Ground Update

Ground Update Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Ground Update, News & Media Website, Guwahati.

05/11/2025

গোৱালপাৰা মহাবিদ্যালয়ত গ্ৰন্থ মেলা Live

04/11/2025

আজি নতুন দিল্লীত কংগ্ৰেছ দলৰ আইন কোষৰ সমন্বয়ক অসম সন্তান শ্বেখ খালিদ ছাইফুল্লাই দলীয় কৰ্মীৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী লালন সিঙৰ বিৰুদ্ধে ভাৰতীয় নিৰ্বাচন আয়োগক লিখিত অভিযোগ দাখিল কৰে l উল্লেখ্য যে লালন সিঙে BJP - JDU ৰ বিৰুদ্ধে ভোটদান কৰিব বিচৰা ভোটাৰক ঘৰতেই আৱদ্ধ কৰাৰ ভাবুকি দিছিল l

অৱশেষত নিলম্বন হ'ল বৈধ কাঠ ব্যৱসায়ীক আটক কৰি লকআপত ৰাখি ৭৫ হাজাৰ টকা উৎকোচ লৈ এৰি দিয়া কৃষ্ণাইৰ ৰেঞ্জাৰ দেৱব্ৰত শৰ্মা।
04/11/2025

অৱশেষত নিলম্বন হ'ল বৈধ কাঠ ব্যৱসায়ীক আটক কৰি লকআপত ৰাখি ৭৫ হাজাৰ টকা উৎকোচ লৈ এৰি দিয়া কৃষ্ণাইৰ ৰেঞ্জাৰ দেৱব্ৰত শৰ্মা।

04/11/2025

শ্বহীদ নিধানু ৰাম ৰাজবংশী অসামৰিক চিকিৎসালয়ত NHM কৰ্মচাৰীৰ কৰ্মবিৰতি ও অৱস্থান ধৰ্মঘট কাৰ্যসূচী

কৃষ্ণাই বনাঞ্চলিক বিষয়াৰ ভয়ংকৰ কাণ্ডৰ বিৰুদ্ধে গোৱালপাৰা জিলা আয়ুক্তক অভিযোগ।    কৃষ্ণাই বনাঞ্চলিক বিষয়া দেবব্ৰত শৰ্...
01/11/2025

কৃষ্ণাই বনাঞ্চলিক বিষয়াৰ ভয়ংকৰ কাণ্ডৰ বিৰুদ্ধে গোৱালপাৰা জিলা আয়ুক্তক অভিযোগ।

কৃষ্ণাই বনাঞ্চলিক বিষয়া দেবব্ৰত শৰ্মা আৰু বন পালক এক জগদীশ বৰ্মন আৰু কেৰাণী ৰকিবুল ইছলামৰ বিৰুদ্ধে জিলা আয়ুক্তক অভিযোগ দাখিল।

কাঠৰ কুণ্ডা সহ ৰাস্তাৰ পৰা আটক কৰি তিনিদিন তিনি ৰাতি লক্ আপত ৰাখি ৭৫ হাজাৰ টকাৰ বিনিময়ত এৰি দিয়ে ৰঞ্জিত চন্দ্ৰ ৰয়ক।

31/10/2025

গোৱালপাৰাৰ ডায়মণ্ড চিনেমা হলত ৰৈ ৰৈ বিনালে চোৱাৰ পাছত উচুপি উঠিল এগৰাকী আশী উৰ্ধৰ আইতাই

31/10/2025

গোৱালপাৰাৰ ডায়মণ্ড চিনেমা হলত ৰৈ ৰৈ বিনালে চোৱাৰ পাছত প্ৰতিক্ৰিয়া প্ৰকাশ ইউটিউবাৰ ডিম্পু বৰুৱাৰ

30/10/2025

গোৱালপাৰাৰা ডি এফ অৰ কাৰ্যালয়ৰ সন্মুখত উচ্ছেদৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ।

গোৱালপাৰা জিলা চি পি আই এমৰ উদ্যোগত আৰু কৃষক সভা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ সহযোগত জিলা খনৰ বিভিন্ন প্ৰান্তত অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

🔴আজি ন্যায়িক জিম্মাৰ ম্যাদ উকলিব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ🔴 সন্দীপন গাৰ্গ আৰু দুই দেহৰক্ষীৰো উকলিব ম্যাদ🔴 বাক...
28/10/2025

🔴আজি ন্যায়িক জিম্মাৰ ম্যাদ উকলিব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ

🔴 সন্দীপন গাৰ্গ আৰু দুই দেহৰক্ষীৰো উকলিব ম্যাদ
🔴 বাক্সাৰ কাৰাগাৰত বন্দী ৫ অভিযুক্তক

🔴১৫ অক্টোবৰত কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল ৫ অভিযুক্তক

অসমৰ জ্যেষ্ঠ সাংবাদিক,  প্ৰগতিশীল চিন্তাবিদ বৈকুণ্ঠ গোস্বামীৰ মৃত্যু।ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ইউ এন আই ৰ সাংবাদিক ৰূপ...
24/10/2025

অসমৰ জ্যেষ্ঠ সাংবাদিক, প্ৰগতিশীল চিন্তাবিদ বৈকুণ্ঠ গোস্বামীৰ মৃত্যু।

ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ইউ এন আই ৰ সাংবাদিক ৰূপে অৱসৰ গ্ৰহণ কৰি তেখেত অসমৰ সংবাদ মাধ্যমৰ সৈতেও জড়িত হৈ পৰি প্ৰগতিশীল চিন্তা আৰু লেখা মেলাৰ জৰিয়তে এক আদৰ্শ হৈ পৰিছিল।

24/10/2025

লক্ষিপুৰত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচী

Address

Guwahati

Alerts

Be the first to know and let us send you an email when Ground Update posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share