
NorthEast Plus
- Home
- NorthEast Plus
NorthEast Plus ৰ সমূহ সদস্যলৈ আন্তৰিক ধন্যবাদ পৃষ্ঠা টী আগুৱাই নিয়াত সহায় কৰাত আপোনাৰ/আপোনালোকৰ সম্পূৰ্ণ মৰম পোৱাৰ বাবে আকৌ এবাৰ ধন্যবাদ 🙏😌🙏
Address
Telephone
Website
Alerts
Be the first to know and let us send you an email when NorthEast Plus posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.
Shortcuts
- Address
- Telephone
- Alerts
- Claim ownership or report listing
-
Want your business to be the top-listed Media Company?
যেতিয়া মোৰ মৃত্যু হব . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . আজি তুমি মোক কন্দুওৱাই সুখী হৈছা,, চবা এদিন মোক বিচাৰি কান্দিবা,, যেতিয়া কৈছিলো মৰিজাম তোমাৰ অবিহনে, তুমি ধেমালি বুলি হাঁহি দিছিলা, মৰা শোঁ যেতিয়া ওলাব তোমাৰ কাষেদি, তুমি মোৰ সকলো কথা মনত পেলাই কান্দিবা, মানিচো আজি সময়ে মোৰ লগত লুক-ভাকু খেলিছে, সময় নাহোতেই সকলো এৰি গুচি যাম চাবা, সৰু কাৰণত যেতিয়া এৰিথৈ যাৱ কুনোৱা, মোলৈ কৰা সকলো অভিমান মনত পেলাই কান্দিবা, তোমাৰ প্ৰশ্নৰ উত্তৰত যেতিয়া মিছা কথা শুনিবা, মোৰ লগত কৰা চালনা তোমাৰ মনত পৰিব, খং কৰি কুনোৱাই, দুৰৈত গৈ নাহিব, মই বাৰ-বাৰ মনোৱা তোমাৰ মনত পৰিব, নাহিবা শ্মশানত চাকি এগচি জ্বলাবলৈ, দুখে তোমাক আবৰি কেতিয়াও লগ নেৰিব, যেতিয়া তুমি বুজি পাবা মোৰ প্ৰেমৰ গভীৰতা, দুচকুত বিৰহৰ চকুলো মুচিবা, পাৰিলে মোৰ এটা কাম কৰি দিবা, কান্দিব যেতিয়া মোৰ মা, মোৰ মৰা শোঁক সাবটি, তেওঁক সাবটি অলপ সান্ত্বনা দি দিবা, কেতিয়াও নকবা তোমাৰ প্ৰেমে মাৰিলে মোক, নহ'লে মোৰ মা'ৰ অসীম ম'মতা চাঁই কান্দিবা, নাকান্দিবা মোক হেৰুৱাৰ দুখত, মোৰ মৰা শোঁ ব্যাকুল হৈ উঠিব, লৈছিলো প্ৰতিশ্ৰুতি তোমাক সুখেৰে থ'বলৈ, চকুলো দেখি মোৰ আত্মাও শান্তি নাপাব, মোৰ মৃত্যু বাবে মই কাকো দুখ নধৰোঁ, মাত্ৰ মোৰ মা'ৰ সেই পাগল পুতেক নাথাকিব, কিমান কষ্ট কৰি মোক ডাঙৰ কৰিছিল মোৰ মায়ে, মৰাৰ পিছতো তেওঁক কন্দুৱাই গৈ আছো,
Life...