18/12/2025
Good morning everyone 💖💐
জীৱন টো এক কলি মেলা গছৰ দৰে এখিলা উলাই এখিলা পাত সৰে আৰু সমস্যা বোৰো তেনেকুৱাই এটা সমাধান হয় আনটোৰ সৃষ্টি হয় 🥲
জীৱনত সকলো পালোঁ আৰু হেৰুৱালো
এতিয়া মোৰ পথাৰ উদং আৰু ভৰালো উদং 🥲🥲জীৱনৰ ৰং বোৰ আজি ক'ৰবাত বিলিণ হৈ গ'ল 😭
(1)
Golaghat
Be the first to know and let us send you an email when Amulya Boruah Page posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.