চাহ জনজাতি নৱপ্ৰজন্মৰ চিন্তাধাৰা

  • Home
  • India
  • Golaghat
  • চাহ জনজাতি নৱপ্ৰজন্মৰ চিন্তাধাৰা

চাহ জনজাতি নৱপ্ৰজন্মৰ চিন্তাধাৰা উদ্দেশ্য
1/ নৱপ্ৰজন্মৰ চিন্তা চৰ্চা

জুবিন গাৰ্গক শ্ৰদ্ধা জনাই চাহ বাগিছা বন্ধৰ আহ্বান আটছা ৰ।
22/09/2025

জুবিন গাৰ্গক শ্ৰদ্ধা জনাই চাহ বাগিছা বন্ধৰ আহ্বান আটছা ৰ।

যোৱা কালি সন্দিয়া  লেটেঁকুজান চাহ বাগিচাৰ ৰাইজৰ সৈতে আকৌ জুবিন দাক  শ্ৰদ্ধাঞ্জলি জনাওঁ।। জুবিন দা যতে আছে শান্তিত থাকক, ...
22/09/2025

যোৱা কালি সন্দিয়া লেটেঁকুজান চাহ বাগিচাৰ ৰাইজৰ সৈতে আকৌ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাওঁ।। জুবিন দা যতে আছে শান্তিত থাকক, জুবিন অমৰ হওঁক। জয় আই অসম।

21/09/2025
20/09/2025

যি সময়ত সমগ্ৰ অসমৰ বিশিষ্ট শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৱে লক্ষ লক্ষ জনে অত্যন্ত মৰ্মাহত হৈছে।
ঈশ্বৰৰ ওচৰত তেখেতৰ আত্মাৰ চিৰ শান্তিৰ বাবে প্ৰাৰ্থনা জনাইছোঁ লগতে পৰিয়াল বৰ্গ লৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।
কিন্তু তেনে ক্ষেত্ৰত গোলাঘাটৰ এজন দোকানি এ জুবিনক চিনি নাপাওঁ বুলি কয়, লগতে who is zubin garg বুলি কৈ মুষ্টাক আহমেদে আৰক্ষী সমজাই দিয়া হয় ।

20/09/2025

প্ৰাণ ত কৈ আপোন জন হৈছে জুবিন

অসম চাহ জনজাতি ছাত্ৰ সন্থা,আটছা মৰঙী উপ শাখাৰ উদ্যোগত আজি  শ্ৰী বাৰ্মা কুমাৰ সভাপতি আৰু শ্ৰী মতী নিপা গোৱালাক সম্পাদিকা ...
19/09/2025

অসম চাহ জনজাতি ছাত্ৰ সন্থা,আটছা মৰঙী উপ শাখাৰ উদ্যোগত আজি শ্ৰী বাৰ্মা কুমাৰ সভাপতি আৰু শ্ৰী মতী নিপা গোৱালাক সম্পাদিকা হিছাপে লৈ ৫১ জনীয়া মৰঙী কলেজ গোট গঠন কৰা হয়। সকলো বিষয় ববীয়ালৈ নৱপ্ৰজন্ম পৰিয়াল তৰফৰ পৰা আন্তৰিক অভিনন্দন ও শুভেচ্ছা জনালোঁ।

অসমৰ জনপ্ৰিয় শিল্পী যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰব জুবীন গাৰ্গৰ আকস্মিক বিয়োগৰ বাতৰিয়ে আমাক মৰ্মাহত কৰিছে ।  আজি সন্ধ্যা ৬:০...
19/09/2025

অসমৰ জনপ্ৰিয় শিল্পী যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰব জুবীন গাৰ্গৰ আকস্মিক বিয়োগৰ বাতৰিয়ে আমাক মৰ্মাহত কৰিছে । আজি সন্ধ্যা ৬:০০ বজাত পোৰাবঙলাত আটছা"খুমটাই শাখা লগতে মৰঙী উপশাখা, পোৰাবঙলা ব্যৱসায়ী সন্থা,, বিভিন্ন দল সংগঠন আৰু স্থানীয় ৰাইজৰ উপস্থিতিত ৰাজহুৱা ভাৱে অসমীয়াৰ হিয়াৰ আমঠু "জুবিন দা" ক শ্ৰদ্ধাঞ্জলি জনোওঁ ৷
জুবিন দা আমাৰ হৃদয়ত সদায় আছে আৰু সদায় থাকিব ৷ জুবিন দা অমৰ হওঁক। ওঁম শান্তি।
"জয় জুবিন দা "

19/09/2025

অসমে আজি যি সম্পদ হেৰুৱাইছে। এই সম্পদ কেতিয়াও নাপাই। সকলোৱে আজিৰ দিন টু হিয়া ভাঙি কব নোৱাৰা হৈছে। love you ❤️❤️❤️❤️

19/09/2025

গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ,🙏🙏
আপোনাৰ আত্মাই চিৰ শান্তি লাভ কৰক।।
゚viralシfypシ゚viralシalシ

মনে মনা নাই যদিও নেদেখা জনৰ ওচৰত প্রার্থনা কৰিছোঁ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ, 🙏🙏আপোনাৰ আত্মাই চিৰ শান্তি লাভ কৰক।।
19/09/2025

মনে মনা নাই যদিও নেদেখা জনৰ ওচৰত প্রার্থনা কৰিছোঁ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ, 🙏🙏
আপোনাৰ আত্মাই চিৰ শান্তি লাভ কৰক।।

Address

Golaghat

Website

Alerts

Be the first to know and let us send you an email when চাহ জনজাতি নৱপ্ৰজন্মৰ চিন্তাধাৰা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category