Aftar Ahmed new page

Website

Aftar Ahmed new page network marketing

18/09/2026

অহা কাইলৈ জুবিন দাৰ স্মৃতি দিৱস,আমি সকলোৱে জুবিন দাৰ নামত এটা কৈ গছ পুলি ৰোপন কৰিলে বহুত ভাল হব বুলি মই ভাবিছোঁ,

10/09/2026

With Success Simplified – I just got recognized as one of their top fans! 🎉

এনে ধৰণে আমাৰ লগত জড়িত হৈ নিজৰ সপোন বিলাক পুৰণ কৰিবলৈ সোণালী সুযোগ লাভ কৰিছে, বাইদেউক অভিনন্দন জনালোঁ,
30/08/2026

এনে ধৰণে আমাৰ লগত জড়িত হৈ নিজৰ সপোন বিলাক পুৰণ কৰিবলৈ সোণালী সুযোগ লাভ কৰিছে, বাইদেউক অভিনন্দন জনালোঁ,

30/08/2026

নেপাল আৰু নেপালীখুতিৰ মাজত কি সম্পৰ্ক আছে বুজি নাপালোঁ, কিন্তু দুই খন ঠাইৰ অৱস্থা একেই বাকী খিনি আপোনালোকলৈ দিলোঁ,,,,,,

With Rajib Kro – I just got recognized as one of their top fans! 🎉
28/08/2026

With Rajib Kro – I just got recognized as one of their top fans! 🎉

With Mr Bitu – I just got recognized as one of their top fans! 🎉
19/08/2026

With Mr Bitu – I just got recognized as one of their top fans! 🎉

With Munna 100 – I just got recognized as one of their top fans! 🎉
15/08/2026

With Munna 100 – I just got recognized as one of their top fans! 🎉

15/08/2026

Jai Hind, সকলোকে স্বাধীনতাৰ শুভেচ্ছা ও শুভকামনা জনালোঁ।

07/08/2026

অসমৰ মানুহ অসমত কেতিয়াও ধনী বা এজনে আনজনক সহায় কৰি আগবঢ়াই দিয়াটো হয়টো বহু লোকৰ বাবে গ্ৰহণ যোগ্য নহয় । বিপদত পৰা মানুহক এজন মানুহে নিজৰ গাঠিৰ ধন ভাঙি উদ্ধাৰ কৰিব নোৱাৰে, গতিকে এজনে আনজনৰ হাতত হাত ধৰি সহায়ৰ হাত আগবঢ়াইছে, বিদেশত থাকিও, মানুহে মানুহৰ বাবে চিন্তা কৰি সহায়ৰ হাত আগবঢ়ায় দিছে । আৰু এটা কথা ও আমি দেখিবলৈ পাইছো, বিপদত পৰা মানুহক সহায় কৰি আজিৰ পৰা দুই বছৰ মানৰ আগতে বহু কেইজন মানুহ জেল হাজোতলৈ যাব লগা হৈছিল । মানুহে মানুহক বিপদৰ সময়ত সহায় কৰক, কিন্তু অতিৰিক্ত দেখনিয় নকৰিব । মানে চৰকাৰে কেতিয়াও চিন্তা কৰা নাই চৰকাৰতকৈ অসমৰ মানুহ ধনী হোৱাটো । সকলোৱে নিজৰ নিজৰ কৰণীয় খিনিত মন দিয়ক, আৰু সকলো আগুৱাই আহক প্ৰতিজন অসমীয়াই যাতে হাতে হাত ধৰি আগুৱাই যাব পাৰে ।

টকা উপাৰ্জনৰ সুন্দৰ এটা পথ
27/01/2026

টকা উপাৰ্জনৰ সুন্দৰ এটা পথ

Address

Bebejia, Puliakaitoni
Golaghat
785621

Alerts

Be the first to know and let us send you an email when Aftar Ahmed new page posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share