Himanta Biswa Sarma Fan Club BTR

Himanta Biswa Sarma Fan Club BTR Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Himanta Biswa Sarma Fan Club BTR, goreswar Chowk, Guwahati.

ভাগিনসকলে যেতিয়া বাৰে বাৰে কৈ থাকিব--এই মামাই জানো সময় বা ট্ৰেণ্ডৰ সৈতে নচলাকৈ থাকিব পাৰে - অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী H...
09/09/2025

ভাগিনসকলে যেতিয়া বাৰে বাৰে কৈ থাকিব--এই মামাই জানো সময় বা ট্ৰেণ্ডৰ সৈতে নচলাকৈ থাকিব পাৰে - অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী Himanta Biswa Sarma ডাঙৰীয়া

29/08/2025

অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা মাননীয় গৃহমন্ত্ৰীৰ প্ৰস্থানৰ সময়ত

20/08/2025

অসমৰ মানুহে এক সুদৃঢ় সংকল্পৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে৷ আমি প্ৰতি ইঞ্চি বেদখল কৰা ভূমি পুনৰুদ্ধাৰ নকৰালৈকে কাহানিও থমকি নৰওঁ। ৰাজনৈতিক অংকসিদ্ধিৰ বাবে বিৰুদ্ধাচৰণ কৰি থকাসকলে হাজাৰ প্ৰচেষ্টা চলালেও আমি আমাৰ পৰিকল্পনাৰ মতেই ইয়াক আগুৱাই নিম - ড৹ হিমন্ত বিশ্ব শৰ্মা

14/08/2025

আজি নলবাৰীত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৰ প্ৰতি ৰাইজৰ মৰম

07/08/2025

ভাৰতীয় জনতা পার্টিয়ে অসমৰ সকলো খিলঞ্জীয়া জাতি-জনগোষ্ঠীক এক কৰি ৰখাত গুৰুত্ব প্ৰদান কৰি আহিছে৷ সেয়ে আমাৰ চৰকাৰে এই ক্ষেত্ৰত সকলো ধৰণৰ পদক্ষেপ সফল কৰি তুলিবলৈ দায়বদ্ধতাৰে কাম কৰি আছে - সন্মানীয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া

06/08/2025

আজিৰ পৰা কেইটামান দিন আগলৈকে আমি যি কল্পনা কৰা নাছিলোঁ, তাক আমি আজি বাস্তৱত ৰূপায়ণ কৰিলোঁ৷ মেডিকেল কলেজ, বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ সংখ্যা বৃদ্ধি কৰি এতিয়া সকলোৰে বাবে শিক্ষা নিশ্চিত কৰিব পাৰিছোঁ - ড৹ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া

03/08/2025

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ওদালগুৰিত সংবাদ মাধ্যমক সম্বোধন কৰে আৰু অনাগত সময়ত বি টি আৰৰ উন্নয়নৰ বাবে বিভিন্ন পৰিকল্পনাৰ কথা সদৰী কৰে।

26/07/2025

উৰিয়ামঘাটৰ বেদখলীকৃত ভূমি পৰিদৰ্শনৰ কালত এই অঞ্চলত চলি থকা অনৈতিক কাৰ্যকলাপৰ বিষয়ে জানিব পাৰিছিলোঁ৷ আমাৰ সকলোৰে দায়িত্ব হ'ব-- উচ্ছেদৰ পাছত স্থানীয় লোকক লাভান্বিত কৰি এই ভূমিৰ সঠিক ব্যৱহাৰ সুনিশ্চিত কৰা৷ - সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া

25/07/2025

অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়া ই কালি ডিব্ৰুগড় চহৰ আৰু নাহৰকটীয়াত প্ৰায় ৭০০ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও প্ৰকল্পৰ শিলান্যাস কৰি অঞ্চলসমূহৰ অধিক উন্নয়নী যাত্ৰাৰ ভেটি স্থাপন কৰে

25/07/2025

অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়া উৰিয়ামঘাটত উপস্থিত হোৱাৰ মুহূৰ্তত

24/07/2025

অসমৰ যুৱ সমাজৰ বাবে আশাভৰা খবৰ৷

Address

Goreswar Chowk
Guwahati
781366

Website

Alerts

Be the first to know and let us send you an email when Himanta Biswa Sarma Fan Club BTR posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Himanta Biswa Sarma Fan Club BTR:

Share