Kaku Neog

Kaku Neog Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Kaku Neog, Digital creator, ঠিকনাবিহীন, Golaghat.

এইখন ফটো ভূপেন হাজৰিকাৰ দেৱৰ মৃত্যু দিনা তুলা ফটো তেওঁৰ চোলাটোলৈ মন কৰক তাত থকা চনটোলৈ ১৯৮৯Numerology মতে চাব গ'লে 1+9+8...
22/09/2025

এইখন ফটো ভূপেন হাজৰিকাৰ দেৱৰ মৃত্যু দিনা তুলা ফটো
তেওঁৰ চোলাটোলৈ মন কৰক
তাত থকা চনটোলৈ
১৯৮৯
Numerology মতে চাব গ'লে
1+9+8+9=27
2+7= 9
মানে ৯ নম্বৰ Represent কৰে
তেওঁৰ জীৱনত 9 number টোৱে বহু কথাই কৈ আছিল ।

১) তেওঁৰ গাড়ীৰ নম্বৰ ৯৯৯৯
২) জন্ম তাৰিখ ১৮ (১+৮=৯)
৩) হোষ্টেল ৰুমৰ নং : ০৯
৪) মৃত্যু ঠাই Singapore: ৯ নম্বৰ
৫) মৃত্যু মাহ : চেপ্তেম্বৰ ( ৯)
৬) মৃত্যু বছৰ : ২০২৫ (২+২+৫=৯)
৭) Shyamkanu : ৯
৮) Siddharth: ৯

৯ নম্বৰৰ অৰ্থ numerology মতে :সমাপ্তি, পূৰ্ণতা ।

কিংবদন্তি শিল্পী জুবিন দাৰ অন্তিম যাত্ৰাত লোৱা অসম কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ..
22/09/2025

কিংবদন্তি শিল্পী জুবিন দাৰ অন্তিম যাত্ৰাত লোৱা অসম কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ..

নোৱাৰো তোমাক হেৰুৱাব।তুমি আমাৰ মৰমৰ জুবিন ককাইদেউ।     😭😭😭😭😭😭
22/09/2025

নোৱাৰো তোমাক হেৰুৱাব।তুমি আমাৰ মৰমৰ জুবিন ককাইদেউ।
😭😭😭😭😭😭

22/09/2025

বাটৰে শেষতে

বাটৰে শেষতে
বাট চাওঁ তোমালে
লৈ যোৱাহি
আজি তোমাৰ বাটেৰে ।

তুমি আহিলে
নামে বুকুলে শাওন
তুমি নহ'লে
উকা উকা মোৰ ফাগুন।
- জুবিন

সচাঁই তোমাৰ লগতে মোকো লৈ যোৱাহি। বহুত ভাল পাওঁ তোমাক ।মনৰ বতৰা বোৰ কেনেকৈ লিখি বুজাম..। আজি মুক্ত ফাগুনৰ বলিয়া বতাহজাকে মোকো আউলি-বাউলি কৰি তুলিছে তুমি নোহোৱাৰ বাবে ।
😭😭😭😭😭😭

13/09/2025
ভূই আমলখি ।  ৰোগ নিৰাময় ৰ এবিধ উদ্ভিদ।  যাক বন আমলখি বুলিও কোৱা হয়।
02/09/2025

ভূই আমলখি । ৰোগ নিৰাময় ৰ এবিধ উদ্ভিদ। যাক বন আমলখি বুলিও কোৱা হয়।

Address

ঠিকনাবিহীন
Golaghat

Website

Alerts

Be the first to know and let us send you an email when Kaku Neog posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share