Rong Official

Rong Official জীৱনটো কেৱল হাঁ‌হিৰে পাৰ কৰক। https://chat.whatsapp.com/ISkBeaJ5sS1AhRtxyysraR

03/04/2026
03/04/2026

১৯ এপ্ৰিল সদৌ অসম ভিত্তিত সত্ৰীয়া নৃত্য, সৃষ্টিশীল নৃত্য, দশৱতাৰ নৃত্য আৰু চিত্ৰাংকন প্ৰতিযোগিতা। যোগাযোগ নম্বৰ 9101967203

বোলছবি, ধাৰাবাহিক আৰু ভ্ৰাম্যমাণ মঞ্চৰ মোহময়ী অভিনেত্ৰী সুকণ্যা ৰাজগুৰুৰ আজি জন্মদিন। তেওঁ লৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা ...
01/04/2026

বোলছবি, ধাৰাবাহিক আৰু ভ্ৰাম্যমাণ মঞ্চৰ মোহময়ী অভিনেত্ৰী সুকণ্যা ৰাজগুৰুৰ আজি জন্মদিন। তেওঁ লৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

শঙ্খধ্বনি কলা কেন্দ্ৰই আয়োজন কৰিছে দ্বাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। অহা ১৯ এপ্ৰিল দেওবাৰে ২০২৬ চন সদৌ অসম ভিত্তিত সত্ৰীয়া ...
31/03/2026

শঙ্খধ্বনি কলা কেন্দ্ৰই আয়োজন কৰিছে দ্বাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। অহা ১৯ এপ্ৰিল দেওবাৰে ২০২৬ চন সদৌ অসম ভিত্তিত সত্ৰীয়া নৃত্য, সৃষ্টিশীল নৃত্য, দশৱতাৰ নৃত্য আৰু চিত্ৰাংকন প্ৰতিযোগিতা।

29/03/2026

মোৰ চকুলোৰে একাপ চাহ।

শঙ্খধ্বনি কলা কেন্দ্ৰৰ তৰফৰ পৰা সত্ৰীয়া নৃত্য শিল্পী তথা নৃত্য প্ৰশিক্ষক প্ৰাৰ্থনা শইকীয়ালৈ শঙ্খধ্বনি বঁ‌টা ২০২৬ প্ৰদান।
14/03/2026

শঙ্খধ্বনি কলা কেন্দ্ৰৰ তৰফৰ পৰা সত্ৰীয়া নৃত্য শিল্পী তথা নৃত্য প্ৰশিক্ষক প্ৰাৰ্থনা শইকীয়ালৈ শঙ্খধ্বনি বঁ‌টা ২০২৬ প্ৰদান।

শঙ্খধ্বনি কলা কেন্দ্ৰৰ তৰফৰ পৰা কণ্ঠশিল্পী প্ৰঞ্জুমন ভূঞাকৈ শঙ্খধ্বনি বঁ‌টা ২০২৬ প্ৰদান।
14/03/2026

শঙ্খধ্বনি কলা কেন্দ্ৰৰ তৰফৰ পৰা কণ্ঠশিল্পী প্ৰঞ্জুমন ভূঞাকৈ শঙ্খধ্বনি বঁ‌টা ২০২৬ প্ৰদান।

শঙ্খধ্বনি কলা কেন্দ্ৰৰ তৰফৰ পৰা নৃত্য শিল্পী তথা নৃত্য পৰিচালক কামাল ৰাজালৈ শঙ্খধ্বনি বঁ‌টা ২০২৬ প্ৰদান।
14/03/2026

শঙ্খধ্বনি কলা কেন্দ্ৰৰ তৰফৰ পৰা নৃত্য শিল্পী তথা নৃত্য পৰিচালক কামাল ৰাজালৈ শঙ্খধ্বনি বঁ‌টা ২০২৬ প্ৰদান।

শঙ্খধ্বনি তৰফৰ পৰা নৃত শিল্পী তথা নৃত্য পৰিচালক নিহাৰ বৰালৈ শঙ্খধ্বনি বঁ‌টা ২০২৬ প্ৰদান
13/03/2026

শঙ্খধ্বনি তৰফৰ পৰা নৃত শিল্পী তথা নৃত্য পৰিচালক নিহাৰ বৰালৈ শঙ্খধ্বনি বঁ‌টা ২০২৬ প্ৰদান

নৃত্য শিল্পী তথা নৃত্য পৰিচালক ৰুপাঙ্কৰ বৰুৱালৈ শঙ্খধ্বনি কলা কেন্দ্ৰ তৰফৰ পৰা "শঙ্খধ্বনি বঁ‌টা" ২০২৬ প্ৰদান।
12/03/2026

নৃত্য শিল্পী তথা নৃত্য পৰিচালক ৰুপাঙ্কৰ বৰুৱালৈ শঙ্খধ্বনি কলা কেন্দ্ৰ তৰফৰ পৰা "শঙ্খধ্বনি বঁ‌টা" ২০২৬ প্ৰদান।

শঙ্খধ্বনি কলা কেন্দ্ৰ তৰফৰ পৰা নৃত্য শিল্পী তথা নৃত্য পৰিচালিকা হিমাশ্ৰী বৰালৈ শঙ্খধ্বনি বঁ‌টা ২০২৬ প্ৰদান।
12/03/2026

শঙ্খধ্বনি কলা কেন্দ্ৰ তৰফৰ পৰা নৃত্য শিল্পী তথা নৃত্য পৰিচালিকা হিমাশ্ৰী বৰালৈ শঙ্খধ্বনি বঁ‌টা ২০২৬ প্ৰদান।

Address

Golaghat

Website

Alerts

Be the first to know and let us send you an email when Rong Official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share