Bitupan Borah

  • Home
  • Bitupan Borah

Bitupan Borah প্ৰজ্ঞাৰ সন্ধানত অফুৰন্ত মোৰ এই যাত্ৰাগতিশীল ষ্টেচন
একৰঙী একোখন আকাশ
যাত্ৰাপথৰ সীমনাত বিৰংগী হাবিয়াস

30/11/2024
30/11/2024
30/11/2024
30/11/2024
17/02/2024

“জিন জখম কো ৱক্ত ভৰ চলা হ্যেঁ,
তুম কিঁউ উনহে চ্যেৰ যা ৰহে হৌ...”

উভতি যদি বৈ গ’ল হেঁতেন সময়ৰ নদী! সকলো আঘাতৰ দৰব বোলে সময়ে দিয়ে! হাতৰ ৰেখাবোৰো চাগে’ সময়েই গভীৰ কৰে। হাতৰ মুঠিত সময়!! কপালৰ ৰেখাত জীৱনৰ গতি! জীৱন জানো সৰলৰৈখিক পোন এটা আলিবাট? যদি ঘূৰণীয়া বৃত্ত! কেন্দ্র জানো একেটাই? আমি ভাবোঁ নির্দিষ্ট বৃত্ত এটাৰ কেন্দ্র মই, কেৱল মই। ওঁহো! সেইয়া আমাৰ ভ্রান্ত একো একোটা ধাৰণাহে মাথোঁ। প্রায়বোৰ ধাৰণা ভুলেই হয় সদায়! বৃত্তৰ পৰিধিৰপৰা ওলাই গ’লে অনুমান কৰিব পাৰি নিজৰ স্থিতি, অৱস্থিতি। অনুমান কৰিব পাৰিলেই আমিবোৰ পাকৈত হৈ পৰোঁ ত্রিভুজ অঁকাত! কিম্বা চতুর্ভুজ, বর্গ, ঘনক, ট্রেপিজিয়াম... আদি ইত্যাদি। আৰু সমকোণী ত্রিভুজৰ সমকোণৰপৰা ত্রিভুজৰ বাহিৰলৈ দীঘল ৰেখা এদাল টানি নিজৰ অৱস্থিতি জাহিৰ কৰোঁ ।

I have reached 2K followers! Thank you for your continued support. I could not have done it without each of you. 🙏🤗🎉
01/12/2023

I have reached 2K followers! Thank you for your continued support. I could not have done it without each of you. 🙏🤗🎉

Address


Alerts

Be the first to know and let us send you an email when Bitupan Borah posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Bitupan Borah:

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share