BIPUL PUSPA

BIPUL PUSPA I will be updating all kinds of informational posts on this page,I will always need your love, blessings, sending and suport.

जो इन्सान मुझ्को help करता है। उसी को मैं भी help करती हुं।

19/04/2025
প্ৰণিপাত,               আজি 14 এপ্ৰিল সংবিধান প্ৰণেতা তথা ভাৰতৰত্ন ড⁰ ভীমৰাও ৰামজী আম্বেদকাৰৰ 134 তম্ জন্ম জয়ন্তী বোকাজ...
14/04/2025

প্ৰণিপাত,
আজি 14 এপ্ৰিল সংবিধান প্ৰণেতা তথা ভাৰতৰত্ন ড⁰ ভীমৰাও ৰামজী আম্বেদকাৰৰ 134 তম্ জন্ম জয়ন্তী বোকাজান মণ্ডল কাৰ্যলয়ত উদযাপন কৰা হয়।
উদযাপন স্থলীত উপস্থিত থাকে অসম বিধান সভাৰ উপাধ্যক্ষ তথা 108 বোকাজান বিধান সভা সমষ্টিৰ বিধায়ক ড⁰ নোমল মমিন,বোকাজান মণ্ডল সভাপতি শ্ৰীযুত দীপক মেচ, ST মৰ্চাৰ জিলা সম্পাদক তথা মাইনৰতি মৰ্চাৰ সম্পাদক শ্ৰী দ্বীপেন চাংমা, চাহ মৰ্চা সভাপতি শ্ৰী বিদ্যানাথ হেমৰাম,মণ্ডল সম্পাদক কুঞ্জম চুহান, বিপিন ইন্দুৱাৰ, সোণেশ্বৰ মেচ, যোগেশ্বৰ শ্যাম আৰু অনুসূচিত জাতি মৰ্চাৰ ভালেকেইজন বিষয়- ববিয়াৰ উপস্থিতিত ড⁰ ভীমৰাও অম্বদকাৰৰ আত্ম জীৱনীৰ প্ৰসঙ্গত সন্মানীয় বিধায়ক গৰাকীয়ে যি বক্ত্যব দাঙি ধৰে সকলোৰে মন মুগ্ধ কৰি তোলে, ভাৰতীয় আইন, বুৰঞ্জীবিদ, অৰ্থনীতিবিদ, ৰাজনৈতিক নেতা, দাৰ্শনিক
ড⁰ব ভীমৰাও অম্বদেকৰ দেৱৰ জন্ম জয়ন্তীৰ দেশৰ ঐক্ আৰু একতাক সাংবিধানিক এনাজৰিৰে মেৰিয়াই যোৱা মহান পুৰুষ গৰাকিলৈ জাচিছোঁ সশ্ৰধ প্ৰণিপাত। ধন্যবাদ।

আজি ইং 10/04/2025 তাৰিখ 126 মাটিপুল বুথত  অনুষ্ঠিত হোৱা প্ৰথম ''গাওঁ চলো বসতি চলো অভিযান'' উপস্থিত সন্মানীয় অসম বিধান স...
10/04/2025

আজি ইং 10/04/2025 তাৰিখ 126 মাটিপুল বুথত অনুষ্ঠিত হোৱা প্ৰথম ''গাওঁ চলো বসতি চলো অভিযান'' উপস্থিত সন্মানীয় অসম বিধান সভাৰ উপাধ্যক্ষ তথা বোকাজান বিধান সভাৰ অন্তৰ্গত বিধায়ক শ্ৰীযুত নোমল মমিন ডাঙৰীয়া, পূব কাৰ্বিআংলং জিলাৰ চাহ মৰ্চা সভাপতি বিদ্যানাথ হেমৰাম, জিলা st মৰ্চাৰ সম্পাদক শ্ৰী দ্বীপেন দি চাংমা,বোকাজান মণ্ডল সভাপতি শ্ৰীযুত দীপক মেচ, বুথ কমিটিৰ সন্মানীয় সভাপতি সম্পাদক আৰু সন্মানীয় গাওঁ বাসী ৰাইজৰ উপস্থিতিত সন্মানীয় বিধায়ক গৰাকীয়ে ৰাইজৰ বিভিন্ন ধৰণৰ অসুবিধাৰ সম্পৰ্কে মত বিনিমই কৰি যিমান খিনি ৰাইজৰ অসুবিধা আছে তাৰে আধা শতাংশ হলেও সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । সন্মানীয় বিধায়ক গৰাকীৰ পদক্ষেপ শলাগ লব লগীয়া ধন্যবাদ।


আজি 09/04/2025 তাৰিখে বোকাজান স্পৰ্ত কমপ্লেক্স হলত 6 টা সমষ্টিৰ একেলগে অনুষ্ঠিত হোৱা সক্ৰীয় সদস্য সন্মিলনত বিজেপি কাৰ্বি...
09/04/2025

আজি 09/04/2025 তাৰিখে বোকাজান স্পৰ্ত কমপ্লেক্স হলত 6 টা সমষ্টিৰ একেলগে অনুষ্ঠিত হোৱা সক্ৰীয় সদস্য সন্মিলনত বিজেপি কাৰ্বি আংলং জিলাৰ সভাপতি শ্ৰীযুত ৰলেণ্ড কিলিং, কাৰ্বি আংলং জিলাৰ কাৰ্যবাহী সদস্য শ্ৰীযুত মধুৰ্য্য ঢেকিয়াল ফুকন, সূৰ্য ৰংফাৰ, দেউপানিৰ MAC শ্ৰৱণ তেলেঙা, কাদম তেৰাংপি, Ex কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ পাঠক,পূব কাৰ্বি আংলং জিলাৰ চাহ মৰ্চা সভাপতি বিদ্যানাথ হেমৰাম, OBC মৰ্চাৰ সভাপতি ৰঞ্জিত ৰয়,নগৰ উন্নয়ন সমিতিৰ অধ্যক্ষ, গাঁও উন্নয়নৰ অধ্যক্ষ,কাৰ্বি আংলং জিলা কাৰ্যালয়ৰ বিষয় - ববিয়া 6 টা মণ্ডৰ সভাপতি সম্পাদক আৰু সক্ৰিয় সদস্য লোৱা সদস্য সদস্যা সকলৰ উপস্থিতিত 1980 জন্ম হোৱা এই বৃহত ৰাজনৈতিক দলটোক আগুৱাই লোৱাত আমাৰ অৱদান কি, আমি আমাৰ দেশখনক বিকাশিত ভাৰত হিচাপে কি দৰে গঢ়ি তুলিব পাৰিম ,আগুন্তুক 2026 বিধান সভাৰ নিৰ্বাচনত ভাল ফলাফল অনাত আমাৰ কৰণীয় কামৰ সম্পৰ্কে আৰু ৰজনৈতিক মতামতৰ অংশীদাৰ থকা তথা জাতীয় স্বাৰ্থৰ হকে কাম কৰিব বিচৰা বিয়ক্তিৰ অৱদানৰ বিষয়ে বহল ভাৱে আলোচনা কৰা হয় ধন্যবাদ।

06/04/2025

46 th foundation day
06/04/2025

46 th foundation day

Address

Golaghat

Telephone

+919101808164

Website

Alerts

Be the first to know and let us send you an email when BIPUL PUSPA posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share