Sirish NE

Sirish NE সন্ধান

আমাৰ গৌৰৱ, আমাৰ অনুপ্ৰেৰণাৰ উৎস।আপোনাৰ এই সফলতাই আমাক অনুপ্ৰাণিত কৰে, আত্মবিশ্বাস দিয়ে আৰু জীৱনৰ যিকোনো ক্ষেত্ৰত আগবাঢ়িব...
14/06/2025

আমাৰ গৌৰৱ, আমাৰ অনুপ্ৰেৰণাৰ উৎস।
আপোনাৰ এই সফলতাই আমাক অনুপ্ৰাণিত কৰে, আত্মবিশ্বাস দিয়ে আৰু জীৱনৰ যিকোনো ক্ষেত্ৰত আগবাঢ়িবলৈ সাহস দিয়ে।
আপোনাৰ দীঘল জীৱন আৰু শিক্ষাক্ষেত্ৰত অধিক সফলতাৰ কামনাৰে।
অভিনন্দন ছাৰ।

চাহ বাগিচাৰ শ্ৰমিকসকলৰ কামৰ সময় ৰাতিপুৱা ৮ বজাৰ পৰা আবেলি ৪ বজাৰ পৰিৱৰ্তে পুৱা ৬ বজাৰ পৰা দুপৰীয়া ২ বজালৈ সলনি কৰা হৈছ...
13/06/2025

চাহ বাগিচাৰ শ্ৰমিকসকলৰ কামৰ সময় ৰাতিপুৱা ৮ বজাৰ পৰা আবেলি ৪ বজাৰ পৰিৱৰ্তে পুৱা ৬ বজাৰ পৰা দুপৰীয়া ২ বজালৈ সলনি কৰা হৈছে।

Thank you... Himanta Biswa Sarma sir
CMO Assam Rupesh Gowala

🔥 উৎকট গৰমে দহিছে ৰাজ্যবাসীক!🌿 চাহ-বাগিছাৰ শ্ৰমিকসকলৰ বাবে সময়সূচী সাল-সলনিৰ প্ৰয়োজন।বিগত কেইদিনমান ধৰি ৰাজ্যত অব্যাহত ...
13/06/2025

🔥 উৎকট গৰমে দহিছে ৰাজ্যবাসীক!
🌿 চাহ-বাগিছাৰ শ্ৰমিকসকলৰ বাবে সময়সূচী সাল-সলনিৰ প্ৰয়োজন।
বিগত কেইদিনমান ধৰি ৰাজ্যত অব্যাহত গৰমৰ জ্বালাতনে সাধাৰণ ৰাইজৰ লগতে চাহ-বাগিছাৰ শ্ৰমিকসকলো চৰম কষ্টৰ সন্মুখীন হৈছে।
এই অৱস্থাত শ্ৰমিকসকলৰ স্বাস্থ্য আৰু সুৰক্ষাক প্ৰাথমিকতা দি পুৱা আগতে কাম আৰম্ভ কৰি দুপৰ আগতেই শেষ কৰাৰ ব্যৱস্থা এটা কৰিলে ভাল হয়।
এই গৰমত সকলো চাহ-বাগিচাৰ পৰিচালনা সমিতি আৰু পৰিচালক মহোদয়ক জনসাধাৰণৰ পক্ষৰ পৰা আহ্বান জনাইছোঁ— শ্ৰমিকসকলৰ বাবে সময়সূচী পুনৰ্নিৰ্ধাৰণ কৰক।
গৰমৰ সময়খিনি।

Rupesh Gowala Kamakhya Prasad Tasa Himanta Biswa Sarma CMO Assam Ajanta Neog Rupjyoti Kurmi Sanjoy Kishan Terash Gowalla Dhiraj Gowala Jagdish Baraik

প্ৰতি পুৱা লাখ লাখ লোকৰ চাহৰ সতেজ কাপৰ সৈতে আৰম্ভ হয়।বিশ্ববিখ্যাত অসম চাহ মাথোঁ আমাৰ চাহ বাগিচাৰ শ্ৰমিকসকলৰ পৰিশ্ৰম আৰু...
21/05/2025

প্ৰতি পুৱা লাখ লাখ লোকৰ চাহৰ সতেজ কাপৰ সৈতে আৰম্ভ হয়।
বিশ্ববিখ্যাত অসম চাহ মাথোঁ আমাৰ চাহ বাগিচাৰ শ্ৰমিকসকলৰ পৰিশ্ৰম আৰু ঘামৰ ফল।
দেশৰ অৰ্থনীতিত চাহ উদ্যোগে প্ৰচুৰ অৰিহণা যোগাই আহিছে আৰু লাখ লাখ লোকক সংস্থাপিত কৰি আহিছে। 'চাহ' অসমৰ প্ৰেক্ষাপটত অৰ্থনীতিৰ এটি অন্যতম আধাৰেই নহয়, ই এক সংস্কৃতি আৰু আৱেগৰ নাম৷ আন্ত:ৰাষ্ট্ৰীয় চাহ দিৱসৰ শুভেচ্ছা জনালোঁ।


09/04/2025

ৰাজ্যৰ বাবে এক গৌৰৱৰ মুহূৰ্ত✨

২০২৫ চনৰ বিশ্ব চাহ চেম্পিয়নশ্বিপত শিৱসাগৰৰ আট্টাবাৰী চাহ বাগিচাৰ স্বকীয় আৰু শক্তিশালী সোৱাদক বিশ্বৰ শ্ৰেষ্ঠ ব্লেক চিটিচি চাহ হিচাপে স্বীকৃতি দিয়া হৈছে।

আমাৰ অসমৰ চাহে ২০০ বছৰ সম্পূৰ্ণ কৰাৰ লগে লগে এয়া আমাৰ খাটিখোৱা চাহ শ্ৰমিক, বাগিচা কৰ্মচাৰী সকলৰ লগতে সমগ্ৰ অসমবাসীৰ বাবে গৌৰৱৰ ক্ষণ।

Himanta Biswa Sarma
CMO Assam

09/04/2025

চিৰবিদায়..🙏
হাজাৰ হাজাৰ জনগণই বিদায় দিলে আছাৰ সভাপতি প্রদীপ নাগ ডাঙৰীয়াক।

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি, বিশিষ্ট ছাত্ৰ নেতা, সমাজ সেৱক প্ৰদীপ নাগ ডাঙৰীয়াৰ অকাল বিয়োগৰ খবৰ পায় অত্যন্ত মৰ্মা...
08/04/2025

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি, বিশিষ্ট ছাত্ৰ নেতা, সমাজ সেৱক প্ৰদীপ নাগ ডাঙৰীয়াৰ অকাল বিয়োগৰ খবৰ পায় অত্যন্ত মৰ্মাহত হৈছোঁ। নাগ ডাঙৰীয়াৰ বিয়োগ অসমৰ বৃহত্তৰ চাহ জনগোষ্ঠী-আদিবাসী সমাজখনৰ বাবে এক ডাঙৰ ক্ষতি।
তেখেতৰ বিদেহ আত্মাৰ সদ্‌গতি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।

ঔঁম শান্তি
🙏🙏🙏

04/04/2025

চাহ জনগোষ্ঠীৰ সমাদৃত শিল্পী শ্ৰীযুত ৰামচন্দ্ৰ চাচনীক আগবঢ়োৱা হয় অসম গৌৰৱ সন্মান।

22/03/2025

চাহ বাগিচাৰ মহিলা শ্ৰমিকসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত দৃষ্টি আকৰ্ষণ সাংসদ গৌৰৱ গগৈৰ।

18/03/2025

১৯ মাৰ্চত নতুনকৈ ৩ লাখ ৮০ হাজাৰ লোকৰ একাউণ্টত সোমাব PMAY ঘৰ নিৰ্মাণৰ ধন।
,

23/02/2025
21/02/2025

আজিৰে পৰা তিনিদিন ধৰি সৰুসজাইত ঝুমইৰৰ আখৰা ।

Address

Golaghat

Telephone

+919613178219

Website

Alerts

Be the first to know and let us send you an email when Sirish NE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Sirish NE:

Share