বিন্দাছ হাঁহক .....
জীৱনত টেনছননো কাৰ নাই ..
ভাল বা বেয়া কেৱল এক ভ্রমহে .....
জীৱনৰ কেতিয়াবা দুখ কেতিয়াবা সুখ. smile emoticon smile emoticon smile emoticon smile emoticon smile emoticon
আমাৰ সকলো নতুন বন্ধুবর্গক স্বাগতম জনাইছো | এই গ্রোপত আপুনি সেই সকলোখিনি কথা শ্বেয়াৰ কৰিব পাৰিব, যিখিনি আপুনি অন্য গ্রোপত ক’বলৈ বা শ্বেয়াৰ কৰিবলৈ নোৱাৰে,
ইয়াত আপোনাক এক অভিব্যক পূর্ণ স্বতন্ত্রতা দিয়া হ’ব .. কিন্ত
ু আপুনি আপোনাৰ ভাষা ব্যৱহাৰত সংযম হ’ । লগতে কোনো ধর্মগ্রন্থৰ ওপৰ্ত অশ্লীল টিপ্পনী বা গালি স্বীকার্য্য নহ’ব... কিন্তু কোনো ধর্মগ্রন্থত দিয়া কিবা কথাৰ তার্কিক প্রমাণ বা খণ্ডন যদি আছে বা জানে তেনে প্রকাশ কৰিব পাৰে । আন কোনো বাধ্যবাধকতা এই গ্রোপত নাই.......!
ধন্যবাদ .....! সকলোলৈ এটাই বিনতি....কৃপা কৰি ইয়াত বহুতো মহিলা , গণ্যমান্য ব্যক্তি, জ্ঞানী পুৰুষ আৰু সদ্যগৃহস্থ এই গ্রোপত জড়িত আছে
| আমাৰ এই পৰিয়ালত এতিয়া আপুনিও জড়িত হৈছে |“আমি সকলো ইয়াত এক বিশেষ কাৰণত একত্রিত হৈ আছো, অতীতৰ কাৰাগাৰত নিজকে বন্দী নকৰিব , নিজৰ ভৱিষ্যতৰ নির্মাতা হওক! এইটো বিশেষকৈ মনত ৰাখক যে ভুলতো ইয়াত কোনো অভদ্র সাহিত্য বা শ্বেয়াৰ বা টেগ নকৰিব |
আপুনি এজন ভদ্র মানুহ ... এতিয়া আপুনি কাক দুষিব...??? জীৱনৰ বিড়ম্বনা এয়ে নহয় যে আপুনি নিজৰ লক্ষ্যত উপনিত হ’ব নোৱাৰিলে , বিড়ম্বনা ইয়াতহে যে আপুনি সেই লক্ষ্যত ভৰি থব’লৈ কোনো এক বিশেষ লক্ষ্যই স্থিৰ কৰা নাছিল , যি নহওক আপোনাৰ লগত জড়িত হৈ যথেষ্ট গৌৰৱান্বিত !
1 – কেৱল সেইখিনি বন্ধুকহে এই গ্রোপৰ সৈতে জড়িত কৰাওক যি আপোনাৰ পৰিচিত, কেনেকৈ পৰিচিত কোনো কথা নাই, ফেচবুকতেই হওক বা সাধাৰণ জীৱনতেই পৰিচিত হওক ।
2- পোষ্ট পঢ়াৰ লগতে অন্য সদস্যসকলৰ পোষ্ট পঢ়ক আৰু কমেণ্ট কৰক ।
3-কোনো মহিলাক কোনোবাই অলপো সাধাৰণ ফাল্টু কথা কয় বা অন্য Interst লয় ,,,, আৰু কোনো কম্পপ্লেইনট হয় ততেনে কোনো মার্জ়ী নকৰাকৈ গ্রোপৰ পৰা বহিস্কৃত কৰা হ’ব পাৰে.....।
4 – ৰাজনীতি বা পার্টীবাজী পোষ্ট দিয়াৰ পৰা আতৰত থাকক ।
5 – যদি আপোনাৰ ' #ইগ’' প্রবলেম আছে তেনে এই গ্রোপৰ লগত জড়িত নহ’ব ।
6 –যদি কোনো পোষ্টৰ ওপৰত আপোনাৰ অভিযোগ থাকে তেনে প্রথমে ব্যক্তিগত স্তৰত (মেছেজ ইনবক্সত) সমাধান কৰাৰ চেষ্টা কৰক, পোনে পোনে গ্রোপত বিশৃংখল(ৰোষ) নকৰিব । পোনে পোনে গ্রোপত ৰোষৰ সৃষ্টি কৰা সদস্যসকলক কোনো জাননী নিদিয়াকৈ গ্রোপৰ পৰা উলিয়াই দিয়া হ’ব ।✅
7 – সকলোকে সন্মান কৰক আৰু পোষ্ট দিয়াৰ সময়ত সকলোৰে ভাৱনাৰ প্রতি লক্ষ্য ৰাখক । ধন্যবাদ সকলোলৈ
আপোনালোকৰ সেৱাৰ বাবে কিবা অসুবিধা হ’লে আলোচনা সাপেক্ষে আমি আইনী ব্যৱস্থা লোৱাৰ কথা দিলো
প্রশাসকবৃন্দ(এডমিন)..