Assamese GK Trick

Assamese GK Trick অসমৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ লগতে উত্তৰ ।

03/05/2026

AI দ্বাৰা নিৰ্মিত Viral গানটো -

❤কাজিৰঙা তুমি অসমৰ গৌৰৱ❤

⭕ Voice & Music Management- Ai

অসমৰ লোক সংস্কৃতি আৰু প্ৰকৃতিৰ সৈতে এৰাব নোৱাৰা সম্পৰ্ক থকা ফুল_  #ভাটৌফুল  #বহাগ  #বিহু
19/04/2026

অসমৰ লোক সংস্কৃতি আৰু প্ৰকৃতিৰ সৈতে এৰাব নোৱাৰা সম্পৰ্ক থকা ফুল_ #ভাটৌফুল

#বহাগ #বিহু

আপোনালোক সকলোলৈকে পবিত্ৰ ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু ওলগ জনালোঁ। Happy Rongali Bihu ❤❤❤ #বিহু  #...
15/04/2026

আপোনালোক সকলোলৈকে পবিত্ৰ ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু ওলগ জনালোঁ।
Happy Rongali Bihu ❤❤❤

#বিহু #বহাগ Assamese GK Trick

🔴 ব'হাগ বিহুৰ বতৰত খোৱা এশ এবিধ শাক - #বিহু হৈছে কৃষিৰ লগত জড়িত উৎসৱ।এনে উৎসৱত অসমীয়া সমাজ জীৱনৰ কিছুমান এৰাব নােৱাৰা ...
12/04/2026

🔴 ব'হাগ বিহুৰ বতৰত খোৱা এশ এবিধ শাক -

#বিহু হৈছে কৃষিৰ লগত জড়িত উৎসৱ।এনে উৎসৱত অসমীয়া সমাজ জীৱনৰ কিছুমান এৰাব নােৱাৰা লােক পৰম্পৰা থাকে। #বহাগ মাহত চলি অহা বিভিন্ন লােক পৰম্পৰাৰ ভিতৰত অন্যতম হ'ল #এশ #এবিধ #শাক খােৱা । এশ এবিধ শাকৰ অন্যতম হ'ল-মানিমুনি,নৰসিংহ,দোৰোণ, কলমৌ, মহুন্দৰী, পদিনা, মধুসোলেং,মাটি কাঁদুৰি, ভেদাইলতা, ঔ-টেঙা, উৰহী,বেতগাজ, পানীলাউৰ আগ,ৰঙালাউৰ আগ, কচুথোৰ, মালভোগ শাক,কঁঠালৰ মুচি, ভেটফুল, চজিনাৰ পাত, পিৰালি পালেং, তিতাফুল, ভেকুৰি, বনতুলসী, লাই, লফা, পালেং, চুকা, বাবৰি, নলটেঙা, বেঙেনা, বিলাহী, ব্রাহ্মী, শুকলতি, মানধনিয়া, বাহক তিতা, লাইজাবৰি, তিতা কেৰেলা, মহানিম, ভেটাই তিতা, হেলচী, ঢেঁকীয়া, নেফাফু, পিপলি, খুতৰা, হাতীখুতৰা, বৰথেকেৰা, জেটুলি পকা, কলপচলা, পিৰালি কুঁৱৰী, পুনৰ্ণৱা, বৰ টেঙেচি, সৰু টেঙেচি, লেহেতি, তিয়ঁহ, মৰলীয়া, বকফুল, মৰিচা, দুপৰটেঙা, চুকা, মেথি, মৰাপাট, কচু, ওলকচু, বিশল্যকৰণী, টেঙা মৰা, জিলমিল, সৰিয়হ, লাচকচি, বগা পূৰৈ, ৰঙা পূৰৈ, কণবিলাহী, মেদেলুৱা, ডিমৰু, কিৰিঙালতা, কালমেঘ, শতমূল, কেহেৰাজ, চজিনা, চেংমৰা, মূলা, কাঠ আলু, শিমলু আলু, শেৱালি, শিঙাপাত, লাতুমণি, সোণবৰিয়াল, বাঘ-আঁচোৰা,কেঁচুৱালতি, কুন্দুলি, মিঠা মৰা, ফুটকলা, ডেমডেউকা, তংলতি, ভাতমেটেকা, মজ, লৰবৰুৱা, টুপুৰীলতা, টুবুকীলতা, শুকতিলতা, হেঙুনীয়া, টিকনিবৰুৱা আদি।

উজনি অসমৰ লগতে নামনি অসমত এনে এশ এবিধ শাক খােৱাৰ প্ৰচলন বিদ্যমান। এই এশ এবিধ শাক খোৱা পৰম্পৰা ঠাই বিশেষে বেলেগ বেলেগ। ব’হাগ মাহৰ যিকোনাে এটা দিনত এই এশ এবিধ শাক খোৱাৰ পৰম্পৰা আছে । কোনাে কোনাে ঠাইত গৰু বিহুৰ দিনা সন্ধিয়া খােৱা হয়। সাধাৰণতে সহজতে পােৱা শাকেই ব্যৱহাৰ কৰা হয় ।
সাধাৰণতে ব'হাগ বিহুৰ বতৰত খোৱা এনে শাকৰ ঔষধি গুণে জ্বৰ, কাহ, চদি আদিৰ উপশম ঘটাই বুলি অসমীয়া সমাজত আজিও জনবিশ্বাস আছে।

🔴"Bihu Songs of Assam'' গ্ৰন্থ খনৰ লেখক কোন? ♦Bihu Quiz♦
06/04/2026

🔴"Bihu Songs of Assam'' গ্ৰন্থ খনৰ লেখক কোন?

♦Bihu Quiz♦

Address

Golaghat

Website

Alerts

Be the first to know and let us send you an email when Assamese GK Trick posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Assamese GK Trick:

Share