Apurba Deka

Apurba Deka "জয় আই অসম"
"প্ৰকৃত মানুহ হোৱাৰ দুৰ্বাৰ হেঁপাহ"

03/12/2025

🛑 সঁচাকৈ এনেকুৱা দিন আহিব নে কেতিয়াবা..!

বৰ্তমান সময়ত মিছাটো সঁচা হ'ব পাৰে আৰু সঁচাটো মিছা হ'ব পাৰে, যদিহে TRP পোৱা যায়।

এয়া বাৰু সঁচাকৈ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, নে গণতন্ত্ৰৰ সমাধি..!

বৰ্তমানৰ সমাজৰ কিছু জীয়া প্ৰতিচ্ছবিক দাঙি ধৰিবলৈ চেষ্টা কৰিছে নাটখনিৰ জৰিয়তে। সমাজলৈ কিছু বাৰ্তা ঠেলি দিয়াৰ যি প্ৰয়াস তাৰ বাবে আপোনাক ধন্যবাদ জনালোঁ বা।

কিন্তু ইয়াৰ পিছতো আমি কথাবোৰ সঁচাকৈ বুজি উঠিছো নে..!

📌 সম্পূৰ্ণ সত্যটো উপলব্ধি নকৰি সামাজিক মাধ্যমত বিয়পি পৰা যিকোনো কথাত উটি ভাঁহি নোযোৱাকৈ থাকিব পাৰিম নে আমি..!

📌 নিজৰ বিচাৰ বিবেচনাৰে চিন্তা কৰি, একমাত্ৰ সত্যত বিশ্বাস ৰাখি এখন শুদ্ধ সমাজ গঠন কৰিব পাৰিম নে আমি..!

ওপজা দিনৰ শুভেচ্ছা জনালোঁ ভিনদেউ 🎂✨ভালে থাকা সদায় ❤️
29/11/2025

ওপজা দিনৰ শুভেচ্ছা জনালোঁ ভিনদেউ 🎂✨
ভালে থাকা সদায় ❤️

এই ফটোখন মামা হতৰ ঘৰত যাওঁতে উঠিছিলোঁ, "দাদা" "বা" আৰু "ভণ্টি"ৰ সৈতে। "02-06-2022" ভাল লগা সময়..✨Good
28/11/2025

এই ফটোখন মামা হতৰ ঘৰত যাওঁতে উঠিছিলোঁ, "দাদা" "বা" আৰু "ভণ্টি"ৰ সৈতে।
"02-06-2022" ভাল লগা সময়..✨

Good

গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। 🪔🙏
26/11/2025

গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। 🪔🙏

24/11/2025

আমাৰ অসমীয়া জাতীয় জীৱনৰ পৰম্পৰা আৰু নীতি নিয়মৰ লগতে জুবিন গাৰ্গ দেৱৰ কন্ঠৰ এই বিহু গীতবোৰেই আমাৰ হেঁপাহৰ জাতীয় উৎসৱটিক শুৱনি কৰি আহিছে। ✨❤️

শুভ জন্মদিন Papon দাদাআপুনি প্ৰিয় আছিল, প্ৰিয় হৈ থাকিব আজীৱন। ভালে থাকক সদায় ❤️
24/11/2025

শুভ জন্মদিন Papon দাদা
আপুনি প্ৰিয় আছিল, প্ৰিয় হৈ থাকিব আজীৱন।
ভালে থাকক সদায় ❤️

20/11/2025

অসমীয়া ছবি জগতৰ অভিনয়ৰ ৰজাজন ✨❤️
Jatin Bora কুশলে থাকক দাদা।

Address

Goreswar
Goreswar

Website

Alerts

Be the first to know and let us send you an email when Apurba Deka posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Apurba Deka:

Share