Entertainment Ritu Boruah

Entertainment  Ritu Boruah Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Entertainment Ritu Boruah, Digital creator, Gohpur.

12/10/2025

“মহাৰাখ... মোৰ ভিডিঅ’টো ভাল লাগিলে Like, Comment , Share আৰু follow কৰিব 💬💛”

#মহাৰাখ 🌿

08/10/2025

Some funny scenes from Beharbari Outpost.
Credit: Rengoni TV.
Disclaimer: This clip is shared for entertainment purposes only.
All rights belong to the original creators.

🐠 “অসমৰ কেইবিধ মান ঠলুৱা মাছ — পানীৰে ভৰা খাল-বিল, মাটিৰ গন্ধেৰে ভৰপূৰ বতৰ, আৰু এই মিঠা পানীৰ মাছবোৰেই আমাৰ খাদ্য সংস্কৃ...
07/10/2025

🐠 “অসমৰ কেইবিধ মান ঠলুৱা মাছ — পানীৰে ভৰা খাল-বিল, মাটিৰ গন্ধেৰে ভৰপূৰ বতৰ, আৰু এই মিঠা পানীৰ মাছবোৰেই আমাৰ খাদ্য সংস্কৃতিৰ গৌৰৱ 🐟💙
প্ৰকৃতিৰ দান, অসমৰ পৰিচয় 🌿”

#ঠলুৱামাছ 🐟

Various types of local fishes of Assam — ponds and wetlands filled with water, air enriched with the smell of soil, and these freshwater fishes are the pride of our food culture .
A gift of nature, the true identity of Assam .

“আবেলি পৰত তুলা ছবিখন 🌅সূৰ্যৰ আঁতৰি যোৱা পোহৰে আকাশখন সোনালী ৰঙত ৰাঙলী কৰি তুলিছিল ✨সেই নীৰৱ পৰিৱেশত প্ৰকৃতিয়ে নিজৰ শুদ্...
06/10/2025

“আবেলি পৰত তুলা ছবিখন 🌅
সূৰ্যৰ আঁতৰি যোৱা পোহৰে আকাশখন সোনালী ৰঙত ৰাঙলী কৰি তুলিছিল ✨
সেই নীৰৱ পৰিৱেশত প্ৰকৃতিয়ে নিজৰ শুদ্ধ ৰূপত চকুত ধৰা দিছিল 🌿
মানুহৰ মনতো— জীৱন কালত এনে শীতল আবেলিৰ দৰে হ’ব লাগে, শান্ত, নিৰ্মল আৰু সৌন্দৰ্যৰে ভৰা 💫💖”

🌸 :

Address

Gohpur
784169

Website

Alerts

Be the first to know and let us send you an email when Entertainment Ritu Boruah posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share