Animals lover.com uttam kalita.

Call Website Contact the business

Animals lover.com uttam kalita. মই কলিযুগ চাই যাম
নতুন পেজটোলৈ স্বাগতম..

Good morning
29/06/2026

Good morning

প্ৰকাশিত কিছুমান লিখনি হাতত নপৰেহি যদিও কবিতা এটি আগবঢ়ালোঁ....
18/06/2026

প্ৰকাশিত কিছুমান লিখনি হাতত নপৰেহি যদিও কবিতা এটি আগবঢ়ালোঁ....

খুজি সন্মান লোৱা মানুহৰ চৰিত্ৰ......তেওঁলোকে সদায় নিজৰ মুখেৰেই নিজৰ গুণ গায়।আনৰ আগত নিজক শ্ৰেষ্ঠ আৰু প্ৰশংসা কৰি ভাল প...
18/06/2026

খুজি সন্মান লোৱা মানুহৰ চৰিত্ৰ......

তেওঁলোকে সদায় নিজৰ মুখেৰেই নিজৰ গুণ গায়।আনৰ আগত নিজক শ্ৰেষ্ঠ আৰু প্ৰশংসা কৰি ভাল পায়।তেওঁলোকৰ কথা বতৰাত অহংকাৰ আৰু কৃত্ৰিমতা দেখিবলৈ পোৱা যায়।তেওঁলোকৰ নিজৰ সন্মান বঢ়াবলৈ তেওঁলোকে প্ৰায়েই আনক সৰু বুজাবলৈ চেষ্টা কৰে।

তেওঁলোকে লোকৰ সফলতা বা ভাল গুণক সহজে স্বীকাৰ কৰিব নিবিচাৰে।আনৰ ভূল ত্ৰুটিবোৰ সমাজত ডাঙৰ কৈ ডাঙি ধৰি আনন্দ লাভ কৰে।প্ৰশংসা আৰু তেলমৰাত তেওঁলোক পাকৈত। এনে লোকে নিজৰ বিষয়ে কেৱল ভাল কথাই শুনিব বিচাৰে।তেওঁলোকক যিসকলে তেল মাৰি চলে,তেওঁলোকক হে তেওঁলোকে পচন্দ কৰে। কোনোবাই তেওঁলোকৰ ভুল আঙুলিয়াই দিলে ওলোটাই শত্ৰু জ্ঞান কৰে।

তেওঁলোকৰ সন্মান অৰ্জনৰ প্ৰক্ৰিয়াটো ভিতৰৰ পৰা অহা নহয়।তেওঁলোকৰ আচল স্বৰূপ টো যেতিয়াই সমাজৰ সচেতন মানুহৰ চকুত ধৰা পৰি যায় তেতিয়াই চতুৰালি ৰ সীমা চেৰাই যাব ধৰে। হোৱাই নোহোৱাই অনেক কথাই ক'বলৈ আৰম্ভ কৰি দিয়ে।

সেয়ে মই মোৰ #ধ্যানমাৰ্গ ত উল্লেখ কৰি আহিছোঁ। "মূৰ্খৰ লগত ধৈৰ্য্য ৰে বাস কৰক পৰিণাম থাকে..."প্ৰকৃত সন্মান কেতিয়াও খুজি বা জুৰ জুলুম কৰি পোৱা নাজায়।মানুহৰ সৎ চৰিত্ৰ ,সমাজৰ প্ৰতি থকা অৱদান আৰু নম্ৰতাইহে সমাজত প্ৰকৃত সন্মান কঢ়িয়াই আনে...

অভিজ্ঞতা পুষ্ট মই ,মানুহ চিনি পোৱাৰ কৌশল মই জানো ভালদৰে।

আকাশ কলিতা

Bougainvillea...
18/06/2026

Bougainvillea...

18/06/2026

আজিও আমি ৰেডিঅ ত গান শুনো......

নিয়মিত খাদ্য আৰু সুস্থ পৰিৱেশেই স্বাস্থ্য,স্বাস্থ্যই সম্পদ আৰু সৌন্দৰ্য স্বাস্থ্যই কৰ্ম্ম অৰ্থ মূখ্য,কৰ্ম্ম অৰ্থ মূখ্য ...
17/06/2026

নিয়মিত খাদ্য আৰু সুস্থ পৰিৱেশেই স্বাস্থ্য,
স্বাস্থ্যই সম্পদ আৰু সৌন্দৰ্য
স্বাস্থ্যই কৰ্ম্ম অৰ্থ মূখ্য,
কৰ্ম্ম অৰ্থ মূখ্য ই হৈছে সংসাৰ. ........
Good evening ( #ধ্যানমাৰ্গ)

17/06/2026

 Home Decoration
17/06/2026


Home Decoration

17/06/2026

Address

Dergaon
Golaghat

Alerts

Be the first to know and let us send you an email when Animals lover.com uttam kalita. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Animals lover.com uttam kalita.:

Shortcuts

Share