NB LIVE 24×7

NB LIVE 24×7 আমাৰ এই নিউজ প'ৰটেলৰ যোগেদি অসমৰ প্ৰতিটো অঞ্চলৰ বাতৰি সমূহ চাবলৈ পাব।

14/06/2025

দেৰগাঁৱৰ চিকাৰীঘাটত বন্ধুৰ সৈতে বহ্মপুত্ৰত গা ধুবলে গৈ মৃত্যু দেৰগাৱৰ সুজল ঠাকুৰৰ।

14/06/2025
30/11/2024

সৃষ্টিশীল নৃত্য প্ৰতিযোগিতাৰ বিতৰ্ক চলি থকাৰ‌ সময়তে এইবাৰ আহিল মৃত্যুৰ ভাবুকী
যোৰহাটৰ উদয়ন সাংস্কৃতিক গোষ্ঠীৰ প্ৰশিক্ষক তথা স্বত্বাধিকাৰী সীমান্ত বৰকাকতীক মৃত্যুৰ‌ভাবুকী দিলে গোলাঘাটৰ মহেন্দ্ৰ শইকীয়া নামৰ এজন ব্যক্তিয়ে।

ভোগদৈ আৰক্ষী চকীত এজাহাৰ ভুক্তভোগীৰ

06/07/2024

বানত সৰ্বস্ৰ হেৰুৱাই এনেদৰে ৰাস্তাৰ কাষত আশ্ৰয় লব লগীয়া হৈছে এই সমূহ পৰিয়ালে।।

17/05/2024

🔴বিলাসীপাৰাত জুবিন গাৰ্গৰ অনুস্হান।

22/04/2024

শিলচৰৰ পৰা ইম্ফলৈ যোৱাৰ পথত দুস্কৃতিকাৰীৰ গুলিচালনা

৫২৬ নম্বৰেৰে ডিষ্টিংচন লাভ কৰি তিতাবৰলৈ  গৌৰৱ কঢ়িয়াই  আনিলে  জাতীয় বিদ্যালয় তিতাবৰ ছাত্ৰী জংকী বৰ্মনে
20/04/2024

৫২৬ নম্বৰেৰে ডিষ্টিংচন লাভ কৰি তিতাবৰলৈ গৌৰৱ কঢ়িয়াই আনিলে জাতীয় বিদ্যালয় তিতাবৰ ছাত্ৰী জংকী বৰ্মনে

16/03/2024

🔴মাজুলী জিলাৰ আহঁতগুৰিৰ শিকলিচাপৰিত মনিকাঞ্চন মিলনক্ষেত্ৰ ধুৱাহাট বেলগুৰি থানত দুদিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে চলিত বৰ্ষৰ ২৬ আৰু ২৭ মাৰ্চত মনিকাঞ্চন মিলনক্ষেত্ৰৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপনৰ প্ৰস্তুুতি।

11/02/2024

🔴আগশাৰীৰ স্বেচ্ছা সেৱী সংস্হা সেৱা ৰ উদ্যোগত দেৰগাঁও সমষ্টীৰ বিভিন্ন ঠাইত বানপিৰিত ৰাইজৰ মাজত বিনামূলীয়াকৈ ইন্ধনমুক্ত চৌকা বিতৰন।

13/01/2024

🔴আগশাৰীৰ বেচৰকাৰী স্বেচ্ছাসেৱী স‌ংস্থা "সেৱা" ৰ লগত কাম কৰাৰ ইচ্ছা আমেৰিকা যুক্তৰাষ্ট্ৰৰ কনচুলেট জেনেৰেল মেলিণ্ডা পাভেকৰ।

27/12/2023

🔴দেৰগাঁও সমষ্টীৰ শগুনপৰা মিছিং গাৱত বেচৰকাৰী সংস্হা "সেৱা" NGO -ৰ উদ্যোগত বিনামূলীয়াকৈ কাপোৰ বিতৰন।

01/10/2023

*১৯৫১ চনত জন্মগ্ৰহণ কৰা সৰোজিনী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন ছাত্ৰী সমাৰোহ
*দেশৰ বিভিন্ন ঠাইত কথা ছাত্ৰী সকলৰ মহা মিলন হয় এই সমাৰোহত

Address

Dergaon

Alerts

Be the first to know and let us send you an email when NB LIVE 24×7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NB LIVE 24×7:

Share