সময় - The voice of TIME

সময় - The voice of TIME আকৌ নতুন প্ৰভাত হ'ব...!

05/11/2025

"সাংস্কৃতিক যুৱ সমাজ,গোৰেশ্বৰ"ৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁ‌হী বাদক দীপক শৰ্মাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ।

27/08/2025

BTRৰ ২৭ নং নাগ্ৰিজুলী পৰিষদীয় সমষ্টিত মণ্ডল বিজেপিৰ জৰিয়তে ৰাজ্যিক নেতৃত্বতলৈ আজি প্ৰাৰ্থীত্ব বিচাৰি আবেদন যুৱ নেতা বিশ্বজিত বসাকৰ।

27/08/2025

প্ৰাৰ্থীত্ব বিচাৰি আবেদনঃ BTR ৰ ২৭ নং নাগ্ৰিজুলী পৰিষদীয় সমষ্টিত দুবাৰৰ পাৰিষদ ধৰ্ম নাৰায়ণ দাসে তৃতীয় বাৰৰ বাবে মণ্ডল BJPৰ সভাপতি শংকৰ দাসৰ জৰিয়তে আবেদন কৰিছে প্ৰাৰ্থীত্ব বিচাৰি।

06/08/2025

গোৰেশ্বৰ মহাবিদ্যালয়ত নিযুত মাইনা ২.০ৰ আবেদন পত্ৰ বিতৰণ অনুষ্ঠানত ৰাতুল শৰ্মা ।

01/08/2025

গাঁ‌ৱে গাঁ‌ৱে মহেশ্বৰ,BTR নিৰ্বাচনকলৈ গৰম গোৰেশ্বৰ !
গোৰেশ্বৰৰ কেৰ্পাভিঠাত মহিলা বিপিএফৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা ।

31/07/2025

গেৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিটিআৰ চৰকাৰৰ DMIT পৰিক্ষা।

31/07/2025

গোৰেশ্বৰত সদৌ বি.টি.আৰ. অনুসূচীত জাতি ছাত্ৰ সন্থাৰ সংবাদ মেল ।

31/07/2025

গোৰেশ্বৰত ২০ আগষ্টৰ পৰা ২৫ আগষ্টলৈ "লুইতপৰীয়া থিয়েটাৰ" ।

ৰামছা নামঘৰৰ সাহায্যাৰ্থে গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আমন্ত্ৰণ কৰা হৈছে "লুইতপৰীয়া থিয়েটাৰ" ।

31/07/2025

বিজেপিৰ যুৱ নেতা চক্ৰধৰ বড়োৰ নেতৃত্বত গোৰেশ্বৰৰ গাঁ‌ৱে গাঁ‌ৱে বিজেপিৰ যোগদান সভা ।

31/07/2025

গোৰেশ্বৰত মুকলি কৰা হ'ল "ভোগালী" নামেৰে এখন নতুন ৰেষ্টুৰেণ্ট ।

ভোগালীত উপলব্ধ হ'ব অসমীয়া খাদ্য,ফাষ্টফুড,মিঠাই তথা দক্ষিণ ভাৰতীয় খাদ্য সম্ভাৰ ।

31/07/2025

গোৰেশ্বৰৰ স্বাস্থ্যখণ্ডত নৱতম সংযোজন । সোনজুৰি চ'কত মুকলি শুশ্ৰূষা ক্লিনিক ।

31/07/2025

গোৰেশ্বৰৰ দৰিদ্ৰ তথা মেধাৱী ছাত্ৰ-ছাত্ৰীক সহায়ৰ হাত যুৱ সমাজকৰ্মী মৃদুল প্ৰতিম ডেকাৰ ।

Address

Goreswar
781001

Website

Alerts

Be the first to know and let us send you an email when সময় - The voice of TIME posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share