Abdul Kalam Azad

  • Home
  • Abdul Kalam Azad

Abdul Kalam Azad Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Abdul Kalam Azad, Digital creator, Name/Abdul Kalam Azad Fb page/Abdul Kalam Azad YouTube channel/Abdul Kalam Azad Instragram/abdUlica kalamazad. 771, .

আপোনালোক সকলোকে মোৰ পেজত স্বাগতম জনাইছোঁ।আপোনালোক সকলোৱে মোৰ পৰিয়াল। আপোনালোকে মোক সদায় অনুপ্ৰেৰণা আৰু উৎসাহ যোগাই তাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।
মোৰ পেজটো আপোনালোকে Follow কৰি ৰাখিব পাৰে ধন্যবাদ।🙏🙏

22/10/2025

Good morning everyone 🌞

21/10/2025

আমি জুবিন যুগৰ মানুহ? চিধা কথা বুজি পাওঁ।
কিবা কিবি কৈ আমাক বিভ্ৰান্তি কৰি লাভ নাই।

Good evening everyone
21/10/2025

Good evening everyone

21/10/2025

Good morning everyone 🌅

20/10/2025

Good night everyone 🥱

20/10/2025

2.4 Million
3 million হ'ব লাগিব জলদি।

কি খবৰ আপোনালোকৰ
20/10/2025

কি খবৰ আপোনালোকৰ

20/10/2025

Happy diwali 🪔

20/10/2025

মায়াবিনী ৰাতিৰ বকুত..
দেখা পালোঁ তোমাৰ ছবি..
ক'ব নোৱাৰি দে. . গাৰ নোম শিহৰি উঠে..

19/10/2025

কলমৌ শাক খালে কি কি উপকাৰিতা পোৱা যায় জানো আহক:
√. ২০১৩ চনৰ মাৰ্চত ভাৰতৰ পৰা প্ৰকাশিত জাৰ্ণেল অৱ ডায়েবেটিজত প্ৰকাশিত তথ্যমতে কলমৌৱে গৰ্ভৱতী মহিলাৰ ডায়েবেটিচ ৰোগৰ উপশম ঘটায়।
√. সন্তান সম্ভৱা নাৰীৰ উপৰিও স্তন পান কৰোৱা মাতৃ আৰু শিশুৰ বাবেও কলমৌ উপযোগী। গাখীৰ কম থকা মাতৃক কলমৌৰ দুচামোচ ৰস দিনে দুবাৰকৈ খুৱাৱ লাগে।
√. কলমৌ শাকত থকা ফাইবাৰে কলেষ্টৰল আৰু মেদবহুলতা কমায়।
√. কলমৌত থকা ভিটামিন ই দৃষ্টি শক্তিৰ বাবে উপকাৰী।
√. শৰীৰৰ ইমিউনিটি বঢ়ায়।
√. আয়ুৰ্বেদিক চিকিৎসাত কলমৌক শুক্ৰানু বৃদ্ধি কাৰক বুলি উল্লেখ কৰা হৈছে। কলমৌৰ ৰস গাখীৰত মিহলাই খুৱালে শুক্ৰাণু ডাঠ হয় আৰু স্বপ্ন দোষ নিবাৰিত হয়।
√. এন্টিঅক্সিডেন্টে শৰীৰত বাৰ্ধক্যৰ আঁচোৰ প্ৰতিৰোধ কৰে।
√. এন্টিঅক্সিডেন্ট গুণ সম্পন্ন হোৱা হেতুকে কলমৌৱে অহিতকাৰী ফ্ৰি - ৰেডিকেলৰ বিৰুদ্ধে ক্ৰিয়া কৰি মানৱ দেহক কৰ্কট ৰোগৰ পৰা সুৰক্ষা দিয়ে।
√. আইৰণে এনিমিয়া আতৰোৱাত সহায় কৰে।
√. মালয়েছিয়া বিশ্ববিদ্যালয়ে কৰা অধ্যয়নত কলমৌ জণ্ডিছ আৰু লিভাৰৰ আন আন অসুখত উপকাৰী বুলি প্ৰমাণিত হৈছে।
√. খৰ খুজুৱতি,এথলেট ফুট আৰু আন চৰ্মৰোগৰ চিকিৎসাত সহায়। ছালৰ উজ্জ্বলতা বঢ়ায়।
√. জ্বৰ কমোৱাত সহায়ক।
√. সকলো ধৰণৰ কৃমিৰ বিনাশক।
√. শৌচ কচা নিৰ্মূল কৰে। লগতে হজম শক্তি বঢ়ায়।
√. যিকোনো বিষক্ৰিয়াৰ ফলত হোৱা বমিৰ চিকিৎসাত উপযোগী।
√. মনত প্ৰশান্তি উৎপন্ন কৰে আৰু সুনিদ্ৰাত সহায়ক।
Abdul Kalam Azad

Address

Name/Abdul Kalam Azad Fb Page/Abdul Kalam Azad YouTube Channel/Abdul Kalam Azad Instragram/abdUlica Kalamazad. 771

781126

Alerts

Be the first to know and let us send you an email when Abdul Kalam Azad posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Abdul Kalam Azad:

  • Want your business to be the top-listed Media Company?

Share