰায় ৯ বজাত গহপুৰ ছয়দুৱাৰ কলেজৰ পৰা এলিজা মিৰাং নামৰ এগৰাকী মহিলা নিৰুদ্...
11/09/2026

#ৰনোজ #পেগুৰ #পত্নী #হেৰাল
যোৱাকালি পুৱা প্ৰায় ৯ বজাত গহপুৰ ছয়দুৱাৰ কলেজৰ পৰা এলিজা মিৰাং নামৰ এগৰাকী মহিলা নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, স্বামী ৰনোজ পেগুৱে পত্নী এলিজা মিৰাংক ঘৰৰ পৰা কলেজলৈ লৈ গৈছিল। পত্নী কলেজৰ ভিতৰত থকাৰ সময়ত স্বামী ৰনোজ পেগুৱে বাহিৰত অপেক্ষা কৰি আছিল পত্নী ক ঘৰলৈ লৈ যাবলৈ । কিন্ত সময়ত কলেজৰ পৰা ওলাই নহাত কলেজৰ ভিতৰত গৈ পত্নীক বিচাৰে৷ দীৰ্ঘ সময় বিচাৰখোচাৰ কৰাৰ পাছত এলিজাক নোপোৱাৰত স্বামী ৰনোজ পেগুৰ লগতে দুটা পৰিয়ালৰ মাজত হাহাকাৰ সৃষ্টি হৈছে।
বৰ্তমানলৈকে এলিজা মিৰাঙৰ কোনো সন্ধান পোৱা নাই বুলি জানিব পৰা গৈছে।
📢 কোনো সদাশয় ব্যক্তিয়ে এলিজা মিৰাঙৰ সন্ধান লাভ কৰিলে অনুগ্ৰহ কৰি পৰিয়ালৰ লোক বা ওচৰৰ আৰক্ষী থানাত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
যোগাযোগ নম্বৰ → 7577925538


বিশ্বনাথলৈ গৌৰৱ কঢ়িয়াই আনিলে জিনজিয়া আৰক্ষী থানাই।
10/09/2026

বিশ্বনাথলৈ গৌৰৱ কঢ়িয়াই আনিলে জিনজিয়া আৰক্ষী থানাই।

10/09/2026

নতুন দিল্লীত AJYCP য়ে অনুস্থিত কৰিলে অসমৰ বানপানী আৰু গৰাখহনীয়াৰ স্থায়ী সমাধান' বিষয়ক এক 'ৰাষ্ট্ৰীয় পৰ্যায়'ৰ আলোচনা চক্ৰ৷


10/09/2026

গহপুৰৰ ডাঙৰীয়া ঘোঁৰা দুটা আকৌ ওলাইছে ৷




#ডাঙৰীয়াআহিছে

10/09/2026

পঞ্চাশ টা বসন্তত ভৰি দিবলৈ ওলাইছে আমাৰ স্বাভিমান ছয়দুৱাৰ। মহাবিদ্যালয়ে৷


09/09/2026

অসমৰ ৰজাই ৯৯৯৯ লৈ গহপুৰৰ
শংকৰদেৱ শিক্ষা নিকেতনলৈ অহাৰ সময়ত৷



09/09/2026

📌আধাৰ কাৰ্ড নাই বাবেই পঢ়িবলৈ মন থাকিও স্কুল এৰিব লগা এটি কনমানি
📌পিতৃ - মাতৃহীন কণমানি ।আইতাকৰ সৈতে একেটা কোঠালিতে ৰান্ধে, বাঁহৰ দুডাল কামিতে নিশা কটাই।
📌এই কৰুণ দৃশ্য, বিহালী সমষ্টিৰ কমলপুখুৰী পঞ্চায়তৰ অন্তৰ্গত বাওৰী বস্তিৰ।


09/09/2026

📌হাৱাজানৰ পিতনিত সোমাল বিলাসী বাহন ।
📌 হাৱাজানৰ বৰথেকেৰাবাৰী প্ৰৱেশ পথত ভয়ংকৰ ঘটনা!

Address

Gohpur

Alerts

Be the first to know and let us send you an email when Gohpur Headlines posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Gohpur Headlines:

Shortcuts

Share