Culture of Assam

  • Home
  • Culture of Assam

Culture of Assam Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Culture of Assam, .

প্ৰতিভাশীল সৃষ্টিৰ মঞ্চ লৈ আপোনালোকক স্বাগতম জনালোঁ।। আপুনি অথবা আপোনাৰ সন্তান টি যদি নৃত্য ৰ প্রতি আগ্ৰহী,আপুনি অথবা আপোনাৰ সন্তান টি ৰ প্ৰতিভা সমূহ আগুৱাই লৈ যাব খোজে তেন্তে আমালৈ video প্ৰেৰণ কৰক।। page ৰ দ্বাৰা video সমূহ সম্প্ৰসাৰণ কৰা হব।।

Culture Of Assam page ৰ দ্বাৰা আয়োজিত সদৌ অসম ভিত্তিত নৃত্য প্ৰতিযোগিতা খনিৰ "গ" শাখাৰ ফলাফলCongratulations 🎉 ...
10/07/2025

Culture Of Assam page ৰ দ্বাৰা আয়োজিত সদৌ অসম ভিত্তিত নৃত্য প্ৰতিযোগিতা খনিৰ "গ" শাখাৰ ফলাফল
Congratulations 🎉 Everyone

Culture Of Assam page ৰ দ্বাৰা আয়োজিত সদৌ অসম ভিত্তিত নৃত্য প্ৰতিযোগিতা খনিৰ "খ" শাখাৰ ফলাফলCongratulations 🎉 ...
10/07/2025

Culture Of Assam page ৰ দ্বাৰা আয়োজিত সদৌ অসম ভিত্তিত নৃত্য প্ৰতিযোগিতা খনিৰ "খ" শাখাৰ ফলাফল
Congratulations 🎉 Everyone

Culture Of Assam page ৰ দ্বাৰা আয়োজিত সদৌ অসম ভিত্তিত নৃত্য প্ৰতিযোগিতা খনিৰ "ক" শাখাৰ ফলাফলCongratulations 🎉 ...
10/07/2025

Culture Of Assam page ৰ দ্বাৰা আয়োজিত সদৌ অসম ভিত্তিত নৃত্য প্ৰতিযোগিতা খনিৰ "ক" শাখাৰ ফলাফল
Congratulations 🎉 Everyone

10/07/2025
10/07/2025

Live On 9:00 PM

09/07/2025

🎉Result Announced🎉
10th July,2025
9:00 PM

05/07/2025

প্ৰতিযোগিতা সমাপ্ত বুলি ঘোষণা কৰা হ'ল 🙏 সকলো নৃত্য প্ৰতিযোগিলৈ ধন্যবাদ 💓
🏆ফলাফল ১০ জুলাই🏆

05/07/2025

প্ৰতিযোগিতা খনিৰ অন্তিম টি নৃত্য।। প্ৰতিযোগিতা সমাপ্ত বুলি ঘোষণা কৰা হ'ল🙏🙏
of Assam page ৰ দ্বাৰা আয়োজিত সদৌ অসম ভিত্তিত অনলাইন নৃত্য প্ৰতিযোগিতা
প্ৰতিযোগিতা আৰম্ভ হৈছে - ১জুনৰ ৰ পৰা
(সমাপ্ত হ'ব - ৫ জুলাই ২০২৫)

"শাখা-প্ৰতিযোগীৰ:- "খ" শাখা
🟡 নাম = সোণাক্ষী দুৱৰা
🟡ঠিকনা= কৃষ্ণনগৰ, গোলাঘাট
🟡বয়স= ১৪ বছৰ
🟡ক্রমিক নং = ১৭
_________________________
#নিয়ামাৱালি
▶️ অসমীয়া গীত আৰু হিন্দী গীত ৰ আধাৰত প্ৰতিযোগীতা আয়োজন কৰা হব।

▶️প্ৰতিযোগী সকলে গীত সমূহ 2:30 মিনিটৰ ভিতৰত নৃত্য প্ৰদৰ্শন কৰি ভিডিও প্ৰেৰণ কৰিব লাগিব।।সম্পাদনা কৰা (edited) ভিডিঅ' গ্ৰহণ কৰা নহব।

▶️ প্ৰতিযোগী সকলে মাৰ্জিত পোচাক পৰিধান কৰি নৃত্য ৰ ভিডিও প্ৰেৰণ কৰিব লাগিব।।

▶️প্ৰতিযোগী সকলে ঘৰতে ভিডিও টি সুন্দৰ ভাৱে ৰেকৰ্ডিং কৰি WhatsApp ৰ যোগেদি এই Video সমূহ আমালৈ প্ৰেৰণ কৰিব লাগিব।। ভিডিও সমূহ 720P ৰেকৰ্ড কৰি প্ৰেৰণ কৰিব।।
WHATSAPP NUMBER 9854131774

▶️ Stage অথবা কোনো নৃত্য বিদ্যালয়ত নৃত্য পৰিৱেশন ভিডিও গ্ৰহণ যোগ্য নহব।।

▶️প্ৰতিযোগী সকলে তেঁওলোকৰ *নাম/*সম্পূৰ্ণ ঠিকনা/বয়সৰ প্ৰমাণ পত্ৰ আৰু এখনি Passport Size Photo whatsapp যোগে প্ৰেৰণ কৰিব লাগিব সম্পূৰ্ণ অসমীয়া ভাষাত।।

▶️প্ৰতিযোগীতা সমূহ তিনিটা শাখাত অনুষ্ঠিত হব
"ক শাখা "প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ
"খ শাখা" "ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ
"গ শাখা" মুকলি শাখা বয়সৰ কোনো ধৰা বন্ধা নাই

▶️প্ৰত্যেক টি শাখাত Top 10 winner বাছনি কৰা হব।।
প্ৰত্যেক টি শাখাত ৰ প্ৰথক স্থান আৰু দ্বিতীয় স্থান অধিকাৰ কৰা জনক নগদ ধন/ট্ৰফি আৰু মানপত্ৰ প্ৰদান কৰা হব ।। তৃতীয় স্থানৰ পৰা দশম স্থান ৰ বিজয়ী প্ৰতিযোগী সকলক মানপত্ৰ আৰু এটি কৈ উপহাৰ প্ৰদান কৰা হব।। প্ৰতিযোগীতা শেষ হোৱাৰ 7 দিনৰ ভিতৰত ডাক যোগে বিজয়ী প্ৰতিযোগী সকলৰ পুৰস্কাৰ সমূহ প্ৰেৰণ কৰা হব।।

▶️বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হব।। page ৰ যোগেদি এই ফলাফল সমূহ প্ৰদান কৰা হব।।অসমৰ বিভিন্ন জিলাৰ ২ ৩ জন বিচাৰকে নৃত্য প্ৰতিযোগিতা খনত বিচাৰ কৰি ফলাফল উলিয়াব।

▶️ নামভৰ্তি ৰ মাছুল 199/- টকা, এই নামভৰ্তি মাছুল Online যোগে Payment Receipt ৰ screenshort হৈতে আমালৈ whatsapp যোগে প্ৰেৰণ কৰিব।। ভিডিও ৰ লগত এই Receipt জমা দিব।।GAPY/Phonepe Number 9854131774

▶️ প্ৰত্যেক গৰাকী প্ৰতিযোগীয়ে page টি follow কৰিব লাগিব, নিজৰ Video টি এটি কমেও 10 জন ব্যক্তি লৈ share কৰিব লাগিব।।

05/07/2025

of Assam page ৰ দ্বাৰা আয়োজিত সদৌ অসম ভিত্তিত অনলাইন নৃত্য প্ৰতিযোগিতা
প্ৰতিযোগিতা আৰম্ভ হৈছে - ১ জুন ৰ পৰা
(সমাপ্ত হ'ব - ৫ জুলাই ২০২৫)

"শাখা-প্ৰতিযোগীৰ:- "ক" শাখা
🟡 নাম = ৰঞ্জনা দাস
🟡ঠিকনা= টিপলিং নগাওঁ, দুলীয়াজান
🟡বয়স= ৬ বছৰ
🟡ক্রমিক নং = ৪৩

"শাখা-প্ৰতিযোগীৰ:- "গ" শাখা
🟡 নাম = তন্ময়ি ৰাভা
🟡ঠিকনা= দুলীয়াজান
🟡বয়স= ১৭ বছৰ
🟡ক্রমিক নং = ৬

17/01/2025

Hi everyone! 🌟 You can support me by sending Stars - they help me earn money to keep making content you love.

Whenever you see the Stars icon, you can send me Stars!

12/09/2024

Assamese Old Movie
NAYAK Part-1
DIRECTED BY
Munin Barua

Address

785614

Website

Alerts

Be the first to know and let us send you an email when Culture of Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Culture of Assam:

Shortcuts

  • Address
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share