24/08/2026
আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন 💐
আমছু পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি হিচাপে ডাঙৰীয়া, কাৰ্যকৰী সভাপতি (Working President) হিচাপে ডাঙৰীয়া আৰু সাধাৰণ সম্পাদক হিচাপে Islam ডাঙৰীয়া তথা Bodiar Hussain ডাঙৰীয়াক গোসাঁইগাঁও আঞ্চলিক সমিতিৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। 💐
আপোনালোকৰ সুদক্ষ নেতৃত্বত সংগঠনটো অধিক শক্তিশালী আৰু গতিশীল হৈ আগবাঢ়ক—এয়াই আমাৰ আন্তৰিক কামনা। 🤝