D News Assam

D News Assam Assames news & Entertinment page.

19/11/2024
19/11/2024

গোলাঘাট নগৰৰ বাটাৰ পইন্টৰ সমীপত এগৰাকী বৃদ্ধা বজাৰ কৰিব আহিছিল।
জানিব পৰা মতে বৃদ্ধা গৰাকী ঘৰত কোনো নাছিল।
বৃদ্ধাৰ গৰাকী হঠাৎ উচ্চ ৰক্তচাপ বৃদ্ধি হৈ গৈছিল।
সমাজকৰ্মী জুলি হাজৰিকাই এখন ই-ৰিক্সা যোগাৰ কৰি বৃদ্ধা গৰাকীক ঘৰলে পঠাই দিয়ে।
সমাজকৰ্মী জুলি হাজৰিকাক সহযোগ কৰে ঋষিপ্ৰিয়া বৰুৱাই।
゚viralシ

14/11/2024

ৱাৰিঅৰ্ছ গোলাঘাট জিলাৰ অন্তৰ্গত নৰাগাঁও বেঙেনাখোৱা আঞ্চলিক সমিতিৰ গোলাঘাট উদয় নগৰত অৱস্থিত অগংনৱাড়ী কেন্দ্ৰত শিশু দিৱস উদযাপন
゚viralシ

14/11/2024

ৱাৰিঅৰ্ছ গোলাঘাট জিলাৰ অন্তৰ্গত মৰঙি আঞ্চলিক সমিতিৰ চৰিয়াখাটৰ ৰাজহুৱা খেলপথাৰত শিশু দিৱস উদযাপন

19/07/2024

গোলাঘাট ৱাটিং গাড়ীগাঁৱত অঘটন। দৈয়াং নদীত সন্ধানহীন তিনিজন কিশোৰ।

28/05/2024

📌ঢেকীয়াজুলিত প্ৰকৃতিৰ ভয়ংকৰ কালৰূপ
📌স্কুল বাছৰ ওপৰত বাগৰিল প্ৰকাণ্ড গছ

D News Assam
16/05/2024

D News Assam

28/03/2024

ৰঙালী বিহুৰ বিহু মঞ্চৰ বাবে সাজু কণ্ঠাশিল্পী সন্ধ্যানী :বিহুৰ মঞ্চত লগ পাবলৈ আজিয়ে যোগাযোগ কৰক কণ্ঠশিল্পী সন্ধ্যানী প্ৰিয়া বৰাক
যোগাযোগ নম্বৰ :60017725 82

15/08/2023

গোলাঘাটত ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন

23/07/2023

Bodoland got telent Reality showত winner হবলৈ সন্ধ্যানী প্ৰিয়া বৰাক BOROLAND GOT TELENT Official site গৈ ভোট প্ৰদান কৰি সহায় সহযোগ কৰিবলৈ অনুৰুধ জনালো।
🌑সন্ধ্যানী প্ৰিয়া বৰাক ভোট প্ৰদান কৰিবলৈ তলৰ লিংকত ক্লিক কৰক👉https://bodolandgottalent.com/


Address


Telephone

+917086863137

Website

Alerts

Be the first to know and let us send you an email when D News Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to D News Assam:

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share